• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিকী ছবি

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

1 hour ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

11 minutes ago
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

38 minutes ago
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

2 hours ago
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

3 hours ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

4 hours ago
এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

5 hours ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

20 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

21 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

editor by editor
March 26, 2026
in জীৱনশৈলী, স্বাস্থ্য
0
প্ৰতিকী ছবি
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
দেওবাৰে ব্ৰিটিছ এয়াৰৱেজৰ ফ্লাইট BA32ত এক মৰ্মান্তিক ঘটনা ঘটিছে৷ হংকঙৰ পৰা লণ্ডনগামী এই বিমানত যাত্ৰা কৰিছিল ৬০ বছৰীয়া এগৰাকী মহিলাই৷ উৰণৰ কিছুসময়ৰ পাছতেই অসুস্থ হৈ পৰে মহিলাগৰাকী, আৰু তাৰ কিছুসময়ৰ পাছতেই মহিলাগৰাকীৰ মৃত্যুও হয়৷ প্ৰতিবেদন অনুসৰি ফক্স নিউজে জনাইছে যে বিমানখন Airbus A350-1000 মডেলৰ আছিল আৰু উৰণৰ প্ৰায় এঘণ্টাৰ পাছতেই সেই মহিলাৰ মৃত্যু হয়৷ ইয়াৰপাছতেই দীৰ্ঘ ১৩.৫ ঘণ্টাৰ যাত্ৰাপথত তেওঁৰ দেহটো বিমানৰ পাছৰ ফালে ৰখা হয়৷
ঘটনাক লৈ যাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰিলেও বিমানখনে নিৰ্ধাৰিত সময়ত লণ্ডনত অৱতৰণ কৰে৷ এই ঘটনাক শোকপ্ৰকাশ কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষই৷ মহিলাগৰাকীৰ মৃত্যৰ পাছতো পাইলটে বিমানখন চলাই যোৱাৰ সিদ্ধান্ত লয় আৰু মাজপথৰ পৰা উভতি যোৱা বা অন্য স্থানত অৱতৰণ কৰাৰ পৰিবৰ্তে হিথৰো এয়াৰপৰ্টৰ দিশেই উৰান অব্যাহত ৰাখে৷
সাধাৰণতে যাত্ৰীৰ মৃত্যুক চিকিৎসাজনিত জৰুৰী পৰিস্থিতি হিচাপে গণ্য কৰা নহয় বাবেই এই সিদ্ধান্ত লয় পাইলটে৷ প্ৰথমে কেবিন ক্ৰু সকলে মৃতদেহটো বিমানৰ লেৱৰটৰিত ৰখাৰ কথা ভাৱিলেও শেষ পৰ্যন্ত সেই পৰিকল্পনা বাতিল কৰা হয়৷ পাছত দেহটো কাপোৰেৰে মেৰিয়াই বিমানৰ শেষ চীটৰ কাষত ৰাখি থোৱা হয়৷ এই ঘটনাক লৈ শংকিত হৈ পৰিছিল সকলো যাত্ৰীয়েই৷ বহুতেই আকৌ হংকঙলৈ উভতি যোৱাৰ কথাও কৈছিল৷
কিন্তু বিমানৰ ভিতৰত কোনো যাত্ৰীৰ মৃত্যু হলে তাৰ বাবে জৰুৰী অৱতৰণ কৰোৱা নহয়৷ কিন্তু এই ঘটনাত কেবিন ক্ৰুসকলে য’ত মৃতদেহটো থৈছিল সেই স্থান উষ্ণ থকাৰ বাবে কম সময়ৰ ভিতৰতে সমগ্ৰ বিমানৰ ভিতৰত তীব্ৰ দুৰ্গন্ধ বিয়পি কৰে৷ যাৰ বাবে অস্বস্তিত ভূগিছিল সকলো যাত্ৰী বুলিও জানিব পৰা গৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 26, 2026
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?
জীৱনশৈলী

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

March 26, 2026
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ
জীৱনশৈলী

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

March 26, 2026
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে
জীৱনশৈলী

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

March 26, 2026
Next Post
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন