• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমান-কেটৰ যুগলবন্দীৰ দৃশ্য কেনেকৈ উপভোগ কৰিলে বিকিয়ে? টাইগাৰ ৩ ৰ প্ৰিমিয়াৰ শ্ব’ চাই কি ক’লে বিকিয়ে?

ছলমান-কেটৰ যুগলবন্দীৰ দৃশ্য কেনেকৈ উপভোগ কৰিলে বিকিয়ে? টাইগাৰ ৩ ৰ প্ৰিমিয়াৰ শ্ব’ চাই কি ক’লে বিকিয়ে?

2 years ago
লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

28 minutes ago
দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

1 hour ago
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

2 hours ago
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

3 hours ago
‘হেৰ বাঁহী, তোক বৰ ভালপাওঁ দেহী’, হাৰ্টথ্ৰ’বৰ হৃদয়ত কেৱল তেঁৱেই বজাই সুহুৰি…

হত্যা হোৱা নাছিল জুবিন গাৰ্গৰ, ছিংগাপুৰৰ কৰ’নাৰ্ছ কৰ্টৰ চূড়ান্ত ৰায়দান

3 hours ago
ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

ইমৰাণ হাছমীৰ সৈতে চুম্বনৰ দৃশ্যত উচপ খাই উঠিল তনুশ্ৰী, তাৰ পিছত…

4 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

5 hours ago
UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

UPI পিন পাহৰিলেও চিন্তা নাই, আহিছে নতুন ফিচাৰ!

5 hours ago
আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

আপোনাৰ ৰাশিয়ে দিব স্বাস্থ্যৰ ইংগিত, জানক কোনবোৰ ক্ষেত্ৰত সাৱধানে থাকিব!

6 hours ago
ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

ODI World Cup 2027 খেলিব নোৱাৰে ৫ জন খেলুৱৈয়ে, টিম ইণ্ডিয়াত দেখিব নতুন মুখ!

7 hours ago
ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

ভাগ্য হ’ব সলনি, পাকঘৰৰ এটা ভুলে পেলাব বিপদত!

7 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

প্ৰেমত বাধা, সম্পত্তি নাশ! জানক কোন ৰাশিৰ জাতক-জাতিকাৰ কেনে যাব দিনটো?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ছলমান-কেটৰ যুগলবন্দীৰ দৃশ্য কেনেকৈ উপভোগ কৰিলে বিকিয়ে? টাইগাৰ ৩ ৰ প্ৰিমিয়াৰ শ্ব’ চাই কি ক’লে বিকিয়ে?

editor by editor
November 12, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
ছলমান-কেটৰ যুগলবন্দীৰ দৃশ্য কেনেকৈ উপভোগ কৰিলে বিকিয়ে? টাইগাৰ ৩ ৰ প্ৰিমিয়াৰ শ্ব’ চাই কি ক’লে বিকিয়ে?
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেওবাৰে দীপাৱলীৰ দিনাই মুক্তিলাভ কৰিছে টাইগাৰ-৩য়ে৷ পুৱা ৬বজাৰ প্ৰথম দৰ্শনীৰ পৰাই দেশৰ বিভিন্ন চিনেমা হলত লগোৱা হৈছে টাইগাৰ-৩৷ শনিবাৰে মুম্বাইত ছবিখনৰ স্ক্ৰিনিঙৰ পাছতেই বলীউডতো ছবিখনক লৈ হৈ চৈ লাগিছে৷ বলীউডৰ একাধিক তাৰকাই শনিবাৰেই টাইগাৰ-৩ উপভোগো কৰিলে৷ এই ছবিত প্ৰত্যাবৰ্তন ঘটিছে টাইগাৰ যুঁটিৰো৷ আকৌ একেলগে দেখা গৈছে ছলমান খান আৰু কেটৰীণা কাঈফক৷ ছলমানৰ হাতত ধৰিয়েই কেটে বলীউডত স্থান লাভ কৰা বুলি বহুসময়ত বহুজনে কৈ আহিছিল৷ এইবাৰ আকৌ টাইগাৰ-৩ত একেলগে দেখা গৈছে দুই তাৰকাক৷

বিবাহৰ পাছত আকৌ এবাৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে কেটে অভিনয় কৰা বিষয়টোক কেনেধৰণে গ্ৰহণ কৰিছে তেওঁৰ স্বামী বিকিয়ে এই বিষয়টোও নেটিজেনে চৰ্চা কৰা দেখা গৈছে৷ ছলমানৰ সৈতে কেইবাবছৰ ধৰি সম্পৰ্কত থকাৰ পাছত বিচ্ছেদ হয় ছলমান আৰু কেটৰ৷ এই বিচ্ছেদৰ কাৰণ ছলমানৰ বদমেজাজ৷ ছলমানৰ সৈতে সম্পৰ্ক বিচ্ছেদ হোৱাৰ পাছতেই কেটে বিবাহপাশত আৱদ্ধ হয়৷ বিকি কৌশলৰ সৈতে কেটৰ বৰ্তমান এখন সুখৰ সংসাৰ৷

বহুদিনৰ অন্তত ছবিত কেটৰীণাৰ সৈতে ছলমানক দেখা গৈছে৷ একশ্ব্যন, ৰোমান্স সকলো আছে ছলমানৰ ছবি টাইগাৰ-৩ত৷ প্ৰথম দিনাই ছবিখন ছাবৰ বাবে উপস্থিত হৈছে কেটৰীণাৰ স্বামী বিকি কৌশলো৷ ডাঙৰ পৰ্দাত ছলমানৰ সৈতে পত্নী কেটৰ ৰোমান্স চাই ওলাই অহাৰ পাছতেই বিকিয়ে সংবাদ মাধ্যমৰ আগত ছবিখন আৰু কেটৰ অভিনয়ক লৈ কেইবাটাও মন্তব্য কৰিছে৷ অভিনেতাজনে সাংবাদিকক জনোৱাৰ ওপৰিও সামাজিক মাধ্যমতো শ্বেয়াৰ কৰিছে বিশেষ পোষ্ট৷ পোষ্টত বিকিয়ে লিখিছে, ‘টাইগাৰ-৩ প্ৰকৃত অৰ্থত ২০২৩ ৰ দীপাৱলীৰ শ্ৰেষ্ঠ উপহাৰ৷ কি দুৰ্দান্ত অভিনয় জোৱা, টাইগাৰ আৰু আতিশৰ৷ যশৰাজৰ গোটেই টীমকেই মই শুভেচ্ছা জনাইছো৷’ এই পোষ্টেৰে তেওঁ পত্নীৰ চিনেমা সকলোকে চাবৰ বাবেও উৎসাহ যোগাইছে৷

কেটৰীনাৰ দৰে জনপ্ৰিয় এগৰাকী অভিনেত্ৰীক পত্নী হিচাপে লাভ কৰি যথেষ্ট সুখী বুলি বহুসময়তেই বিকিয়ে কৈ আহিছে৷ ইফালে বিকি আৰু ছলমানৰ সম্পৰ্কও খুবেই ভাতৃসুলভ৷ যদিও ছলমান কেটৰীণাৰ এক্স বয়ফ্ৰেণ্ড সেই বিষয়ক লৈ কিন্তু বিকি আৰু ছলমানৰ মাজত কাহানিও মনোমালিন্য হোৱা নাই৷ ছলমানে কিন্তু কেটৰ অন্য প্ৰেমিকসকলৰ সৈতে বিশেষ সম্পৰ্ক কাহানিও ৰাখিব নোখোজে৷ বিকিৰ ক্ষেত্ৰত ছলমান ব্যতিক্ৰম৷ ছলমানে কেটৰ স্বামী হিচাপে বিকিক গ্ৰহণ কৰিবলৈ টান পালেও এজন ভাতৃৰ দৃষ্টিৰে মৰম কৰে বিকিক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?
বাণিজ্য

লোকসভাত Finance Bill 2026 গৃহীত! কেনেকৈ প্ৰভাৱ পৰিব আপোনাৰ জেপত আৰু কৰত?

March 25, 2026
দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!
জীৱনশৈলী

দূৰত থাকক এই ৪ ৰাশিৰ লোকৰ পৰা, শেষ কৰি দিব আপোনাৰ জীৱন!

March 25, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট
বাণিজ্য

২৫ দিনতে নাপাব চিলিণ্ডাৰ! LPG বুকিঙৰ ক্ষেত্ৰত ডাঙৰ আপডেট

March 25, 2026
Next Post
এই বিশৃঙ্খল পৃথিৱীত তুমি সঁচায়ে এজন ভাল মানুহ, ৰাঘৱ চাড্ডাক সামাজিকমাধ্যমত শুভেচ্ছা জনাই পৰিণীতিয়ে লিখিলে বিশেষ কেইটামান শাৰী

এই বিশৃঙ্খল পৃথিৱীত তুমি সঁচায়ে এজন ভাল মানুহ, ৰাঘৱ চাড্ডাক সামাজিকমাধ্যমত শুভেচ্ছা জনাই পৰিণীতিয়ে লিখিলে বিশেষ কেইটামান শাৰী

১০ কোটি পকেটলৈ আহিল! চেম্পিয়ন হ’লে কিমান কোটি লাভ কৰিব টীম ব্লুৱে?

১০ কোটি পকেটলৈ আহিল! চেম্পিয়ন হ’লে কিমান কোটি লাভ কৰিব টীম ব্লুৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.