• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আয় কোটি কোটি, ৰোহিত-বিৰাটে বাৰ্ষিক কিমান কোটি টেক্স দিয়ে?

আয় কোটি কোটি, ৰোহিত-বিৰাটে বাৰ্ষিক কিমান কোটি টেক্স দিয়ে?

2 years ago
মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

14 minutes ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

55 minutes ago
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

2 hours ago
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

4 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

5 hours ago
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

6 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

6 hours ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

15 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

16 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

16 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

17 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আয় কোটি কোটি, ৰোহিত-বিৰাটে বাৰ্ষিক কিমান কোটি টেক্স দিয়ে?

আয় কোটি কোটি, ৰোহিত-বিৰাটে বাৰ্ষিক কিমান কোটি টেক্স দিয়ে?

editor by editor
September 5, 2024
in ক্ৰীড়া, বিবিধ, ভাৰত, লেখা
0
আয় কোটি কোটি, ৰোহিত-বিৰাটে বাৰ্ষিক কিমান কোটি টেক্স দিয়ে?
0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত ক্ৰিকেট কেৱল এক খেলেই নহয়, এক আৱেগো৷ ক্ৰিকেটাৰসকলৰ পৃথক এক সন্মান আছে ভাৰতত৷ বলীউডৰ তাৰকাৰ পাছতেই ক্ৰিকেটাৰক লৈ আছে বিশেষ উন্মাদনা৷ তেওঁলোকো একো একোজন চেলিব্ৰিটিয়েই৷ এইসকলৰ উপাৰ্জনো আপুনি মই হিচাপ কৰি শেষ কৰিব নোৱাৰা অংকত৷ সংক্ষিপ্ত কেৰিয়াৰত ক্ৰিকেটাৰসকলে কোটি কোটি ধন উপাৰ্জন কৰে৷ আনকি এজন ক্ৰিকেটাৰে কেৱল ঘৰুৱা আই পিএলতেই কোটি কোটি ধন উপাৰ্জন কৰে৷ বিৰাট কোহলী, ৰোহিত শৰ্মাৰ দৰে চেলিব্ৰিটি ক্ৰিকেটাৰৰ ধনৰ হিচাপ বহু বেছি৷ তেওঁলোকে বৰ্তমান আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লৈছে৷ আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা বিদায় ল’লেও তেওঁলোকে কিন্তু ঘৰুৱা খেলৰ পৰা বিদায় লোৱা নাই৷ আন্তৰ্জাতিক ক্ৰিকেটত নাথাকিলেও উপাৰ্জন কিন্তু শেষ হোৱা নাই৷

কিন্তু এইখিনিতেই প্ৰশ্ন হয়, ক্ৰিকেটাৰসকলৰ ভিতৰত আটাইতকৈ বেছি টেক্স কোনে দিয়ে? আৰ্থিক বৰ্ষৰ হিচাপ অনুসৰি ক্ৰিকেটাৰসকলৰ ভিতৰত আটাইতকৈ বেছি টেক্স দিয়া ক্ৰিকেটাৰ হৈছে বিৰাট কোহলি৷ তথ্য অনুসৰি এই আৰ্থিক বৰ্ষত কমেও ৬৬ কোটি টেক্স দিছে বিৰাট কোহলীয়ে৷ তাৰপাছতেই আছে প্ৰাক্তন ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী৷ মহেন্দ্ৰ সিং ধোনীয়ে এই অৰ্থবৰ্ষত টেক্স দিছে ৩৮ কোটি টকা৷ তিনি নম্বৰ টেক্স দিয়া ক্ৰিকেটাৰ হৈছে শচীন তেণ্ডুলকাৰ৷ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে বাৰ্ষিক ২৮ কোটি টেক্স দিয়ে৷ শচীনৰ সৈতে তেওঁৰ অপেনাৰ সংগীও আছে তালিকাত৷ প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীয়েও বাৰ্ষিক ২৩ কোটি টকা টেক্স দিছে৷ তালিকাত পঞ্চম স্থানত আছে হাৰ্দিক পাণ্ডিয়া৷ তেওঁ এই অৰ্থবৰ্ষত টেক্স দিছে ১৩ কোটি টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ
জীৱনশৈলী

মহিলাৰ পেণ্টত চেইন কিয় থাকে? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

July 29, 2026
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো
বিশ্ব

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

July 29, 2026
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

July 29, 2026
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ
বাণিজ্য

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

July 29, 2026
Next Post
ৰিজাৰ্ভ বেংকৰ অনুমোদন নোহোৱাকৈ ট্ৰেডিং কৰা সকলো ঠগ আটক হ’ব- মুখ্যমন্ত্ৰী শৰ্মা

ৰিজাৰ্ভ বেংকৰ অনুমোদন নোহোৱাকৈ ট্ৰেডিং কৰা সকলো ঠগ আটক হ'ব- মুখ্যমন্ত্ৰী শৰ্মা

পুটিনৰ বিশেষ মন্তব্য- কেৱল ভাৰতেহে পাৰিব এই কাম

পুটিনৰ বিশেষ মন্তব্য- কেৱল ভাৰতেহে পাৰিব এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.