• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

44 minutes ago
নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

9 minutes ago
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

27 minutes ago
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

58 minutes ago
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

1 hour ago
গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

2 hours ago
এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

3 hours ago
৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

4 hours ago
বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

5 hours ago
আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

মেষ ৰাশিত সূৰ্যৰ গোচৰ, প্ৰথম ব’হাগতেই প্ৰমোছন, বাহন, ঘৰৰ মালিক হ’ব ৫ৰাশি

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

editor by editor
April 7, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি
0
SHARES
233
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কথাতেই কোৱা হয় অৰ্থই হৈছে ইচ্ছা পূৰণৰ চাবিকাঠি৷ ধনী হোৱাৰ সপোন কম বেছি সকলোৱেই দেখে৷ কিন্তু কিমানজনৰ সেই সপোন পূৰণ হয়৷ মোটা অংকৰ ধন আহিলেও সেই ধন হাতত নাথাকে৷ প্ৰকৃততে বাস্তুমতে দৈনিক কিছু অভ্যাসে আমাৰ অৰ্থ সঞ্চয়ৰ পথত বাধাৰ সৃষ্টি কৰে৷ সেইসমূহ নিয়ম বৰ্জন কৰিলেই মাহৰ শেষক পকেটত থাকিব মোটা অংকৰ ধন৷

কি কি নিয়ম মানি চলিব?

১. দক্ষিণ পশ্চিমত খিৰিকি বা দুৱাৰ

যদি অৰ্থ সঞ্চয় কৰাত সমস্যা হৈছে তেন্তে জানিব যে তাৰ আঁৰত দক্ষিণ-পশ্চিম দিশত বাস্তু ভাৰসাম্যহীনতা আছে৷ বাস্তু অনুসৰি ঘৰৰ দক্ষিণ পশ্চিম কোণত এখন খিৰিকি বা দুৱাৰ থাকিলে আৰ্থিক অস্থিৰতাই দেখা দিয়ে৷ এই দিশ স্থিতিশীলতা আৰু ভিত্তিৰ সৈতে সম্পৰ্কিত৷

২. অবিৰাম পানীৰ লিকেজ বা অপচয়

টেপৰ পৰা এফুট এফুটকৈ অনবৰতে পানী পৰি থকা, পাইপৰ ফুটাৰ পৰা পানী পৰি থাকিলে বাস্তুশাস্ত্ৰৰ এটা প্ৰধান ত্ৰুটি হিচাপে বিবেচনা কৰা হয়৷ বাস্তুত পানী সম্পদৰ প্ৰতীক৷ যদি এই লিকেজ হয় বা কাৰণ অবিহনেই নষ্ট হয় তেন্তে অপ্ৰয়োজনীয় ব্যয় বৃদ্ধি কৰে আৰু আৰ্থিক সম্পদৰ অৱসান হয় বুলি প্ৰচলিত বিশ্বাস৷

৩. বিচনাত বহি খাদ্য গ্ৰহণ

বাস্তুৱে জীৱনযাত্ৰাৰ অভ্যাসকো নিয়ন্ত্ৰণ কৰে৷  বিচনাত বহি নিয়মিত খাদ্য খোৱাটোৱে অভাৱ মাতি আনে বুলি কোৱা হয়৷ এই অভ্যাসে খাদ্য আৰু প্ৰাচুৰ্যৰ সৈতে সম্পৰ্কিত শক্তি প্ৰবাহক ব্যাহত কৰে যাৰ ফলত পৰিয়ালত পুষ্টি আৰু আৰ্থিক সংকট মাতি আনিব পাৰে৷

৪. বাথৰুমৰ দুৱাৰ খোলা ৰখা

যদি আপোনাৰ বাথৰুম ঘৰৰ ভিতৰত হয় আৰু তাৰ দুৱাৰ প্ৰায়েই খোলা থাকে তেন্তে ইয়ো আৰ্থিক সমস্যাও কাৰণ হব পাৰে৷ কাৰণ খোলা বাথৰুমৰ দুৱাৰে ঘৰত নেতিবাচক শক্তি সঞ্চালনৰ সুযোগ দিয়ে বুলি ধাৰণা কৰা হয়৷ সেয়ে অৰ্থনৈতিক চাপ কমাবলৈ বাথৰুমৰ দুৱাৰ সকলো সময়তে বন্ধ কৰি ৰখাৰ পৰামৰ্শ দিয়ে বাস্তু শাস্ত্ৰি৷

৫. বিচনা পৰিষ্কাৰকৈ ৰখা

পুৱা নিয়মিতভাৱে বিচনা পৰিষ্কাৰ কৰক৷ শাস্ত্ৰই কৈছে পুৱাই টোপনিৰ পৰা উঠাৰ পাছত বিছনা চফাকৈ ৰাখিব লাগে৷ পৰিষ্কাৰ বিচনাই সৌভাগ্য আৰু বাহী বিচনাই দুৰ্ভাগ্যক আকৰ্ষণ কৰে বুলি কয় শাস্ত্ৰ বিশেষজ্ঞসকলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ
জীৱনশৈলী

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

April 7, 2026
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?
জীৱনশৈলী

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

April 7, 2026
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?
খাদ্য

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

April 7, 2026
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?
খাদ্য

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

April 7, 2026
Next Post
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন