• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘আজীৱন নেখেলো!’ শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড স্পৰ্শ কৰিয়েই বিৰাটে দিছে নেকি অৱসৰৰ ইংগিত…

3 years ago
নববৰ্ষৰ পূৰ্বে বৈভৱ-সম্পদ বাঢ়িব ৩ৰাশিৰ, শুক্ৰাদিত্য যোগত গল্ডেন টাইম চলিব এইকেইটা ৰাশিৰ

3 hours ago
আজি নিশাই শেষ হ’ব সভ্যতা! ট্ৰাম্পৰ দাবী, শেষ হৈ আহিছে সময়সীমা, ইৰানক নতুন কি ধমকি ট্ৰাম্পৰ?

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

4 hours ago
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

এইসকল লোকে ভুলতো নাখাব নহৰু, নহৰু খালেই ঘটিব পাৰে স্বাস্থ্যৰ অৱনতি

5 hours ago
৫০ হাজাৰ টকা দৰমহা? তথাপিও সহজেই কম সময়ত জমা কৰিব পাৰিব ৫০ লাখ টকা, কিন্তু কেনেকৈ?

6 hours ago
কাইলৈৰ ৰাশিফলঃ চন্দ্ৰধা যোগৰ সুফল ৫ৰাশিত, দুৰ্দান্ত সাফল্য আহিব কাৰ কাৰ জীৱনলৈ?

৩২, ৩০ নে ২৮? কেইটা দাঁত থাকিলে আপুনি কোটিপতি হোৱাৰ সৌভাগ্য আছে? কি কৈছে সমুদ্ৰশাস্ত্ৰই?

বাহন, ঘৰৰ লগতে বিলাসী জীৱনৰ শুভাৰম্ভণি হ’ব ৩ৰাশিৰ, ১৯ এপ্ৰিলৰ পৰা শুক্ৰই সলাব ৩ৰাশিৰ ভাগ্য

7 hours ago
আই আই টি বাবাৰ পত্নীও মহাকাশ অভিযন্তা, ক’ত কেতিয়া কেনেকৈ বাবা অভয়ৰ সৈতে পৰিচিত হ’ল উচ্চশিক্ষিতা প্ৰীতিকা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘আজীৱন নেখেলো!’ শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড স্পৰ্শ কৰিয়েই বিৰাটে দিছে নেকি অৱসৰৰ ইংগিত…

editor by editor
January 11, 2023
in অসম, ক্ৰীড়া, গুৱাহাটী, ভাৰত
0
‘আজীৱন নেখেলো!’ শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ড স্পৰ্শ কৰিয়েই বিৰাটে দিছে নেকি অৱসৰৰ ইংগিত…
0
SHARES
8.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১০ জানুৱাৰী বিৰাট কোহলীৰ বাবে বিশেষ দিন৷ বিগত ১০ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া খেলখনত বিৰাটে শতক অৰ্জন কৰাৰ পাছতেই এমাহৰ পাছতেই পুনৰ শ্ৰীলংকাৰ বিৰুদ্ধে শতক অৰ্জন কৰি সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে৷

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-শ্ৰীলংকাৰ প্ৰথমখন এদিনীয়াত বিৰাট কোহলিয়ে ৭৩ সংখ্যক শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিৰাটে ৮৭ বলত ১১৩ ৰাণ সংগ্ৰ কৰিছে। এই খেলখনতেই কোহলিয়ে শচীন তেণ্ডুলকাৰৰ এক অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, শচীন ,তেণ্ডুলকাৰে এদিনীয়া ক্ৰিকেটত ঘৰৰ মাটিত ২০ টা শতক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। বৰ্ষাপাৰৰ শতকটোৰে কোহলীয়েও ভাৰত ভূমিত অনুষ্ঠিত হোৱা এদিনীয়া খেলত ২০ সংখ্যক শতক স্পৰ্শ কৰিবলৈ সক্ষম হয়।

ঘৰৰ মাটিত সৰ্বাধিক শতক অৰ্জন কৰাৰ ক্ৰিকেটাৰৰ তালিকাত শচীন আছিল শীৰ্ষ স্থানত। কোহলিয়ে আজি তেওঁৰ কেৰিয়াৰৰ ৭৩ সংখ্যক শতক অৰ্জন কৰাৰ পিছতে শচীনৰ সেই ৰেকৰ্ড স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। এই সময়ত শচীন আৰু বিৰাট দুয়োৱে ঘৰৰ মাটিত ২০ টাকৈ শতক অৰ্জন কৰি সৰ্বাধিক শতক অৰ্জন কৰাৰ তালিকাত শীৰ্ষ স্থানত আছে। এই পৰ্যন্ত বিৰাটে ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাৰ বিৰুদ্ধেই ৯ টাকৈ মুঠ ১৮ টা শতক অৰ্জন কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সৌভাগ্যৰ দুৱাৰ খুলিবলৈ অনুসৰণ কৰক এইকেইটা নিয়ম! এই ৫ কৌশলতেই নিশাৰ ভিতৰত দূৰ হ’ব ধনৰ অভাৱ, বাঢ়িব সুখ-সমৃদ্ধি
জীৱনশৈলী

April 7, 2026
মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?
খাদ্য

মৌ আৰু কিচমিচ খাই সুখী কৰিব পাৰে দাম্পত্য জীৱন, এই দুবিধ খাদ্যই শৰীৰক কি কি লাভালাভ দিয়ে?

April 7, 2026
শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?
খাদ্য

শৰীৰত হিমগ্লবিনৰ মাত্ৰা কমি গৈছে? খাদ্যৰ তালিকাত কি কি ৰাখিব?

April 7, 2026
গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই
জীৱনশৈলী

গৰ্ভাৱস্থাত এইকেইবিধ খাদ্য খালেই সন্তানৰ লগতে মাতৃও ভালে থাকিব! ভ্ৰুণৰ বিকাশৰ বাবে এইকেইবিধ খাদ্য খাবই

April 7, 2026
Next Post
দেশখনেই আদানীৰ! আকৌ এটা বৃহৎ কোম্পানী ক্ৰয় কৰিবলৈ আগবাঢ়িছে আদানী

লিওনেল মেছিয়ে ইনষ্টাগ্ৰামৰ পৰাই লাভ কৰে এই ধন! এটা পষ্টৰ বাবদ মেছিয়ে পাইছে ৮৯ কোটি টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন