• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰান কৰিবলৈ গৈ বুকু বিষত ৰৈ গ’ল বিৰাট! বিৰাটক অসুস্থ দেখি ক্ৰিকেট অনুৰাগীৰো বাঢ়ি গ’ল হৃদকম্পন…

ৰান কৰিবলৈ গৈ বুকু বিষত ৰৈ গ’ল বিৰাট! বিৰাটক অসুস্থ দেখি ক্ৰিকেট অনুৰাগীৰো বাঢ়ি গ’ল হৃদকম্পন…

4 years ago
বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

বিজয়া দশমীৰ দিনা দুঃখবৰ! মাত্ৰ ৪০ বছৰ বয়সতে মৃত্যু অভিনেত্ৰীৰ

29 minutes ago
Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

Budh Vakri 2026: ২৪ অক্টোবৰৰ পৰা বুধে আৰম্ভ কৰিব ওলোটা গতি, সাৱধান হওক ৪ ৰাশি!

1 hour ago
SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

SBI ৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন ! হেকাৰে হেক কৰিলে নেকি সকলো তথ্য?

2 hours ago
জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

জনপ্ৰিয় YouTuber ৰ মৃত্যু, পৰিয়ালত শোকৰ ছাঁ!

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

বিজয়া দশমীৰ দিনাই ৰাজ্যবাসীৰ বাবে দুঃখবৰ! পৃথক পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬জনৰ

3 hours ago
বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

বিজয়া দশমীত কিয় কৰে অপৰাজিতা পূজা?

4 hours ago
বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

বিজয়া দশমীত মহিলাসকলে কিয় সেন্দূৰ খেল খেলে? আঁৰৰ ৰহস্য জানক

5 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যই কৰিব চমৎকাৰ! কাইলৈ ১২ ৰাশিৰ দিনটো কেনে যাব জানক

21 hours ago
পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

পূজাৰ মণ্ডপত ম’হৰ চফৰ, প্ৰাণৰ মমতাত পলায়ন ভক্তৰ!

21 hours ago
ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

21 hours ago
শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

শুই থাকোঁতে হঠাৎ ভৰি টানি ধৰে নেকি? জানক কিদৰে উপশম পাব

22 hours ago
দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

দীপিকা-ৰণবীৰৰ দ্বিতীয় কন্যাৰ নাম ঘোষণা, জানক কণমানিজনীৰ নামৰ অৰ্থও!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰান কৰিবলৈ গৈ বুকু বিষত ৰৈ গ’ল বিৰাট! বিৰাটক অসুস্থ দেখি ক্ৰিকেট অনুৰাগীৰো বাঢ়ি গ’ল হৃদকম্পন…

editor by editor
November 6, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত, স্বাস্থ্য
0
ৰান কৰিবলৈ গৈ বুকু বিষত ৰৈ গ’ল বিৰাট! বিৰাটক অসুস্থ দেখি ক্ৰিকেট অনুৰাগীৰো বাঢ়ি গ’ল হৃদকম্পন…
0
SHARES
19.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জিম্বাব’ৱেৰ বিৰুদ্ধে আজিৰ খেলত জয়লাভ কৰিছে ভাৰতে। ৭১ ৰানত জয়ী হৈছে ভাৰত। জয়ী হ’লেও ভাৰতবাসীক হতাশ কৰিলে বিৰাট কোহলীৰ বেটিঙে! জিম্বাব’ৱেৰ বিৰুদ্ধে টছত জিকি ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। বেটিঙৰ সময়তে বিৰাট কোহলিয়ে কৰা এটা আচৰণে চিন্তিত কৰি তোলে ভাৰতীয় ক্ৰিকেট অনুৰাগীক। হঠাতেই দুই ৰান লোৱাৰ পাছতেই কোহলিয়ে বুকুত হাত দি কিছু সময় ৰৈ যায়। কি হৈছিল বিৰাটৰ? কিয় এনেদৰে ইংগিত দিছিল বিৰাটে এই লৈ চিন্তিত হৈ পৰিছে বিৰাট অনুৰাগী।

কি এনেদৰে ৰৈ গৈছিল বিৰাট?

