• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫০ বছৰৰ পাছত ৰাহু-শুক্ৰৰ বিপৰীত ৰাজযোগত ভাগ্যৰ চকা ঘূৰিব ৩ৰাশিৰ, পাব আয়ৰ নতুন পথ

৫০ বছৰৰ পাছত ৰাহু-শুক্ৰৰ বিপৰীত ৰাজযোগত ভাগ্যৰ চকা ঘূৰিব ৩ৰাশিৰ, পাব আয়ৰ নতুন পথ

2 years ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

10 minutes ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

37 minutes ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

2 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

2 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

3 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

3 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

4 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

8 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

8 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

8 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

9 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৫০ বছৰৰ পাছত ৰাহু-শুক্ৰৰ বিপৰীত ৰাজযোগত ভাগ্যৰ চকা ঘূৰিব ৩ৰাশিৰ, পাব আয়ৰ নতুন পথ

editor by editor
April 2, 2024
in জীৱনশৈলী, ভাৰত
0
৫০ বছৰৰ পাছত ৰাহু-শুক্ৰৰ বিপৰীত ৰাজযোগত ভাগ্যৰ চকা ঘূৰিব ৩ৰাশিৰ, পাব আয়ৰ নতুন পথ
0
SHARES
345
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মীন ৰাশিত একেলগে ভ্ৰমণ কৰিছে শুক্ৰ আৰু ৰাহু। ৩১ মাৰ্চত কুম্ভ ৰাশিত নিজৰ যাত্ৰা সম্পন্ন কৰি মীন ৰাশিত প্ৰৱেশ কৰিছে এই গ্ৰহই। তাতেই পূৰ্বৰে পৰা ৰাহু বিৰাজমান। যাৰ ফলত মীন ৰাশিত বৰ্তমান শুক্ৰ আৰু ৰাহুৰ যুঁটি তৈয়াৰ হৈছে। জ্যোতিষ গণনা অনুসৰি এই যুঁটিৰ ফলত বিপৰীত ৰাজযোগ তৈয়াৰ হৈছে। ৫০ বছৰৰ পাছত মীন ৰাশিত এই দুই গ্ৰহৰ মিলনৰ বিপৰীত ৰাজযোগ তৈয়াৰ হৈছে। এই ৰাজযোগৰ শুভ প্ৰভাৱ পৰিব একাধিক ৰাশিৰ জাতকৰ ওপৰত। এই ৰাজযোগৰ প্ৰভাৱত কোন কোন ৰাশিৰ ভাগ্য চমকি উঠিব জানি থওক সবিশেষ।

বৃষ ৰাশি
জ্যোতিষ গণনা অনুসৰি শুক্ৰ আৰু ৰাহুৰ বিপৰীত ৰাজযোগ বৃষ ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী। আপোনাৰ ৰাশিৰ আয় আৰু লাভৰ স্থানত এই যোগ তৈয়াৰ হৈছে। সেয়ে এই সময়ত বৃষ ৰাশিৰ জাতকৰ আয় অসাধাৰণ হাৰত বৃদ্ধি পাব। ইয়াৰোপৰি আয়ৰ নতুন নতুন উৎস লাভ কৰিব। ব্যৱসায়ীসকলৰো লাভ হ’ব। জীৱনসংগীৰ সৈতে ভাৰসাম্য বজায় ৰাখিব পাৰিব। দাম্পত্য জীৱনত আনন্দ বৰ্তি থাকিব। লগ্নিৰ দ্বাৰা লাভাম্বিত হ’ব এই ৰাশিৰ জাতক। শ্বেয়াৰ বজাৰ, বেটিং, লটাৰীৰ মাধ্যমেৰে লাভ হ’ব।

মিথুন ৰাশি
বিপৰীত ৰাজযোগ মিথুন ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব। আপোনাৰ গোচৰ কোষ্ঠীৰ কৰ্মস্থানত এই যুঁটি তৈয়াৰ হ’ব। ইয়াৰ ফলত কাম আৰু ব্যৱসায়ত ভাল সাফল্য লাভ কৰিব পাৰিব মিথুন ৰাশিৰ জাতকে। কেৰিয়াৰত আগুৱাই যোৱাৰ নতুন সুযোগ পাব। এই সুযোগৰ সদ্বব্যৱহাৰ কৰি উন্নতি কৰিব পাৰিব। অন্যহাতে এই ৰাশিৰ ব্যৱসায়ীয়ে শুক্ৰ আৰু ৰাহুৰ সংযোগৰ প্ৰভাৱত নতুন অৰ্ডাৰ পাব পাৰে। যাৰ ফলত ভাল পৰিমাণৰ ধন লাভ কৰিব পাৰে। চাকৰিয়াল মিথুন ৰাশিৰ জাতকে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে। পদোন্নতি সম্ভৱ।

কৰ্কট ৰাশি
ৰাহু আৰু শুক্ৰৰ বিপৰীতে ৰাজযোগত কৰ্কট ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হ’ব। আপোনাৰ ৰাশিৰ নৱম স্থানত এই যুঁটি হ’ব। এই সময়ত ভাগ্যৰ সংগ পাব কৰ্কট ৰাশিৰ জাতকৰ। ভাগ্যোদয় হ’ব আপোনাৰ। ইয়াৰোপৰি আয় আৰু পদ বৃদ্ধি হ’ব। ইয়াৰ ফলত সমাজত মান-সন্মান বাঢ়িব কৰ্কট ৰাশিৰ জাতকৰ। দেশ-বিদেশৰ যাত্ৰাৰ শুভ সংযোগ তৈয়াৰ হৈছে। এই সময়ত ৰৈ থকা সকলো কাম সম্পন্ন হ’ব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও এই সময় শুভ। কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে সাফল্য লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা
অপৰাধ

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

August 24, 2026
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন
বিনোদন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

August 24, 2026
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’
ভাৰত

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

August 24, 2026
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি
নিয়োগ

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

August 24, 2026
Next Post
কঠিন সময়ত দুৰন্ত টেমপাৰমেণ্ট! ট্ৰলৰ জৱাব কেনেকৈ দিব লাগে দেখুৱাই দিলে ৰিয়ান পৰাগে

কঠিন সময়ত দুৰন্ত টেমপাৰমেণ্ট! ট্ৰলৰ জৱাব কেনেকৈ দিব লাগে দেখুৱাই দিলে ৰিয়ান পৰাগে

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশি! এওঁলোকৰ সকলো সমস্যা নিজেই দূৰ কৰে বজৰংবলীয়ে

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশি! এওঁলোকৰ সকলো সমস্যা নিজেই দূৰ কৰে বজৰংবলীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.