অসম লাইভ২৪ঃ
মেষঃ উপাৰ্জনৰ ক্ষেত্ৰত লাভালাভ। যানবাহন, ভূমি লাভৰ যোগ। ব্যৱসায়ত উন্নতি কৰাৰ থল আছে। স্বাস্থ্য ভালে নাযাব। প্ৰেমত শুভ। আপোনাৰ মূল্যবান সামগ্ৰীৰ ওপৰত নজৰ ৰাখক। শুভ ৰং-বগা, শুভ সংখ্যা- ৫
বৃষঃ দুৰ্ঘটনা আদিৰ পৰা সাৱধান হ’ব। ভৰিত প্ৰৱল আঘাত পোৱাৰ সম্ভাৱনা আছে। চাকৰিয়ালৰ পক্ষে শুভ। প্ৰেমত চিন্তা। বিদ্যাত শুভ। শুভ ৰং-সেউজীয়া, শুভ সংখ্যা ৩।
মিথুনঃ শৰীৰ ভালে দেখা নাযাব। ভ্ৰমণত সাৱধান । প্ৰেমৰ ক্ষেত্ৰত হতাশা। আশা ভংগৰ যোগ। ভুল বুজাবুজি হ’ব পাৰে। শুভ ৰং- হালধীয়া, শুভ সংখ্যা ২
কৰ্কটঃ পতি পত্নীৰ মাজত ঘৰুৱা বিষয়ক লৈ মতভেদৰ সৃষ্টি হ’ব পাৰে। বিদ্যাত শুভ। ভ্ৰমণৰ যোগ। শুভ ৰং- ৰঙা , শুভ সংখ্যা ১।
সিংহঃ প্ৰেম বিবাহত বাধা। প্ৰেমত হতাশা। ব্যৱসায়ত শুভ। বিদ্যাত মধ্যম। শুভ ৰং-নীলা, শুভ সংখ্যা ৭।
কন্যাঃ কৰ্মক্ষেত্ৰত সুফল লাভ কৰিব। অৰ্থ লাভৰ যোগ। ব্যৱসায়ৰ ক্ষেত্ৰত আকস্মিক পৰিৱৰ্তন আহিব। শুভ ৰং- বগা, শুভ সংখ্যা ৪।
তুলাঃ প্ৰতিযোগিতামূলক পৰীক্ষাত উৰ্ত্তীণ হব পাৰিব। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণৰ যোগ দেখা যায়। প্ৰেমত মধ্যম। শুভ ৰং- সেউজীয়া , শুভ সংখ্যা ১।
বৃশ্চিকঃ দৈহিক ক্ষেত্ৰত সতৰ্ক হৈ নচলিলে বিপদত পৰিব পাৰে। কৃষকসকলৰ বাবে শুভ। চাকৰিয়ালৰ পদোন্নতিৰ যোগ। সম্পত্তি লাভৰ যোগ। শুভ ৰং- বগা, শুভ সংখ্যা ৪।
ধনুঃ সন্তানৰ বাবে শুভ নহব। প্ৰেম প্ৰীতিত হতাশা। ভ্ৰমণত বাধা। দাম্পত্যত সুখ। উপাৰ্জন বৃদ্ধি। শুভ ৰং-নীলা, শুভ সংখ্যা ৬।
মকৰঃ ব্যৱসায়ত শুভ। প্ৰচুৰ অৰ্থ প্ৰাপ্তিৰ সম্ভাৱনা। ভ্ৰমণত সাৱধান হওঁক। প্ৰেমত ব্যৰ্থ হ’ব পাৰে। শুভ ৰং- বগা, শুভ সংখ্যা ৪।
কুম্ভঃ বিদ্যাৰ্থীৰ মধ্যম। মামলা-মোকৰ্দমাৰ পৰা দূৰত থকা ভাল। পিতৃ-মাতৃৰ স্বাস্থ্যৰ বাবে চিন্তিত হ’ব। সামাজিক সুনাম হানি হোৱাৰ সম্ভাৱনা। প্ৰেমত বাধা। শুভ ৰং- ৰঙা, শুভ সংখ্যা ৯
মীনঃ ঘৰুৱাত ভাল। দাম্পত্যত শুভ। কৰ্মপ্ৰাপ্তিৰ যোগ। ভ্ৰমণৰ যোগ। শৰীৰৰ প্ৰতি যত্ন ল’ব। প্ৰেমত ভাল। বিদ্যাত শুভ। শুভ ৰং- নীলা, শুভ সংখ্যা ২
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