• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মই এইবোৰ কাম বৰ বেয়া পাওঃ গুৱাহাটীত অৰিজিতে অতিপাত বেয়া পোৱা কাম কৰিলে কোনে…VIDEO

মই এইবোৰ কাম বৰ বেয়া পাওঃ গুৱাহাটীত অৰিজিতে অতিপাত বেয়া পোৱা কাম কৰিলে কোনে…VIDEO

2 years ago
শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

7 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

9 hours ago
Fixed Deposit কৰিব বিচাৰে নেকি? বিনিয়োগ কৰাৰ পূৰ্বে এই কথা জানি লওক

Fixed Deposit কৰিব বিচাৰে নেকি? বিনিয়োগ কৰাৰ পূৰ্বে এই কথা জানি লওক

10 hours ago
সুৰাপায়ীসকলৰ বাঢ়িব বিপদ! মুখ্যমন্ত্ৰী হৈয়ে থালাপতি বিজয় ল’লে ডাঙৰ সিদ্ধান্ত

সুৰাপায়ীসকলৰ বাঢ়িব বিপদ! মুখ্যমন্ত্ৰী হৈয়ে থালাপতি বিজয় ল’লে ডাঙৰ সিদ্ধান্ত

10 hours ago
গাৰুৰ তলত মোবাইল থৈ শোৱে নেকি? এটা ভুলে কৰিব সৰ্বনাশ!

গাৰুৰ তলত মোবাইল থৈ শোৱে নেকি? এটা ভুলে কৰিব সৰ্বনাশ!

11 hours ago
Hantavirus ৰ আতংক বৃদ্ধি, ভাৰতত ১৬৫ টা লেব সক্ৰিয়, নমুনা হ’ব পৰীক্ষা

Hantavirus ৰ আতংক বৃদ্ধি, ভাৰতত ১৬৫ টা লেব সক্ৰিয়, নমুনা হ’ব পৰীক্ষা

11 hours ago
বাছ যাত্ৰীৰ বাবে বাধ্যতামূলক চিট বেল্ট! চৰকাৰে কৰিছে ডাঙৰ ঘোষণা

বাছ যাত্ৰীৰ বাবে বাধ্যতামূলক চিট বেল্ট! চৰকাৰে কৰিছে ডাঙৰ ঘোষণা

12 hours ago
ঘৰত প্ৰৱেশ কৰিলে হঠাৎ দুৰ্গন্ধ অনুভৱ হয় নেকি? আঁৰত আছে ভয়ংকৰ কাৰণ!

ঘৰত প্ৰৱেশ কৰিলে হঠাৎ দুৰ্গন্ধ অনুভৱ হয় নেকি? আঁৰত আছে ভয়ংকৰ কাৰণ!

13 hours ago
পুনৰ নাপাব এই দিন, আজি হনুমানক পূজা কৰি সলনি কৰক ভাগ্য!

পুনৰ নাপাব এই দিন, আজি হনুমানক পূজা কৰি সলনি কৰক ভাগ্য!

13 hours ago
আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

14 hours ago
আজি ৩ ৰাশিয়ে পাব সোণালী সুযোগ! জানি লওক দৈনিক ৰাশিফল

আজি ৩ ৰাশিয়ে পাব সোণালী সুযোগ! জানি লওক দৈনিক ৰাশিফল

15 hours ago
মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

মই এইবোৰ কাম বৰ বেয়া পাওঃ গুৱাহাটীত অৰিজিতে অতিপাত বেয়া পোৱা কাম কৰিলে কোনে…VIDEO

ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ'

editor by editor
December 19, 2023
in বিনোদন
0
মই এইবোৰ কাম বৰ বেয়া পাওঃ গুৱাহাটীত অৰিজিতে অতিপাত বেয়া পোৱা কাম কৰিলে কোনে…VIDEO
0
SHARES
45.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ গুৱাহাটীত অনু্ষ্ঠান পৰিৱেশন কৰি পুনৰ মুম্বাইলৈ উভতিল অৰিজিত সিং। সংগীতেৰে দৰ্শকক মোহাচ্ছন্ন কৰা অৰিজিত সিঙৰ সহজ-সৰল জীৱনক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে। এনে সময়তে শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ। এই ভিডিঅটোত অৰিজিত সিঙে দৰ্শকৰ কি কাম আটাইতকৈ বেয়া পায় সেই কথা অনুষ্ঠানৰ মাজতে দৰ্শকক উদ্দেশ্যি কৈছে।

অৰিজিত সিঙে কৈছে যে- মই আটাইতকৈ বেয়া পোৱা কামবোৰৰ ভিতৰত দুটা কাম হৈছে অটোগ্ৰাফ দিয়া আৰু কাৰোবাৰ সৈতে ফটোগ্ৰাফ তোলা। বিশেষকৈ অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়ত মই এই কাম দুটা কৰিবলৈ আটাইতকৈ বেয়া পাও। কিন্তু মোৰ উপায়ো নাই, মই নিবিচাৰিলেও দৰ্শকে বাৰে বাৰে মোক এই কামৰ বাবে অনুৰোধ কৰে।

LINKত ক্লিক কৰি চাওক VIDEO-

https://www.facebook.com/reel/247783798158542

অৰিজিত সিঙৰ এই ভিডিঅটো শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে এতিয়া চৰ্চা হৈছে যে, গুৱাহাটীতো দৰ্শকসকলে অৰিজিত সিঙে বেয়া পোৱা এই কাম দুটাই কৰিছিল নেকি! গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা সংগীতানুষ্ঠানতো অৰিজিত সিঙে বহুতক অটোগ্ৰাফ দিয়া পৰিলক্ষিত হৈছিল। অনিচ্ছা সত্ত্বেও অৰিজিতে একো আপত্তি নোহোৱাকৈ সকলোকে অটোগ্ৰাফ দিবলৈ চেষ্টা কৰিছিল। কিন্তু অৰিজিতে এই কামটোৱে আটাইতকৈ বেয়া পাও বুলি নিজেই উল্লেখ কৰিছিল।

দৰ্শকৰ মন ৰাখিবলৈকে অৰিজিত সিঙে অনিচ্ছা সত্ত্বেও বা নিজে বেয়া পোৱা কাম হলেও সকলোকে অটোগ্ৰাফ দিবলৈ চেষ্টা কৰিছিল। ইয়াৰ পাছতে এতিয়া চৰ্চা হৈছে যে, গুৱাহাটীৰ দৰ্শক সকলেও অৰিজিত সিঙে আটাইতকৈ বেয়া পোৱা কামটোকে কৰিলে নেকি?

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুৱক পছন্দ নহ’ল এইকেইগৰাকী ক্ৰিকেটাৰৰ, পাতিলে বান্ধৱীৰ সৈতে বিয়া!
বিনোদন

যুৱক পছন্দ নহ’ল এইকেইগৰাকী ক্ৰিকেটাৰৰ, পাতিলে বান্ধৱীৰ সৈতে বিয়া!

May 11, 2026
IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম
বিনোদন

IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

May 10, 2026
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?
অসম

‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

May 9, 2026
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী
বিনোদন

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

May 8, 2026
Next Post
IPLত আগৰে পৰাই দামী অষ্ট্ৰেলিয়াৰ খেলুৱৈঃ চাই লওক তালিকা…

IPLত আগৰে পৰাই দামী অষ্ট্ৰেলিয়াৰ খেলুৱৈঃ চাই লওক তালিকা...

পৃথিৱী হ’ব ধ্বংস, মাজত মাত্ৰ ১২দিন!  কৈ দিয়ক মনৰ কথা সোনকালে…

পৃথিৱী হ'ব ধ্বংস, মাজত মাত্ৰ ১২দিন! কৈ দিয়ক মনৰ কথা সোনকালে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.