বিৰাটক ক্ৰিকেটৰ জগতত আটাইতকৈ ফিট খেলুৱৈ বুলি কোৱা হয়। শৰীৰ চৰ্চাৰ বাবে বিৰাটো যিমান সময় খৰচ কৰে এইদৰে কোনো খেলুৱৈয়ে শৰীৰ চৰ্চা নকৰে। বহুতেই দাবী কৰে শৰীৰ সচেতন বাবেই বিৰাটে খেলটো ভাল পাৰফৰ্মেন্স দেখুৱাব পাৰে। কিন্তু বিৰাটৰ হঠাতেই বুকুত হাত দি কিয় ৰৈ গ’ল? কে এল ৰাহুল আৰু বিৰাটে বেটিং কৰি থাকোতেই এই ঘটনা। প্ৰথম অভাৰতেই বাউণ্ডেৰী কোবাই কোহলিয়ে খেল আৰম্ভ কৰিছিলহে। বল বাউণ্ডেৰী পোৱালৈ দুই ৰান লৈছিল বিৰাটে। তাৰ পিছৰ বলটোতো পুনৰ দুই ৰান লয় বিৰাটে। কিন্তু দ্বিতীয়বাৰ ৰান লওতে ৰৈ যায় বিৰাট। বুকুত হাত থৈ উশাহ লোৱাত কষ্ট হোৱাৰ ইংগিত দিয়ে বিৰাটে। তাৰপাছত আৰু বেছি সময় খেলপথাৰত নাথাকিল বিৰাট। মেলবৰ্ণত বতৰ অত্যাধিক গৰমো নাছিল। তেনেক্ষেত্ৰত গৰমৰ বাবে শৰীৰে কষ্ট পোৱাৰো কথা আহি নপৰে।

কমেণ্টেটৰে কি কৈছিল?

ঘটনাটো খেল চলি থাকোতে বহুতেই হয়তো গুৰুত্ব দিয়া নাছিল। কমেণ্টেটৰ সুনীল গাভাস্কাৰে সেই সময়ত কৈ আছিল, ‘ কোহলীয়ে খুব বেগাই দৌৰে। ফিল্ডিঙত থকাসকলে তৰ্কিবলৈ নৌপাওতেই অতিৰিক্ত ৰান লয় কোহলীয়ে। দ্বিতীয় ৰান লোৱা সহজ নাছিল যদিও লৈ পেলালে কোহলীয়ে। নিজকে অকণ সময় দিবলৈকে এই ইংগিত দিছে কোহলীয়ে।’

উল্লেখ্য যে কোহলীয় গুৰুতৰভাৱে অসুস্থ হোৱা নাছিল সেয়া তেওঁৰ চাল চলনেই ফুটাই তুলিছিল। বেটিঙো ভালধৰণেই কৰিছিল বিৰাটে। হঠাতে কিছু খেলিমেলি দেখা গলেও বৰ্তমান সকলো ঠিকেই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং
বিনোদন

ছুপাৰষ্টাৰ ৰজনীকান্তৰ অনুৰাগী সঞ্জু চেমছন, Jailer-2 চাবলৈ সম্পূৰ্ণ ছবিগৃহকে কৰিলে বুকিং

October 20, 2026
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!
বিশ্ব

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

October 20, 2026
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
Next Post
‘ছাইবাৰ মোছন ছিকনেছ’, অতিৰিক্ত সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে হেৰুৱাব পাৰে খোজ কঢ়াৰ ক্ষমতা…

'ছাইবাৰ মোছন ছিকনেছ’, অতিৰিক্ত সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে হেৰুৱাব পাৰে খোজ কঢ়াৰ ক্ষমতা...

এই ৫ বদভ্যাস এৰক! সফল জীৱনৰ অধিকাৰী হ’বলৈ এইকেইটা অভ্যাস গঢ়ি তোলক

এই ৫ বদভ্যাস এৰক! সফল জীৱনৰ অধিকাৰী হ’বলৈ এইকেইটা অভ্যাস গঢ়ি তোলক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.