• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰস্বতী পূজাৰ দিনাই পূজা কৰা হয় কামদেৱ আৰু ৰতিৰো, জানক এই পূজাৰ মাহাত্ম্য

সৰস্বতী পূজাৰ দিনাই পূজা কৰা হয় কামদেৱ আৰু ৰতিৰো, জানক এই পূজাৰ মাহাত্ম্য

2 years ago
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

30 minutes ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

1 hour ago
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

2 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

3 hours ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

12 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

12 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

13 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

13 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

14 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

15 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

16 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সৰস্বতী পূজাৰ দিনাই পূজা কৰা হয় কামদেৱ আৰু ৰতিৰো, জানক এই পূজাৰ মাহাত্ম্য

editor by editor
February 14, 2024
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সৰস্বতী পূজাৰ দিনাই পূজা কৰা হয় কামদেৱ আৰু ৰতিৰো, জানক এই পূজাৰ মাহাত্ম্য
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শাস্ত্ৰত বসন্তক ঋতুৰাজ বুলি কোৱা হয়। মাঘৰ শুক্ল পঞ্চমী তিথিত বসন্ত ঋতুৰ আগমনয এই তিথিত সৰস্বতী পুজাৰ ওপৰিও কামদেৱ আৰু ৰতিৰ আৰাধনা কৰা হয়। বসন্ত পঞ্চমী তিথিত কিয় কামদেৱৰ পূজা কৰা হয়? ইয়াৰ মাহাত্ম্য কি, কি মন্ত্ৰৰে কামদেৱক সুখী কৰিব পাৰি সকলোবোৰ বিস্তাৰিতভাৱে আজিয়েই জানি থওক।

কামদেৱ আৰু ৰতি পূজাৰ মাহাত্ম্য
বসন্ত পঞ্চমী তিথিত এফালে যেনেকৈ সমস্ত জগৎ সংসাৰে বাণী পাইছিল তেনেকৈ এই তিথিতেই কামদেৱ আৰু ৰতিয়ে প্ৰথমবাৰ মানৱ হৃদয়ত প্ৰেম আৰু আকৰ্ষণৰ সঞ্চাৰ হৈছিল। কামদেৱৰ পূজা কৰিলে দাম্পত্য জীৱন সুখময় হৈ উঠে। ইয়াৰোপৰি পাৰিবাৰিক প্ৰেম, স্নেহ বৃদ্ধি পায়। শাস্ত্ৰত কামদেৱক প্ৰেমৰ দেৱতা বুলি কোৱা হয়। ইয়াৰোপৰি ঋতুৰাজ বসন্ত কামদেৱৰ বন্ধু। কামদেৱে ব্যক্তিৰ জীৱনত প্ৰেম আৰু ৰতি শৃঙ্গাৰৰ সঞ্চাৰ কৰে।

পৌৰাণিক ধাৰণা অনুসৰি বসন্ত পঞ্চমী তিথিত কামদেৱ আৰু ৰতি স্বৰ্গৰ পৰা পৃথিৱীলৈ আহিছিল। তেওঁৰ আগমনৰ সৈতে মৰ্ত্যত বসন্ত ঋতুৰ আগমন ঘটে। তেওঁ এই পৃথিৱীলৈ অহাৰ লগে লগেই পৃথিৱীৰ সকলো ব্যক্তিৰ মনত ইচ্ছা জাগৃত হয়। প্ৰকৃতি সেউজীয়া হৈ উঠে। বসন্ত পঞ্চমীৰ পৰাই সমগ্ৰ সৃষ্টিশীল জীৱৰ মনত প্ৰেমৰ অনুভূতি সঞ্চাৰিত হয়। শাস্ত্ৰমতে প্ৰেমৰ দেৱতা কামদেৱ আৰু তেওঁৰ পত্নী ৰতিয়ে নৃত্যৰ দ্বাৰা পশু, পক্ষী আৰু মানুহৰ মাজত প্ৰেম আৰু কাম ভাৱ জাগৃত হয়। কামদেৱৰ আশীৰ্বাদত প্ৰেম আৰু দাম্পত্য জীৱন মধুৰ হয়। ৰতিক প্ৰেম, সৌন্দৰ্য, প্ৰতিভা আৰু কামনাৰ দেৱী বুলি কোৱা হয়।

কামদেৱ কোন?
পুৰাণত কামদেৱক লক্ষ্মী আৰু নাৰায়ণৰ পুত্ৰ হিচাপে বিবেচনা কৰা হয়। দেৱী ৰতিৰ সৈতে তেওঁৰ বিবাহৰ হৈছিল। মতান্তৰত কামদেৱক ব্ৰহ্মাৰ পুত্ৰ হিচাপেও আখ্যা দিয়া হয়। শাস্ত্ৰ অনুসৰি কামদেৱ প্ৰেমৰ অধিপতি। তেওঁ নাথাকিলে সৃষ্টিৰ উন্নতি বাধিত হ’ব। ইয়াৰোপৰি সমস্ত প্ৰাণী আৰু মনুষ্যৰ মাজত প্ৰেমৰ অনুভূতি শেষ হৈ যাব। উল্লেখ্য যে শিৱই কামদেৱক প্ৰকৃতিত বাস কৰাৰ আশীৰ্বাদ দিছিল। এই কাৰণতেই আকাশে-বতাহে সকলোতে এই সময়ত ভালপোৱাৰ সুগন্ধ বিয়পি পৰে।

কামদেৱক সুখী কৰাৰ মন্ত্ৰ
প্ৰেম জীৱনত সাফল্য লাভ কৰা বা মনৰ মানুহক নিজৰ প্ৰতি আকৃষ্ঠ কৰিবলৈ কামদেৱৰ কিছু মন্ত্ৰ জপ কৰা উচিত। এই পৌৰাণিক মন্ত্ৰ জপৰ ফলত কাংক্ষিত ভালপোৱা লাভ কৰা সহজ হয়। বসন্ত পঞ্চমীৰ পৰা নিয়মিত এই মন্ত্ৰ জপ কৰিব লাগে।
১) ওম কামদেৱায় বিদ্মহে ৰতি প্ৰিয়য়ৈ ধামহি, তন্নো অনঙ্গ প্রচোদয়াৎ
এই মন্ত্ৰ নিয়মিত জপ কৰিলে কামদেৱ আনন্দিত হয়। প্ৰিয় মানুহ আপোনাৰ প্ৰতি আকৃষ্ঠ হ’ব।
২) ও নমো ভগবতে কামদেবায় যস্য যস্য দৃশ্যো ভবামি যস্য যস্য মম মুখং পশ্যতি তং তং মোহয়তু স্বাহা
পুৱা আৰু সন্ধিয়া ১০৮বাৰ এই মন্ত্ৰ জপ কৰিলে সুফল পাব। ২১ দিন পৰ্যন্ত এই মন্ত্ৰ জপ কৰিব লাগে। একান্তই অকলে বহি এই মন্ত্ৰ জপ কৰিলে প্ৰিয় মানুহৰ ধ্যান আকৰ্ষণ কৰিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ
বাণিজ্য

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

July 29, 2026
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?
বাণিজ্য

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

July 29, 2026
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল
জীৱনশৈলী

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

July 29, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

July 29, 2026
Next Post
আজি দেৱী সৰস্বতীক এই পাঁচ ভোগ নিবেদন কৰিলেনে? সুখেৰে ভৰি পৰিব জীৱন

আজি দেৱী সৰস্বতীক এই পাঁচ ভোগ নিবেদন কৰিলেনে? সুখেৰে ভৰি পৰিব জীৱন

৫০০ বছৰৰ পাছত তৈয়াৰ হৈছে কেদাৰ যোগ, ৩ৰাশিৰ আয়, উন্নতি একেবাৰে পাক্কা

৫০০ বছৰৰ পাছত তৈয়াৰ হৈছে কেদাৰ যোগ, ৩ৰাশিৰ আয়, উন্নতি একেবাৰে পাক্কা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.