• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় নীতিশ কুমাৰে খবৰ নলয় লালুপ্ৰসাদৰ?

কিয় নীতিশ কুমাৰে খবৰ নলয় লালুপ্ৰসাদৰ?

6 years ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

37 seconds ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

33 minutes ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

1 hour ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

2 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

3 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

3 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

4 hours ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

4 hours ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

5 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

8 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

কিয় নীতিশ কুমাৰে খবৰ নলয় লালুপ্ৰসাদৰ?

editor by editor
January 24, 2021
in ভাৰত, ৰাজনীতি
0
কিয় নীতিশ কুমাৰে খবৰ নলয় লালুপ্ৰসাদৰ?
0
SHARES
185
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ বৰ্তমান অসুস্থ। সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন লালুপ্ৰসাদ যাদৱ। পিছে লালুপ্ৰসাদ যাদৱৰ খবৰ নলয় বিহাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা লালুৰ একালৰ পৰম মিত্ৰ নীতিশ কুমাৰে। আচৰিত যেন লাগিলেও এয়াই সত্য। নীতিশ কুমাৰে সাংবাদিকৰ আগত কয় যে- লালুপ্ৰসাদ যাদৱৰ খবৰ মই নলওঁ। তেওঁৰ স্বাস্থ্যজনিত সকলো খবৰ বাতৰিকাকতত পঢ়িব নীতিশ কুমাৰে। লালুপ্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ প্ৰতি কটাক্ষ কৰি নীতিশ কুমাৰে কয়- ‘প্ৰথমে ফোনযোগে মই তেওঁৰ স্বাস্থ্যৰ বুজ লৈছিলো। পিছে এতিয়া তেওঁৰ যত্ন লোৱাজনে যি-টি কথা কয়। তেতিয়াই মই ভাবি ল’লো মই তেওঁৰ স্বাস্থ্যৰ বুজ বাতৰিকাকতৰ জৰিয়তেই ল’ম। মই বিচাৰো লালুপ্ৰসাদ যাদৱ সোনকালেই সুস্থ হৈ উঠক।’

নীতিশ কুমাৰৰ এই মন্তব্যই এতিয়া সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। উল্লেখযোগ্য যে, এনে এক সময়ো আছিল যেতিয়া লালু যাদৱ আৰু নীতিশ কুমাৰ আছিল পৰম মিত্ৰ। ১৯৭৪ চনত জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত হোৱা বিহাৰ আন্দোলনৰ সময়ছোৱাত দুয়োৰে বন্ধুত্ব আৰম্ভ হৈছিল। নীতিশ কুমাৰৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ সময়ছোৱাতো লালুৰ আছিল বহু প্ৰভাৱ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24bihar cmbihar ex cmbihar movementbihar politicsex cmlalu healthlalu in hospitallalu prasad yadavnitish kumarnitish on lalupoliticianpolitics
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!
অপৰাধ

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

September 22, 2026
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ
অপৰাধ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

September 22, 2026
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু
ভাৰত

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

September 22, 2026
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ
ভাৰত

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

September 22, 2026
Next Post
ঘৰতে বহি কেনেকৈ লাভ কৰিব আপোনাৰ ভোটাৰ কাৰ্ড?

ঘৰতে বহি কেনেকৈ লাভ কৰিব আপোনাৰ ভোটাৰ কাৰ্ড?

বোকাখাতত অতুল বৰাৰ ‘নৰ্তকী মেলা’

বোকাখাতত অতুল বৰাৰ ‘নৰ্তকী মেলা’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.