• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হয় দাঢ়ি, নহয় প্ৰেয়সী…’ ক্লিন ছেভৰ বয়ফ্ৰেণ্ডৰ দাবীত প্লেকাৰ্ড লৈ মহিলাৰ মিছিল, চাওক ভাইৰেল ভিডিঅ’

‘হয় দাঢ়ি, নহয় প্ৰেয়সী…’ ক্লিন ছেভৰ বয়ফ্ৰেণ্ডৰ দাবীত প্লেকাৰ্ড লৈ মহিলাৰ মিছিল, চাওক ভাইৰেল ভিডিঅ’

1 year ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

1 hour ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

2 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

2 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

4 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

4 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

4 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

5 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

6 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

7 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

8 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

8 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘হয় দাঢ়ি, নহয় প্ৰেয়সী…’ ক্লিন ছেভৰ বয়ফ্ৰেণ্ডৰ দাবীত প্লেকাৰ্ড লৈ মহিলাৰ মিছিল, চাওক ভাইৰেল ভিডিঅ’

‘হয় দাঢ়ি, নহয় প্ৰেয়সী...’ ক্লিন ছেভৰ বয়ফ্ৰেণ্ডৰ দাবীত প্লেকাৰ্ড লৈ মহিলাৰ মিছিল, চাওক ভাইৰেল ভিডিঅ’

editor by editor
October 21, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
‘হয় দাঢ়ি, নহয় প্ৰেয়সী…’ ক্লিন ছেভৰ বয়ফ্ৰেণ্ডৰ দাবীত প্লেকাৰ্ড লৈ মহিলাৰ মিছিল, চাওক ভাইৰেল ভিডিঅ’
0
SHARES
458
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘দাঢ়ি কাটক ভালপোৱা বচাওক৷’ সম্প্ৰতি এই লেখা থকা প্লেকাৰ্ড হাতত লৈ মিছিলত নামিছে ইন্দোৰৰ এটা মহিলা দল৷ তেওঁলোকৰ স্পষ্ট বক্তব্য, ক্লিন ছেভ কৰা লৰাই তেওঁলোকৰ পছন্দ৷ এই আইডিয়া ব্যক্ত কৰি নানান লেখা লিখি প্লেকাৰ্ড বনাইছে মহিলা দলটোৱে৷ তেওঁলোকৰ স্পষ্ট লেখা, ‘ন’ ক্লিন ছেভ, ন’ লাভ৷’ কোনোবাটো প্লে কাৰ্ডত আকৌ লিখা আছে, ‘হয় দাঢ়ি ৰাখা নহয় প্ৰেয়সী ৰাখা, পছন্দ তোমালোকৰ নিজৰ৷’

https://x.com/gharkekalesh/status/1846886788343750998

মহিলাৰ এই শোভাযাত্ৰাৰ ভিডিঅ’ ব্যাপক ৰূপত ভাইৰেল হৈছে সামাজিক মাধ্যমত৷ সম্প্ৰতি জনপ্ৰিয় মাইক্ৰো ব্লগিং প্লেটফৰ্ম এক্স হেণ্ডেলত ‘ঘৰ কে কলেছ’ নামৰ একাউণ্টৰ পৰা এটা ভিডিঅ’ পোষ্ট কৰা হৈছে৷ সেই ভিডিঅ’ৰ কেপশ্ব্যনত লিখা হৈছে, ‘ক্লিন ছেভৰ বাবে মহিলাই কৰিছে জেং৷’ এই ভিডিঅ’ত দেখা গৈছে যে এদল মহিলা ৰাস্তাত নামি শ্লোগান দিছে৷ তেওঁলোকক নেতৃত্ব দিছে এগৰাকী ৰঙা চাৰ্ট কলা পেণ্ট পৰিহিতা মহিলাই৷ তেওঁ শ্লোগান দিছে বাকীসকলেও সমৰ্থন কৰি গৈছে৷ সকলোৰে মুখত প্ৰতীকী দাঢ়ি৷ হাতত আছে ভিন্ন ভিন্ন শ্লোগান লিখা প্লেকাৰ্ড৷

বহুতেই এই ভিডিঅ’ত হাস্যৰসৰ সন্ধান পাইছে৷ ইতিমধ্যেই বিশেষ ভিডিঅ’টো ৯লাখতকৈয়ো অধিক শ্বেয়াৰো হৈছে৷ কমেণ্ট বক্সতো আহিছে নানান কমেণ্ট৷ বহুতেই এই ভিডিঅ’ক পাব্লিছিটি ষ্টাণ্ট বুলিও কৈছে৷ ইয়াৰ আঁৰৰ উদ্দেশ্য কি সেয়া বৰ্তমানো জানিব পৰা হোৱা নাই৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
Next Post
ৰণবীৰ-আলিয়াৰ জীৱনত আন এক সুখবৰ! দীপাৱলিতেই ছাৰপ্ৰাইজ দিব তাৰকা দম্পতিয়ে

ৰণবীৰ-আলিয়াৰ জীৱনত আন এক সুখবৰ! দীপাৱলিতেই ছাৰপ্ৰাইজ দিব তাৰকা দম্পতিয়ে

চিন্তা পৃথক, সপোন বৃহৎঃ ISROৰ চাকৰি এৰি কেব চলাইছে এগৰাকী বিজ্ঞানীয়ে, কাৰণ কি?

চিন্তা পৃথক, সপোন বৃহৎঃ ISROৰ চাকৰি এৰি কেব চলাইছে এগৰাকী বিজ্ঞানীয়ে, কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.