• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৃশংস উজানবজাৰ হত্যাকাণ্ডৰ হত্যাকাৰী ডিম্পলৰ সম্পৰ্কীয় ভাতৃ

নৃশংস উজানবজাৰ হত্যাকাণ্ডৰ হত্যাকাৰী ডিম্পলৰ সম্পৰ্কীয় ভাতৃ

5 years ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

1 hour ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

2 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

3 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

3 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

4 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

4 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

5 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

5 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

5 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

6 hours ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

16 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

নৃশংস উজানবজাৰ হত্যাকাণ্ডৰ হত্যাকাৰী ডিম্পলৰ সম্পৰ্কীয় ভাতৃ

editor by editor
September 2, 2021
in অপৰাধ, অসম, গুৱাহাটী
0
নৃশংস উজানবজাৰ হত্যাকাণ্ডৰ হত্যাকাৰী ডিম্পলৰ সম্পৰ্কীয় ভাতৃ
0
SHARES
302
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ওৰ পৰাৰ দিশে ডিম্পল হত্যাকাণ্ডৰ ৰহস্য৷ হত্যাকাণ্ডৰ ৪৮ ঘণ্টাৰ ভিতৰতেই আংশিক সফলতা আৰক্ষীৰ৷ আটকাধীন আশীষৰ বন্ধুৰ বাৰোৱাৰীস্থিত বাসগৃহৰ পৰা উদ্ধাৰ  হত্যাকাৰী ডিম্পলৰ মোবাইল ফোন৷ হত্যাকাণ্ডৰে জড়িত থকাৰ সন্দেহত ৩ জনক আটক মহানগৰ আৰক্ষীৰ৷ আৰক্ষীৰ জালত তিনি হত্যাকাৰী ক্ৰমে আশীষ গুপ্তা, কৰণ আৰু জিতুমণি৷ বুধবাৰে উজান বজাৰত দিনদুপৰতে কিশোৰী ডিম্পল কুমাৱটক নৃশংসভাৱে হত্যা কৰিছিল ৩জন যুৱকে৷ হত্যাকাণ্ডৰ ঘটনাৰ দিনাই বুধবাৰে সন্ধিয়া ৩ অভিযুক্তক আটক কৰি আনে লতাশিল আৰক্ষীয়ে৷ ৩ অভিযুক্তৰ ওপৰত জেৰা অব্যাহত আছে৷ লতাশিল আৰক্ষী থানাৰ সন্মুখত স্থানীয় লোকৰ তীব্ৰ প্ৰতিবাদ৷ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি শাস্তিৰ প্ৰদানৰ দাবী তোলে প্ৰতিবাদকাৰীয়ে৷ মূল অভিযুক্ত আশীষ গুপ্তা ডিম্পলৰ সম্পৰ্কীয় ভাতৃ৷ সম্পৰ্কীয় ভাতৃ আশীষ গুপ্তা ২০ দিনমান পূৰ্বে ডিম্পলৰ ঘৰত থকাকৈ আহিছিল৷ আশীষ গুপ্তা ডিম্পলৰ মাতৃৰ জ্যেষ্ঠ ভগ্নীৰ পুত্ৰ৷ অৰ্থাৎ ডিম্পলৰ জেঠায়েকৰ পুত্ৰ৷ আশীষে হেনো ৫ লাখ টকা ঘৰৰ পৰা চুৰি কৰিছিল৷ সেই বাবে পিতৃ-মাতৃয়ে ঘৰৰ পৰা একপ্ৰকাৰে খেদি পঠিয়াইছিল৷ তাৰ পাছত আহি ডিম্পলৰ আন এগৰাকী জেঠায়েকৰ ঘৰত থাকিবলৈ লয়৷ তাৰ পাছত আশীষে মাহীয়েক অৰ্থাৎ ডিম্পলৰ মাতৃৰ ঘৰত থাকিবলৈ লয় ২০ দিন মান পূৰ্বৰে পৰা৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি আশীষ ড্ৰাগছ এডিক্ট, ভঙুৱা এজন উদণ্ড যুৱক ৷হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পাছত আশীষ হেনো ফাৰ্মাচীলৈ গৈছিল বেণ্ডেড কিনিবলৈ৷ আশীষৰ হাত-কাপোৰ হেনো আছিল তেজেৰে লুটুৰি পুতুৰি৷ ঘটনাৰ দিনা পুৱা চাৰে দহ বজাত পিতৃয়ে ডিম্পলৰ মোবাইলত ফোন কৰিছিল৷ ৰিচিভ কৰিছিল আশীষে আৰু ডিম্পলে গা ধুবলৈ যোৱা বুলি কৈছিল৷ ডিম্পলে সেই সময়ত কেতিয়াও গা নোধোৱে বাবে পিতৃৰ সন্দেহ ওপজে আশীষৰ কথাত৷ কৰণ আৰু জিতুমণি দুয়োজন আশীষৰে অধিক হলি-গলি থকাৰ সন্দেহত আটক কৰিছে আৰক্ষীয়ে৷ কিন্তু আশীষেই হত্যাকাৰী বুলি চুবুৰীয়াৰ সন্দেহ৷ ইপিনে আৰু এটা গুৰুত্বপূৰ্ণ ক্লু পাইছে আৰক্ষীয়ে৷ দিনৰ ১১.২০ বজাত আশীষে ফোন কৰিছিল বন্ধু কৰণক৷ কৰণক ফোন কৰিছিল প্ৰেমিকা মমতা দাসৰ মোবাইলৰ পৰা৷ ১ মিনিট ২০ ছেকেণ্ড কৰণেৰে কথা পাতিছিল আশীষে৷ ফোনত কথা পতাত মমতাৰ মোবাইল ফোনটো ব্যৱহাৰ হোৱা বাবে লতাশিল আৰক্ষীয়ে মমতাৰ ওপৰত জেৰা অব্যাহত ৰাখিছে তেওঁৰ ঘৰতে৷ শীঘ্ৰে মমতাও আটক হ’ব পাৰে৷ ইপিনে মৰণোত্তৰ পৰীক্ষাৰ পাছত পৰিয়ালৰ লোকক ডিম্পলৰ মৃতদেহ চমজাই দিয়া হৈছে৷ ডিম্পলৰ মৃতদেহক লৈ উজান বজাৰত এক শোকাকুল পৰিৱেশ৷ হিয়াধুনি কান্দিছে পিতৃ-মাতৃয়ে৷ নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন ডিম্পল৷ বুধবাৰে উজান বজাৰত নিজ বাসগৃহতে অকলশৰে থকা অৱস্থাত ছুৰীৰে খুচি খুচি, পটাগুটিৰে থেঁতেলিয়াই থেঁতেলিয়াই, প্ৰেছাৰ কুকাৰেৰে কোবাই কোবাই নৃশংসভাৱে হত্যা কৰা হৈছিল কিশোৰী ডিম্পল কুমাৱটক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24dimple kumawatuzanbazar murder
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?
অসম

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

April 16, 2026
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?
অপৰাধ

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

April 16, 2026
৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
Next Post
উজান বজাৰত কিশোৰীৰ নৃশংস হত্যাকাণ্ড

উজান বজাৰত কিশোৰীৰ নৃশংস হত্যাকাণ্ড

সংবাদ মাধ্যমৰ ভূমিকাত অসন্তুষ্ট উচ্চতম ন্যায়ালয়

সংবাদ মাধ্যমৰ ভূমিকাত অসন্তুষ্ট উচ্চতম ন্যায়ালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.