• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লিওনেল মেছিয়ে ইনষ্টাগ্ৰামৰ পৰাই লাভ কৰে এই ধন! এটা পষ্টৰ বাবদ মেছিয়ে পাইছে ৮৯ কোটি টকা

লিওনেল মেছিয়ে ইনষ্টাগ্ৰামৰ পৰাই লাভ কৰে এই ধন! এটা পষ্টৰ বাবদ মেছিয়ে পাইছে ৮৯ কোটি টকা

3 years ago
তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

22 minutes ago
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

36 minutes ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

1 hour ago
আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

2 hours ago
Image Credit- AI

আমেৰিকান ডলাৰৰ তুলনাত অভাৱনীয় হাৰত পতন ভাৰতীয় টকাৰ মূল্য

2 hours ago
জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

জীৱন সলনি কৰিব ৭ টা অভ্যাসে, আঁতৰিব সকলো দুখ!

3 hours ago
মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

মে’ মাহতেই মালামাল হ’ব আপুনি! জানক কিদৰে উদয় হ’ব ভাগ্য

3 hours ago
সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

সপোনত সাপ দেখিছে নেকি? জানক ইয়াৰ শুভ–অশুভ ফল

4 hours ago
জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

জন্মৰ পৰাই সাহসী এই ৫ ৰাশি, সংগীৰ জীৱনত আনে সুখ-শান্তি!

5 hours ago
ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

ছবিৰ প্ৰচাৰৰ মাজতে হঠাৎ বাথৰুমলৈ দৌৰিল ইমৰাণ হাছমী! তাৰ পিছত…

6 hours ago
হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

হালধীয়া জাৰ্চীত অন্তিমবাৰ দেখিব ধোনীক! আজি IPLৰ অন্তিমখন মেচ খেলিব নেকি?

7 hours ago
জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

জন্মৰ পৰাই ভাগ্যৱান এইসকল লোক, জীৱনত নাথাকে কোনো অভাৱ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

লিওনেল মেছিয়ে ইনষ্টাগ্ৰামৰ পৰাই লাভ কৰে এই ধন! এটা পষ্টৰ বাবদ মেছিয়ে পাইছে ৮৯ কোটি টকা

editor by editor
January 11, 2023
in ক্ৰীড়া, জীৱনশৈলী, বাণিজ্য, বিশ্ব
0
লিওনেল মেছিয়ে ইনষ্টাগ্ৰামৰ পৰাই লাভ কৰে এই ধন! এটা পষ্টৰ বাবদ মেছিয়ে পাইছে ৮৯ কোটি টকা
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কিছুদিন পূৰ্বে তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো ১৭৮০ কোটি টকাত চুক্তিবদ্ধ হৈছে ছৌদি আৰৱৰ আল নাছৰ ফুটবল দলৰ সৈতে৷ বিশ্বকাপত পৰাজয়বৰণ কৰিও মোটা অংকৰ ধনেৰে চেৰ পেলাইছে লিওনেল মেছিক৷ মেছি কিছুদিন পূৰ্বলৈকে সামাজিক মাধ্যমত সক্ৰিয় নাছিল৷

কিন্তু বিশ্বকাপ জয়ৰ পাছতেই মেছি সক্ৰিয় হৈছে ইনষ্টাগ্ৰামত৷ ইনষ্টাগ্ৰামত মেছিয়ে নিজা একাউণ্টৰ পৰা শ্বেয়াৰ কৰিছে কেইবাখনো ফটো৷ ছবিসমূহৰ ভিতৰত বিশ্বকাপ হাতত আৰু বিশ্বকাপত চুম্বন কৰি থকাৰ বিশেষ ছবি দুখনে কেইবা মিলিয়ন ভিউছ লাভ কৰিছে৷ কিন্তু শুনি আচৰিত হ’লেও এয়াই সত্য যে এই ফটোকেইখনৰ বাবদ মেছিক দিয়া হৈছে কেইবা মিলিয়ন পাউণ্ড৷

এটা আন্তৰ্জাতিক ৱেবচাইটত দেখুওৱা তথ্যমতে বিশ্বকাপৰ পাছতেই মেছিয়ে দিয়া দুখন ফটোৰ বাবদ মেছিয়ে লাভ কৰিছে প্ৰায় ৯ মিলিয়ন পাউণ্ড৷ ভাৰতীয় মূদ্ৰাত এই ধনৰ পৰিমান ৮৯ কোটি টকা৷ মাত্ৰ ডেৰ সপ্তাহৰ ভিতৰত এই আয় কৰিছে মেছিয়ে৷

ইফালে পিএছজিৰ পৰা মেছিয়ে এবছৰত লাভ কৰে ৪১ মিলিয়ন ইউ এছ ডলাৰ৷ ভাৰতীয় টকাত এই ধনৰ পৰিমান হ’ব ৩৩৭ কোটি টকা৷ ইনষ্টাগ্ৰামত ছবি পষ্ট কৰাৰ বাবদ বছৰি মেছিয়ে লাভ কৰে ১৮ লাখ পাউণ্ড৷ ভাৰতীয় টকাত এই ধনৰ পৰিমান হ’ব ১৩ কোটি টকা৷ মেছিৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছৰ সংখ্যা ৪১ কোটি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে
জীৱনশৈলী

তৃতীয় ব্যক্তিৰ বাবে নহয়…দিশাৰ নাম কিয় লোৱা হৈছে মৌনীৰ বিচ্ছেদত? বিচ্ছেদক লৈ মুখ খুলিলে মৌনীৰ প্ৰাক্তন স্বামী সূৰজে

May 18, 2026
মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ
জীৱনশৈলী

মে মাহৰ শেষত লক্ষ্মী নাৰায়ণ যোগ, সৌভাগ্যৰ দুৱাৰ খুলিব ৫ৰাশিৰ জাতক জাতিকাৰ

May 18, 2026
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

May 18, 2026
আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!
জীৱনশৈলী

আজি নিশা মুকলি হ’ব ভাগ্যৰ চক্ৰ, ত্ৰিগ্ৰহী যোগে এই ৩ ৰাশিৰ ভৱিষ্যৎ কৰিব উজ্জ্বল!

May 18, 2026
Next Post
এই বিবাহ মিছা নহয়! আদিল খানৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল ৰাখী সাৱন্ত…

এই বিবাহ মিছা নহয়! আদিল খানৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল ৰাখী সাৱন্ত...

প্ৰযুক্তি বিভ্ৰাট, আমেৰিকাত থকা অসমীয়ালৈ দুঃখবৰ! আহো বুলিও বিহুত আহিব নোৱাৰিব অসম…

প্ৰযুক্তি বিভ্ৰাট, আমেৰিকাত থকা অসমীয়ালৈ দুঃখবৰ! আহো বুলিও বিহুত আহিব নোৱাৰিব অসম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.