• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱী হ’ব ধ্বংস, মাজত মাত্ৰ ১২দিন!  কৈ দিয়ক মনৰ কথা সোনকালে…

পৃথিৱী হ’ব ধ্বংস, মাজত মাত্ৰ ১২দিন! কৈ দিয়ক মনৰ কথা সোনকালে…

3 years ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

7 minutes ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

47 minutes ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

2 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

2 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

3 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

3 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

4 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

5 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

5 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

6 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

পৃথিৱী হ’ব ধ্বংস, মাজত মাত্ৰ ১২দিন! কৈ দিয়ক মনৰ কথা সোনকালে…

২০২৩ত পৃথিৱী ধ্বংস কৰিব স্বয়ং সূৰ্যই

editor by editor
December 19, 2023
in Uncategorized
0
পৃথিৱী হ’ব ধ্বংস, মাজত মাত্ৰ ১২দিন!  কৈ দিয়ক মনৰ কথা সোনকালে…
0
SHARES
10.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ হাতত সময় একেবাৰে কম। মাজত মাত্ৰ ১২টা দিন। এই ১২টা দিনৰ ভিতৰতে ধ্বংস হ’ব পৃথিৱী। যদিহে আপোনাৰ কোনো শেষ ইচ্ছা আছে তেন্তে অচিৰেই পূৰণ কৰি লওক। বিশ্বৰ বহুকেইটা আগশাৰীৰ বৈজ্ঞানিক সংস্থাই ইতিমধ্যে এই ভয়ংকৰ খবৰৰ কথা ৰাজহুৱা কৰিছে। এতিয়া আপোনাৰ মনতো ছাগে সন্দেহৰ উদয় হৈছে, সচাকৈয়ে বাৰু পৃথিৱী ধ্বংস হবনে! নে পূৰ্বৰ দৰেই মিছাঁ হ’ব এই খবৰ।

পৃথিৱী ধ্বংসৰ পূৰ্বৰ কাৰনবোৰতকৈ এইবাৰৰ কাৰন বহু পৃথক। এইবাৰ পৃথিৱী ধ্বংস কৰিব স্বয়ং সূৰ্যই। বৈজ্ঞানিকসকলে শংকা কৰা অনুসৰি, সূৰ্যৰ উত্তাপ ইমানেই বৃদ্ধি পাব, যাৰ ফলত পৃথিৱীৰ জৈৱ-বৈচিত্ৰ ধ্বংস হোৱাৰ লগতে পৃথিৱী থান-বান হৈ হেৰাই যাব কৃষ্ণ গহ্বৰত। ২০২৩তে এই ভয়ংকৰ ঘটনা সংঘটিত হব বুলি আশংকা প্ৰকাশ কৰিছে বৈজ্ঞানিকসকলে। সূৰ্যৰ প্ৰখৰ উত্তাপত পৃথিৱীত অক্সিজেনৰ মাত্ৰা একেবাৰে হ্ৰাস পাব বুলিও কয় বৈজ্ঞানিকসকলে।

পৃথিৱী ধ্বংসৰ এই বাতৰিৰ সত্যতাৰ কথা শেহতীয়াকৈ সবিস্তাৰে প্ৰকাশ কৰিছে স্পেছ ডট কম, নেচাৰ জিঅ চায়েন্স নামৰ বিশ্বৰ আগশাৰীৰ জাৰ্নেলে। ভাৰততো বহুকেইটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছে এই খবৰ। অৱশ্যে একাংশ বৈজ্ঞানিক সংস্থাই সূৰ্যৰ প্ৰখৰ উত্তাপৰ বাবে ২০২৫ৰ জুলাই মাহতহে পৃথিৱী ধ্বংস হব বুলি আগজাননী প্ৰদান কৰিছে।

যদিহে বৈজ্ঞানিকসকলৰ এই শংকা সচাঁ হয় তেন্তে আগন্তুক ১২টা দিনৰ ভিতৰতে পৃথিৱীৰ লগতে শেষ হব আপোনাৰো জীৱন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
প্ৰেমত শুভ নে! অত্যাধিক খৰচ হ’ব নেকিঃ কেনে যাব আপোনাৰ আজিৰ দিনটো…

প্ৰেমত শুভ নে! অত্যাধিক খৰচ হ'ব নেকিঃ কেনে যাব আপোনাৰ আজিৰ দিনটো...

নতুন বছৰ নাহোতেই আহিল GOOD NEWS

নতুন বছৰ নাহোতেই আহিল GOOD NEWS

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.