• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ১০ ছবি ঘৰত ৰাখিলেই ভাগ্যলক্ষ্মীৰ কৃপাত সুখ সৌভাগ্য বাঢ়িব৷ কি কি ছবি ঘৰত লগাব, বাস্তুৱে কি কয়?

এই ১০ ছবি ঘৰত ৰাখিলেই ভাগ্যলক্ষ্মীৰ কৃপাত সুখ সৌভাগ্য বাঢ়িব৷ কি কি ছবি ঘৰত লগাব, বাস্তুৱে কি কয়?

2 years ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

23 minutes ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

1 hour ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

2 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

3 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

3 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

4 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

5 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

6 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

7 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

24 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 day ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ১০ ছবি ঘৰত ৰাখিলেই ভাগ্যলক্ষ্মীৰ কৃপাত সুখ সৌভাগ্য বাঢ়িব৷ কি কি ছবি ঘৰত লগাব, বাস্তুৱে কি কয়?

এই ১০ ছবি ঘৰত ৰাখিলেই ভাগ্যলক্ষ্মীৰ কৃপাত সুখ সৌভাগ্য বাঢ়িব৷ কি কি ছবি ঘৰত লগাব, বাস্তুৱে কি কয়?

editor by editor
May 8, 2024
in জীৱনশৈলী, বিবিধ
0
এই ১০ ছবি ঘৰত ৰাখিলেই ভাগ্যলক্ষ্মীৰ কৃপাত সুখ সৌভাগ্য বাঢ়িব৷ কি কি ছবি ঘৰত লগাব, বাস্তুৱে কি কয়?
0
SHARES
121
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নতুন ঘৰ ক্ৰয় কৰাৰ পাছত সজ্জাত বিশেষ গুৰুত্ব প্ৰত্যেকেই দিয়ে৷ সৰু সৰু সামগ্ৰীৰো বিশেষ গুৰুত্ব থাকে৷ গৃহসজ্জাৰ বাবে সামগ্ৰী ক্ৰয় কৰোতে আমি প্ৰত্যেকেই সুন্দৰ ছবি ক্ৰয়তো গুৰুত্ব দিও৷ কোনো কোনোৱে নিজৰ পছন্দৰ কোনো প্ৰাণীৰ ছবি ঘৰত ৰাখে৷ বাস্তু শাস্ত্ৰতো ছবি লগোৱাৰ কথা উল্লেখ আছে৷ ঘৰত কেনেকুৱা ছবি লগালে সুখ, সমৃদ্ধি আৰু উন্নতি সম্ভৱ? সেই বিষয়েও বাস্তু শাস্ত্ৰত বিস্তাৰিতভাৱে জনোৱা হৈছে৷ কি ছবিয়ে আপোনাক সফলতাৰ দিশে আগুৱাই নিয়ে আৰু কোন ছবিয়ে ইতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি কৰিব পাৰে সেই বিষয়েও উল্লেখ আছে৷

সাতটা ঘোঁৰা

বাস্তু অনুসৰি ঘৰ বা কাৰ্যালয়ত দৌৰি থকা ঘোঁৰাৰ ছবি লগালে সাফল্য, সৌভাগ্য লাভ, উন্নতি, শক্তি বৃদ্ধি হ’ব৷ দক্ষিণ দিশত এই ছবি আঁৰিলে জনপ্ৰিয়তা আৰু সাফল্য লাভ কৰা সম্ভৱ৷ পাৰিবাৰিক সমৃদ্ধিৰ বাবে উত্তৰ দিশতহে এই ছবি লগাব৷ পূব দিশত এই ছবি লগালে কেৰিয়াৰত উন্নতি সম্ভৱ৷ বৈঠকখান, পঢ়া ৰুম  বা কাৰ্যালয়ৰ কেবিনত এই ছবি লগাব পাৰে৷

জুৰিৰ ছবি

বাস্তু শাস্ত্ৰ অনুসৰি জুৰিৰ ছবি লগালে সমৃদ্ধি, প্ৰাচুৰ্য, ইতিবাচক শক্তি বৃদ্ধি পায়৷ শক্তিৰ প্ৰবাহক এই ছবিয়ে প্ৰতিনিধিত্ব কৰে৷ বাস্তু অনুসৰি জুৰিৰ ছবিয়ে সুখ, আনন্দ আৰু শান্তিও বৃদ্ধি কৰে৷ ঘৰৰ উত্তৰ দিশৰ মধ্যভাগৰ পৰা আৰম্ভ কৰি পূবৰ মাজলৈকে এই ছবি লগালে ইতিবাচক শক্তিৰ প্ৰভাৱ বাঢ়ে৷ ভূলতো উত্তৰ-পশ্চিম বা দক্ষিণ-পশ্চিম দিশত এই ছবি নলগাব৷ ইয়াৰ ফলত পৰিয়ালত মহিলাসকলৰ সমস্যা বাঢ়িব পাৰে৷

বুদ্ধ

বাস্তু অনুসৰি ঘৰত বুদ্ধৰ ছবি বা মূৰ্তি ৰাখিলে মানসিক সুস্বাস্থ্য লাভ কৰা সম্ভৱ৷ ইয়াৰোপৰি পৰিয়ালত শান্তি আৰু ব্যক্তি নিৰ্ভিঘ্নে সাফল্যৰ পথত আগুৱাই যাব৷ নিৰাপত্তাৰ বাবে বাস্তু অনুসৰি ঘৰৰ প্ৰৱেশ দ্বাৰৰ ৰক্ষা মুদ্ৰাত বুদ্ধৰ মূৰ্তি বা ছবি ৰখা উচিত৷ মাজত বা ৱালত তিনিফুট ওপৰত এই ছবি লগাব৷ পশ্চিম দিশত মুখ কৰি এই ছবি লগাব৷ ইয়াৰ ফলত মানসিক অৱসাদ দূৰ হয়৷ ধ্যান মুদ্ৰাত থকা বুদ্ধৰ ছবি লগাব পাৰে৷ ইয়াৰ ফলত একাগ্ৰতা বৃদ্ধি পায়৷

ময়ূৰ

বাস্তু শাস্ত্রত ময়ূৰক সৌভাগ্য আৰু সৌন্দৰ্যৰ প্ৰতীক বুলি ধৰা হয়৷ ঘৰত ময়ূৰৰ ছবি লগাতে ইতিবাচক শক্তি আৰু সৌভাগ্য বৃদ্ধি পায়৷ বাস্তু অনুসৰি দক্ষিণ দিশত ময়ূৰৰ ছবি লগালে অৰ্থ আগমন হয়৷ দক্ষিণ পূৱ দিশত লগালে আত্মবিশ্বাস বাঢ়ে৷ অন্যহাতে দক্ষিণ পশ্চিমৰ দেৱালত দুটা ময়ূৰৰ ছবি লগালে দাম্পত্য জীৱনত মাধুৰ্য থাকে৷ পেছাগত জীৱনত সাফল্যৰ বাবে ঘৰ বা কাৰ্যালয়ত উত্তৰ-পশ্চিম দিশত ময়ূৰৰ ছবি লগাব৷ সোনালী ফ্ৰেমত ঘৰৰ পশ্চিম দেৱালত এই ছবি ৰাখিলে একাগ্ৰতা বৃদ্ধি পায়৷

পদুমফুল

বাস্তু শাস্ত্ৰত পদুমক নৈতিকতা আৰু ইতিবাচক শক্তিৰ প্ৰতিনিধি বুলি কোৱা হয়৷ ঘৰৰ ব্ৰহ্মস্থানত পদুম ফুলৰ ছবি ৰাখিলে ইতিবাচক শক্তিৰ সৃষ্টি হয়৷ ইয়াৰোপৰি উত্তৰ পূব দিশতো এই ছবি ৰাখিব পাৰে৷ এই স্থানত পদুম ৰাখিলে অৰ্থ আহে৷

পাহাৰ-পৰ্বত

পাহাৰৰ ছবিয়ে পৰিয়ালত ব্যপ্ত নেতিবাচক শক্তিক দূৰ কৰে৷ বাস্তু পৰামৰ্শ অনুসৰি সঠিত স্থানত পাহাৰৰ ছবি লগোৱাটো শুভ৷ বাস্তু অনুসৰি ঘৰ বা কাৰ্যালয়ৰ দক্ষিণ-পশ্চিম দিশত পাহাৰৰ ছবি লগালে পজিটিভ শক্তি উৎপন্ন হয়৷ উল্লেখ্য যে ঘৰৰ দক্ষিণ বা দক্ষিণ-পশ্চিম দিশত বাস্তু দোষ থাকে৷ বাস্তু দোষৰ নেতিবাচক প্ৰভাৱৰ পৰা মুক্তি পাবলৈ এই দিশত পাহাৰৰ পেণ্টিং লগোৱাটো শ্ৰেয়৷

উঁট

ব্যৱসায়ত উন্নতিৰ বাবে উঁটৰ ছবি লগোৱাটো শুভ৷ ঘৰ বা কাৰ্যালয়ৰ পশ্চিম দিশত উঁটৰ ছবি লগালে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি হয়৷ সহদ আৰু সমস্যামুক্ত জীৱন কামনা কৰাসকলে ডাইনিং হলত উঁটৰ ছবি লগাব৷ ইয়াৰ ফলত পৰিয়ালত ইতিবাচক শক্তি সঞ্চাৰিত হয়৷

হাঁহ

বাস্তু শাস্ত্ৰক হাঁহক প্ৰেম, বাৎসল্য আৰু পবিত্ৰতাৰ প্ৰতীক বুলি কোৱা হয়৷ শয়নকক্ষৰ উত্তৰৰ দেৱালত হাঁহৰ ছবি লগালে স্বামী-স্ত্ৰীৰ মাজত প্ৰেম ভালপোৱা বৃদ্ধি পায়৷ ইয়াৰোপৰি সুখ-সমৃদ্ধি বাঢ়ে৷ ইয়াৰোপৰি ইতিবাচক শক্তি আৰু ধনলাভৰ বাবেওঁ হাঁহৰ ছবি লগাব পাৰে৷ হাঁহৰ ছবিয়ে নেতিবাচক শক্তি দূৰ কৰা, ব্যৱসায় আৰু চাকৰিতো উন্নতিৰ সপোন পূৰণ কৰে৷

মাছ

ঘৰত মাছৰ ছবি লগোৱাটো অত্যন্ত শুভ৷ মাছ জীৱন্ত শক্তিৰ প্ৰতীক৷ ঘৰত মাছৰ ছবি লগালে পৰিয়ালৰ সদস্যৰ আয়ুস বৃদ্ধি পায়৷ মাছৰ ছবি ৰাখিলে সুখ, সমৃদ্ধি আৰু ধন বৃদ্ধি পায়৷ সোনালী মাছৰ ছবিয়ে চাকৰি আৰু কেৰিয়াৰত সাফল্যৰ পথ প্ৰশস্ত কৰে৷ উত্তৰ-পূব বা পূব দিশত মাছৰ ছবি ৰাখিলে ইতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়৷

কি ছবি নলগাব

বাস্তু অনুসৰি মহাভাৰতৰ যুদ্ধ বা কোনো যুদ্ধৰ ছবি ঘৰত ৰখা উচিত নহয়৷ ইয়াৰোপৰি কবৰ, সমাধিৰ ছবি লগালেও নেতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়৷ তাজমহল দেখাত যিমানেই সুন্দৰ নহওক কিয় সেয়া এক কবৰহে সেয়ে ঘৰত তাজমহলৰ ফটো ৰখাটো বাস্তুমতে অনুচিত৷ ইয়াৰপৰি নটৰাজ, অস্তগামী সূৰ্য, হিংস্ৰ প্ৰাণীৰ ছবি ঘৰত নলগাব৷ অন্যথা পৰিয়ালত বিভেদ, তিক্ততা বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?
জীৱনশৈলী

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

March 15, 2026
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?
স্বাস্থ্য

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

March 15, 2026
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!
স্বাস্থ্য

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

March 15, 2026
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
Next Post
ক্ষন্তেক পাছতেই লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট, কোন কোন ৱেবচাইটত পাব ৰিজাল্ট?

ক্ষন্তেক পাছতেই লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট, কোন কোন ৱেবচাইটত পাব ৰিজাল্ট?

কৰ্কট ৰাশিৰ ৰাশিফলঃ নতুন চাকৰি, প্ৰেমত ভৰপূৰ ৰোমান্স আৰু কি কি দিশত আজিৰ দিনটো শুভ?

কৰ্কট ৰাশিৰ ৰাশিফলঃ নতুন চাকৰি, প্ৰেমত ভৰপূৰ ৰোমান্স আৰু কি কি দিশত আজিৰ দিনটো শুভ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.