• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

4 months ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

4 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

5 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

6 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

6 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

7 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

8 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

8 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

9 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

11 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

11 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?

editor by editor
June 7, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
মুখ নেদেখাই বলীউডত এইগৰাকী নাৰীয়ে উপাৰ্জন কৰে কোটি কোটি টকা! কেনেকৈ গঢ়িলে অপৰিসীম সম্পত্তি?
0
SHARES
348
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ নিত্য নতুন খবৰ পোহৰলৈ আহি থাকে। এইবাৰ এগৰাকী ছুপাৰহিট হিৰোৰ কন্যাই শিৰোনাম দখল কৰিছে। কিন্তু তেওঁ কেতিয়াও চিনেমাত কাম কৰা নাছিল। কিন্তু আজি তেওঁৰ বলীউডত প্ৰভাৱ যথেষ্ঠ। বলীউডৰ বহু তাৰকাই কষ্ট কৰি নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে।

বিগত তিনিটা দশক ধৰি ভাৰতীয় টেলিভিছন জগতখনত যদি এটা নাম ধাৰাবাহিকভাৱে আধিপত্য বিস্তাৰ কৰি আহিছে তেন্তে সেয়া আন কোনো নহয় একতা কাপুৰ। ১৯৭৫ চনৰ ৭ জুনত জন্মগ্ৰহণ কৰা একতাক মনোৰঞ্জন জগতৰ কুইন হিচাপে জনা যায়। যি সময়ত টেলিভিছন চোৱাটো আজিৰ দৰে সাধাৰণ নাছিল, সেই সময়ত তেওঁ সৰু পৰ্দাৰ জড়িয়তে সকলোকে মনোৰঞ্জন কৰিছিল। তেওঁৰ তীক্ষ্ণ ধাৰণা আৰু অনন্য চিন্তাই কেৱল দৰ্শকৰ মন বুজি পোৱাই নহয়, টেলিভিছন চোৱাৰ ধৰণটোও সম্পূৰ্ণৰূপে সলনি কৰি দিলে।

একতা কাপুৰৰ প্ৰডাকচন কোম্পানী বালাজী টেলিফিল্মছে ইটোৰ পিছত সিটোকৈ ধাৰাবাহিক ডেলিভাৰী কৰি আহিছে যিয়ে পূৰ্বৰ সকলো টি আৰ পি ৰেকৰ্ড ভংগ কৰিছে। তেওঁৰ শ্ব’ আৰু চৰিত্ৰবোৰ কেৱল টিভিৰ পৰ্দাতে আবদ্ধ হৈ থকাই নহয়, মানুহৰ ঘৰ আৰু হৃদয়ৰ অংশ হৈ পৰিছে। ছুপাৰষ্টাৰ জীতেন্দ্ৰৰ কন্যা একতাৰ প্ৰযোজনা কৰা ধাৰাবাহিক সমূহৰ উন্মাদনা ইমানেই তীব্ৰ আছিল যে চৰিত্ৰবোৰে মানুহক আকৰ্ষণ কৰিছিল। একতাৰ প্ৰতিখন ধাৰাবাহিকে জনপ্ৰিয়তা লাভ কৰে আৰু বহু ধন অৰ্জন কৰে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!
জীৱনশৈলী

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

October 19, 2026
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা
বাণিজ্য

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

October 19, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

October 19, 2026
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

October 19, 2026
Next Post
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

পুনৰ ভূমিকম্পৰ জোকাৰণি! ৭.৮ প্ৰাবল্যৰ ভূমিকম্পত ভয়ংকৰ পৰিস্থিতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.