• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বলিউডৰ অভিনেতা বৰুন ধাৱান আৰু প্ৰেয়সী নাতাশা দালালৰ আজি বিয়া

বলিউডৰ অভিনেতা বৰুন ধাৱান আৰু প্ৰেয়সী নাতাশা দালালৰ আজি বিয়া

6 years ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

28 minutes ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

1 hour ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

14 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

15 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

15 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

16 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

16 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

17 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

19 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

19 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

20 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বলিউডৰ অভিনেতা বৰুন ধাৱান আৰু প্ৰেয়সী নাতাশা দালালৰ আজি বিয়া

editor by editor
January 24, 2021
in চিনেমা, ভাৰত
0
বলিউডৰ অভিনেতা বৰুন ধাৱান আৰু প্ৰেয়সী নাতাশা দালালৰ আজি বিয়া
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বলিউডৰ জনপ্ৰিয় অভিনেতা বৰুন ধাৱান আৰু তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেয়সী নাতাশা দালালৰ আজি বিয়া। ইতিমধ্যে বিবাহথলী আলিবাগত সকলো প্ৰস্তুতি সম্পন্ন হৈছে। দুয়োটা পৰিয়ালৰ লোকে উপস্থিত হৈছে আলিবাগত। কইনা নাতাশাও শনিবাৰেই পিতৃ-মাতৃৰ সৈতে বিবাহথলীত উপস্থিত হৈ ভাগ ল’লে মেহেন্দী অনুষ্ঠানত। কইনাৰ দুহাত মেহেন্দীৰে বোলালে মেহেন্দী আৰ্টিষ্ট বীণা নাগদাই।

অৱশ্যে বিবাহৰ পূৰ্বে আজি পুৱা সংঘটিত হ’ল এক অঘটন। আলিবাগৰ বিবাহথলী পোৱাৰ পূৰ্বেই দুৰ্ঘটনাত পতিত হ’ল বৰুন ধাৱানৰ বাহন। বন্ধুৰ সৈতে ‘বেচ্চেলৰ পাৰ্টি’ কৰি বিবাহথলীলৈ বুলি ৰাওনা হওঁতেই বাটতে সংঘটিত হয় দুৰ্ঘটনাটো। অৱশ্যে দৰা বৰুন ধাৱান আৰু তেওঁৰ বন্ধুসকল সুৰক্ষিত অৱস্থাত আছে। কেৱল বাহনখনৰ সন্মুখভাগহে কিছু ক্ষতি হয়।

উল্লেখযোগ্য যে, ক’ভিডৰ ভয়াৱহতাৰ বাবে ৪ মাহ পিছুৱালে বৰুন ধাৱানৰ বিয়া। আনহাতে, বিবাহৰ পিছতে বৰুণ আৰু নাতাশা তুৰ্কীৰ সুন্দৰ চহৰ ইস্তানবুললৈ হানিমুনৰ বাবে ৰাওনা হ’ব।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: alibaghasom live 24asom live newsaxom live 24barun dhabanbollywood marriagebollywood newscelebrity ymumbainatasha daalalvarun dhawan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক
বিবিধ

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

October 3, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
Next Post
কিয় নীতিশ কুমাৰে খবৰ নলয় লালুপ্ৰসাদৰ?

কিয় নীতিশ কুমাৰে খবৰ নলয় লালুপ্ৰসাদৰ?

ঘৰতে বহি কেনেকৈ লাভ কৰিব আপোনাৰ ভোটাৰ কাৰ্ড?

ঘৰতে বহি কেনেকৈ লাভ কৰিব আপোনাৰ ভোটাৰ কাৰ্ড?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.