• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বিবাহ মিছা নহয়! আদিল খানৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল ৰাখী সাৱন্ত…

এই বিবাহ মিছা নহয়! আদিল খানৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল ৰাখী সাৱন্ত…

3 weeks ago
কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

কোন জিলাত নতুনকৈ কিমান স্বামী আটক? আহি গ’ল নতুন তালিকা…

11 hours ago
‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

12 hours ago
নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

15 hours ago
বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

16 hours ago
মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

মণিপুৰত ছানি লিয়নীৰ অনুষ্ঠানস্থলীৰ নিচেই কাষতেই বোমা বিস্ফোৰণ

17 hours ago
অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

17 hours ago
কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

কোনো যদি ৭ মহীয়া অন্তসত্বা, কাৰোবাৰ কোলাত আকৌ ১মহীয়া কেচুৱা…চৰকাৰৰ পদক্ষেপে নমাই আনিছে নেকি বহুতৰে জীৱনলৈ অমানিশা

2 days ago
খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

খোল খালে সেই অধ্যায়! ১৯ বছৰীয়া গোপন চিঠিত কাৰ কথা কৈ গৈছে কবি নীলমণি ফুকনে? সবিশেষ…

2 days ago
মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

মুখ্যমন্ত্ৰীৰ সংবাদমেল LIVE আপডেট…

3 days ago
মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

মই জীয়াই থাকিবলৈ এতিয়া বহু টকাৰ প্ৰয়োজন, সন্মুখত ডাক্তৰ, অস্ত্ৰোপছাৰ… দীপক শৰ্মাই হাস্পতালৰ বিচনাৰ পৰাই ৰাজ্যবাসীক জনাইছে বিশেষ অনুৰোধ

3 days ago
দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

দালালৰ পাছত অবৈধ বিবাহ! কাইলৈৰ পৰা হাজাৰ হাজাৰ স্বামী অতিথি হ’ব ৰঙাঘৰৰ, মুকলি বিশেষ নম্বৰো…

3 days ago
এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

এজনৰ পাছত আনজন সাহিত্যিকৰ ক্ষোভ! অসম সাহিত্য সভাৰ সংবিধান সংশোধন হওক…

3 days ago
  • About
  • Advertise
  • Careers
Sunday, February 5, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

এই বিবাহ মিছা নহয়! আদিল খানৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল ৰাখী সাৱন্ত…

editor by editor
January 11, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
এই বিবাহ মিছা নহয়! আদিল খানৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল ৰাখী সাৱন্ত…
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বছৰৰ আৰম্ভণিতেই বিবাহপাশত আৱদ্ধ হ’ল ৰাখী সাৱন্ত৷ বিতৰ্কিত অভিনেত্ৰী ৰাখী সাৱন্তে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে বিবাহৰ ছাৰ্টিফিকেট৷ দীৰ্ঘদিনীয়া প্ৰেমিক আদিল খানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে ৰাখী৷

ভাইৰেল ছবিখনত দুজনেই ডিঙিত পৰিধান কৰিছে বৰমালা৷ ৰাখীয়ে পৰিধান কৰিছে এযোৰ ৰঙা ৰঙৰ চেলোৱাৰ৷ হাতত বিবাহ ৰেজিস্ট্ৰিৰ কাগজ৷ বিশেষ চাৰ্টিফিকেটখনত দেখা গৈছে আদিল আৰু ৰাখীৰ বিবাহ সম্পন্ন হৈছে বিগত বৰ্ষৰ ২ জুলাই তাৰিখে৷ প্ৰায় ছমাহ ধৰি দুয়োৱে বিবাহৰ খবৰ গোপনে ৰাখিছিল৷ কিন্তু যদি মনত আছে তেন্তে আপুনিও ৰাখীয়ে সেই সময়ত শ্বেয়াৰ কৰা ফটোত নৱবিবাহিতাৰ দৰেই ৰাখীক দেখা পাইছিল৷ তাৰ মাজতেই ৰাখীয়ে বিগ-বছ ১৫ তো অংশগ্ৰহণ কৰিছিল৷

ৰাখীৰ এই ভিডিঅ’ দেখা মাত্ৰকেই নেটিজেনে কৈছে, ‘আশা কৰো ৰাখীৰ এই বিবাহ সঁচা হওক৷ ৰাখীয়ে যেন এমুঠি ভালপোৱা লাভ কৰে৷ ৰাখীৰ বিবাহৰ খবৰটো পায় আমিও সুখ অনুভৱ কৰিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ
অসম

‘ইমানদিনে চৰকাৰ ক’ত শুই আছিল?’ বাল্য বিবাহ বিৰোধী অভিযানক লৈ ৰিপুণ বৰাৰ ক্ষোভ

February 4, 2023
নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা
বাণিজ্য

নিৰ্মলা সীতাৰমণৰ ৰেল বাজেটৰ চাৰিগুণৰো অধিক হ’ব ক্ষতিৰ পৰিমান! ১০ দিনত আদানীয়ে হেৰুৱাইছে ৯লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা

February 4, 2023
বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট
জীৱনশৈলী

বলীউডত প্ৰকৃত ভালপোৱা বিৰল, সিদ্ধাৰ্থ-কিয়াৰাৰ লাভ ষ্টৰীত মুগ্ধ কংগনা ৰানাৱট

February 4, 2023
অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…
অপৰাধ

অব্যাহত বাল্যবিবাহ বিৰোধী অভিযান! পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ আশংকাতেই চৰম সিদ্ধান্ত এগৰাকী বোৱাৰীৰ…

February 4, 2023
Next Post
প্ৰযুক্তি বিভ্ৰাট, আমেৰিকাত থকা অসমীয়ালৈ দুঃখবৰ! আহো বুলিও বিহুত আহিব নোৱাৰিব অসম…

প্ৰযুক্তি বিভ্ৰাট, আমেৰিকাত থকা অসমীয়ালৈ দুঃখবৰ! আহো বুলিও বিহুত আহিব নোৱাৰিব অসম...

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

কেনেদৰে যাব আপোনাৰ আজিৰ দিনটো?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.