• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মিলনৰ সময়তে শেষ কৰি পুৰুষসংগীক, নিজেই জনালে কিয়, কেনেকৈ চৰম মুহূৰ্তত শেষ কৰিলে পুৰুষসংগীক?

মিলনৰ সময়তে শেষ কৰি পুৰুষসংগীক, নিজেই জনালে কিয়, কেনেকৈ চৰম মুহূৰ্তত শেষ কৰিলে পুৰুষসংগীক?

2 years ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

12 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

13 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

13 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

14 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

14 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

15 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

16 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

16 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

17 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

17 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

18 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

মিলনৰ সময়তে শেষ কৰি পুৰুষসংগীক, নিজেই জনালে কিয়, কেনেকৈ চৰম মুহূৰ্তত শেষ কৰিলে পুৰুষসংগীক?

মিলনৰ সময়তে শেষ কৰি পুৰুষসংগীক, নিজেই জনালে কিয়, কেনেকৈ চৰম মুহূৰ্তত শেষ কৰিলে পুৰুষসংগীক?

editor by editor
February 3, 2025
in অপৰাধ
0
মিলনৰ সময়তে শেষ কৰি পুৰুষসংগীক, নিজেই জনালে কিয়, কেনেকৈ চৰম মুহূৰ্তত শেষ কৰিলে পুৰুষসংগীক?
0
SHARES
13k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যৌন সংগমৰ সময়ত সংগীৰ ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উঠিলে এগৰাকী মহিলাৰ বিৰুদ্ধে৷ উত্তৰপ্ৰদেশৰ বৰেলীত এই ঘটনা৷ ঘটনাৰ তদন্তত নামি আৰক্ষীও হতবাক হৈ পৰিছে৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি অভিযুক্ত মহিলাৰ দাবী যে সেই ব্যক্তিয়ে দীৰ্ঘদিন ধৰি হত্যাৰ ধমকি দি মহিলাগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়ি আহিছিল৷ এই মানসিক আৰু শাৰীৰিক অত্যাচাৰ আৰু সহ্য কৰিব নোৱাৰিয়ে হত্যা কৰিলো বুলি স্বীকাৰোক্তি দিছে অভিযুক্ত মহিলাই৷ নিহত ব্যক্তিৰ নাম ইকবাল৷ দুদিন পূৰ্বে নিজৰ ঘৰত উদ্ধাৰ হৈছে ইকবালৰ দেহ৷ সেই ঘটনাৰ তদন্তত নামিয়েই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী মহিলাক৷

PTIৰ প্ৰতিবেদন অনুসৰি আৰক্ষীয়ে জনাইছে যে ইকবাল এজন জৰী শিল্পী৷ সেই মহিলা যি গাওঁত বসবাস কৰে তালৈ নিতৌ গৈছিল ইকবাল৷ সেই ধৰণেই দুজনৰ মাজত চা চিনাকি গঢ়ি উঠিছিল৷ ফোন নম্বৰৰ আদান প্ৰদান হৈছিল৷ দুজনৰ মাজত ফোনত কথা বতৰাও হৈছিল৷ অভিযুক্ত মহিলাই আৰক্ষীক জনাইছে যে ইকবালে এদিন মহিলাগৰাকীক নিজৰ ঘৰলৈ যাবলৈ কৈছিল৷ মহিলাগৰাকী যেতিয়া ইকবালৰ ঘৰত উপস্থিত হয় তেতিয়াই ইকবালে জোৰ কৰি শাৰীৰিক সম্পৰ্ক গঢ়িব খোজে৷ মহিলাগৰাকী ৰাজি নোহোৱাত মহিলাগৰাকীৰ সৈতে কৰা বাৰ্তালাপৰ ফোন ৰেকৰ্ডিং ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়ে৷

সংসাৰ ভাঙি যোৱাৰ ভয়ত মহিলাগৰাকীয়ে ইকবালৰ দাবী মানি মনে মনে শাৰীৰিক সম্পৰ্ক গঢ়ি তোলে৷ কিন্তু এই ঘটনা এদিনতেই শেষ নহ’ল৷ বাৰে বাৰে একেই ধমকি দি সম্পৰ্ক গঢ়ি থাকিল ইকবালে৷ সন্তানৰ কথা ভাৱি পোনতে মনে মনে থকা মহিলাগৰাকীয়ে পাছত আৰক্ষীৰ কাষো চাপে৷ আৰক্ষীৰ কাষ চপাৰ কেইটামান দিন পাছতেই মহিলাগৰাকীয়ে নিজেই হত্যা কৰে ইকবালক৷ আৰক্ষীৰ ওচৰত মহিলাগৰাকীয়ে হত্যাক লৈ দিয়া স্বীকাৰোক্তিত জনাইছে যে, হয় ইকবালক হত্যা কৰা নহয় নিজকে শেষ কৰা এই দুই অপশ্ব্যনেই আছিল হাতত, সেয়ে তেওঁ এই সিদ্ধান্ত লৈছে৷

মহিলাগৰাকীয়ে লগতে স্বীকাৰোক্তিত কৈছে যে, তেওঁ নিজেই ইকবালক ফোন কৰি দেখা কৰাৰ মাতি পঠিয়াইছিল৷ ইকবালে তেওঁক স্বামীক খুৱাই দিবৰ বাবে ২ টা শ্লিপিং টেবলেটো নিজেই দিছিল৷ সেই মহিলাই আৰক্ষীক কৈছে যে নিশা ৮বজাত মই মোৰ স্বামীক চাহৰ সৈতে টোপনিৰ ঔষধ মিহলাই খুৱাই দিছিলো৷ তাৰপাছতেই মোৰ স্বামী শুই পৰে৷ নিশা ১১ বাজি ৪০ মিনিটত মই ইকবালক ফোন কৰো৷ তেতিয়া ইকবালে কয়, সি ঘৰত অকলেই আছে মই যাব পাৰো৷’ কথামতেই ইকবালৰ ঘৰত উপস্থিত হয় সেই মহিলা৷ তাতেই ঘনিষ্ঠ হোৱাৰ সময়ত ইকবালৰ বুকুৰ ওপৰত উঠি ডিঙি চেপি শ্বাসৰুদ্ধ কৰে ইকবালৰ৷ ইকবালৰ মৃত্যু নিশ্চিত হোৱাৰ পাছত দেহটো টানি ওলিয়াই ঘৰৰ চিৰিত থৈ সেই ঠাইৰ পৰা আঁতৰি আহে অভিযুক্ত মহিলা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা
বিনোদন

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

September 8, 2026
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা
অপৰাধ

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

September 8, 2026
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ
অসম

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

September 8, 2026
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’
ভাৰত

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

September 7, 2026
Next Post
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

দৈনিক ৰাশিফল- অশ্বিনী নক্ষত্ৰত সৰ্বাৰ্থ সিদ্ধি যোগ, কেনে যাব আজিৰ দিনটো

দৈনিক ৰাশিফল- অশ্বিনী নক্ষত্ৰত সৰ্বাৰ্থ সিদ্ধি যোগ, কেনে যাব আজিৰ দিনটো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.