• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাপেক চাই পুতেক! পিতৃৰ দৰেই তীব্ৰ দ্বিশতক পুত্ৰৰ, গৌৰৱত উজলি উঠিল পিতৃ

বাপেক চাই পুতেক! পিতৃৰ দৰেই তীব্ৰ দ্বিশতক পুত্ৰৰ, গৌৰৱত উজলি উঠিল পিতৃ

2 years ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

10 minutes ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

35 minutes ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

1 hour ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

2 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

3 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

4 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

5 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

7 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

7 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

9 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

10 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বাপেক চাই পুতেক! পিতৃৰ দৰেই তীব্ৰ দ্বিশতক পুত্ৰৰ, গৌৰৱত উজলি উঠিল পিতৃ

editor by editor
November 22, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বাপেক চাই পুতেক! পিতৃৰ দৰেই তীব্ৰ দ্বিশতক পুত্ৰৰ, গৌৰৱত উজলি উঠিল পিতৃ
0
SHARES
133
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাপেক চাই পুতেক! পিতৃৰ দৰেই তীব্ৰ দ্বিশতক পুত্ৰৰ, গৌৰৱত উজলি উঠিল পিতৃ

এটা ইনিংছত ৩৪টা চাৰি আৰু দুটা ছয় কোবাই তীব্ৰতাৰে অৰ্জন কৰে দ্বিশতক, যাৰ ফলত এতিয়া পুত্ৰক পিতৃৰ দৰেই একে পথেৰে গতি কৰা বুলি বহুতেই কৈছে। একেবাৰে বাপেক চাই পুতেক। পিতৃয়ে যিদৰে ভাৰতীয় ক্ৰিকেট দলৰ হৈ বহু খেলত জয়ৰ ভূমিকা লোৱাৰ লগতে বহু ৰেকৰ্ডো নিজৰ নামত কৰি এক মাইলৰ খুটি কৰি থৈ গৈছে, এতিয়া পুত্ৰৰো সেই একেই পথেৰে যাত্ৰা।

ইয়াত নাম লৈ থকা পুত্ৰ গৰাকী গৈছে আৰ্যবীৰ ছেহৱাগ, হয় ঠিকেই ধৰিছে, বীৰেন্দৰ ছেহৱাগৰ সুযোগ্য সন্তান আৰ্যবীৰ। পিতৃৰ পদাংক অনুসৰণ কৰিলে বীৰেন্দৰ ছেহৱাগৰ পুত্ৰ আৰ্যবীৰ। কোচবিহাৰ ট্ৰফী প্ৰতিযোগিতাত আৰ্যবীৰ ছেহৱাগে দিল্লী দলৰ হৈ উজ্জ্বল বেটিং কৰি দ্বিশতক অৰ্জন কৰে।

বিশেষ কথাটো হ’ল, দিনটোৰ খেলৰ শেষলৈকে আৰ্যবীৰ ক্ৰীজত থাকি ২০০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। আৰ্যবীৰৰ ধুমুহাময় বেটিঙৰ বাবে দিল্লী দলে মেঘালয়ৰ বিৰুদ্ধে অতি শক্তিশালী স্থানত উপনীত হৈছে।

দেউতাকৰ দৰে আৰ্যবীৰেও কেচবেহাৰ ট্ৰফীত (Cooch Behar Trophy) বেটখনেৰে বহু হুলস্থুল কৰিছে। দিল্লীৰ হৈ খেলা আৰ্যবীৰে উজ্জ্বল বেটিং কৰি দুটা শতক অৰ্জন কৰে।

খেলত আৰ্যবীৰ ছেহৱাগৰ ইনিংছৰ বাবেই দিল্লীয়ে মেঘালয়ৰ বিৰুদ্ধে খেলা মেচখনৰ প্ৰথম ইনিংছৰ ভিত্তিত ২০৮ ৰানৰ বিপুল অগ্ৰগতি লাভ কৰিছে। মাত্ৰ দুটা উইকেট হেৰুৱাই স্ক’ৰ ব’ৰ্ডত ৪৬৮ ৰান সংগ্ৰহ কৰিছে দিল্লীয়ে।

উল্লেখ্য যে, বীৰেন্দৰ ছেহৱাগৰ দুজন পুত্ৰ। আৰ্যবীৰ ডাঙৰ পুত্ৰ, ২০০৭ চনত জন্ম আৰ্যবীৰৰ, আনহাতে সৰু পুত্ৰ বেদান্তৰ ২০১০ চনত জন্ম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aryabeer ShehwagcricketCricketerIndian CrickterVirender Sehwag
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন
ক্ৰীড়া

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

June 10, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰ উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026
Next Post
পিতৃৰ নিহতৰ পাছত স্কুল এৰি ৯ বছৰ বয়সৰ পৰাই পৰিয়ালৰ দায়িত্ব লোৱা সেই শিশু আজি বিশ্বৰ ভিতৰতে অন্যতম

পিতৃৰ নিহতৰ পাছত স্কুল এৰি ৯ বছৰ বয়সৰ পৰাই পৰিয়ালৰ দায়িত্ব লোৱা সেই শিশু আজি বিশ্বৰ ভিতৰতে অন্যতম

পুৱাই বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই, ক্ষোভিত জনতাই জ্বলাই দিলে বাছ

পুৱাই বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই, ক্ষোভিত জনতাই জ্বলাই দিলে বাছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.