• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুৱতীসকল সাৱধান! ভাৰ্জিনিটী ঘূৰাই আনিবলৈ চেষ্টা কৰি জে’লৰ ভাত নাখাব  

যুৱতীসকল সাৱধান! ভাৰ্জিনিটী ঘূৰাই আনিবলৈ চেষ্টা কৰি জে’লৰ ভাত নাখাব  

5 years ago
৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

19 minutes ago
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

28 minutes ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

1 hour ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

2 hours ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

4 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

5 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

5 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

6 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

14 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

14 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

14 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

যুৱতীসকল সাৱধান! ভাৰ্জিনিটী ঘূৰাই আনিবলৈ চেষ্টা কৰি জে’লৰ ভাত নাখাব  

editor by editor
January 28, 2022
in অপৰাধ, অসম, উত্তৰ-পূব, গুৱাহাটী, বিবিধ, বিশ্ব, ভাৰত
0
যুৱতীসকল সাৱধান! ভাৰ্জিনিটী ঘূৰাই আনিবলৈ চেষ্টা কৰি জে’লৰ ভাত নাখাব  
0
SHARES
869
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰ্জিনিটী অৰ্থাৎ ‘কুমাৰীত্ব’ ঘূৰাই অনাৰ প্ৰচেষ্টা বেআইনী৷ এতিয়াৰেপৰা এনেধৰণৰ কোনো চিকিৎসাক অপৰাধ বুলি গণ্য কৰা হ’ব ব্ৰিটেইনত৷ এক চিকিৎসা আইনৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ব্ৰিটেইন প্ৰশাসনে৷ ব্ৰিটেইন চৰকাৰৰ ভাষ্য,  যদি কুমাৰীত্ব ঘূৰাই অনাৰ প্ৰচেষ্টাক মান্যতা দিয়া হয়, তেন্তে কুমাৰীত্ব ৰক্ষা কৰাটো ব্যৰ্থ বুলি পৰোক্ষভাৱে ইন্ধন যোগাব নাৰীক৷

ব্ৰিটেইনৰ কেথেলিক প্ৰভাৱিত বহু ঠাইত এতিয়াও বিবাহৰ পূৰ্বে নাৰীৰ শাৰিৰীক কমনীয়তা বজায় ৰখাৰ ধাৰণাত বিশ্বাসী৷ তাৰ বিপৰীতে এচাম আধুনিকীকতাবাদীৰ দাবী, কুমাৰীত্ব ৰক্ষা কৰাৰ ধাৰণাটোৱেই বিবেচনাহীন ধাৰণা৷ অন্যহাতে, নাৰীবাদীসকলৰ দাবী, কুমাৰীত্ব ধাৰণাটোৱেই নাৰী জাতিক দমন কৰি ৰখাৰ এক সামাজিক অস্ত্ৰ৷

কুমাৰীত্বৰ এই সংস্কাৰ বিভিন্ন দেশৰ গোড়া সমাজত প্ৰচলিত এটি ধাৰণা৷ বিয়াৰ পাছত স্বামীৰ সৈতে যৌনমিলনৰ সময়ত যৌনাংগৰ পৰা ৰক্তপাত হোৱাকেই কুমাৰীত্বৰ প্ৰমাণ হিচাপে গ্ৰহণ কৰা হয়৷ ভাৰতত এই ধাৰণা বিশেষভাৱে প্ৰচলিত৷ ভাৰতত কুমাৰীত্ব ঘূৰাই অনাৰ চিকিৎসা জনপ্ৰিয় হোৱা নাই যদিও বাহিৰৰ দেশসমূহত জনপ্ৰিয় ব্যয়বহুল এই চিকিৎআ৷ এটা অপাৰেচনৰ বিনিময়ত চিকিৎসকক প্ৰদান কৰিব লাগে ৩০ লক্ষাধিক পৰ্যন্ত টকা৷

কিন্তু শেহতীয়াকৈ ব্ৰিটেইনৰ সংশোধিত চিকিৎসা আইনত হাইমেন’প্লাষ্টি অৰ্থাৎ হাইমেন প্ৰতিষ্ঠাপন এক অপৰাধ বুলি গণ্য কৰা হৈছে৷ এই অপৰাধৰ প্ৰমাণ হ’লে ৫ বছৰ পৰ্যন্ত জে’ল হোৱাৰ লগতে জৰিমনা বিহিব লাগিব প্ৰশাসনে৷ ব্ৰিটেইনৰ কোনো নাগৰিক যদি এনে চিকিৎসাৰ বাবে অন্য দেশলৈও যায় তেওঁকো অপৰাধী বুলিয়ে গণ্য কৰিব৷ প্ৰশাসনৰ এই সিদ্ধান্তক ব্ৰিটেইনৰ একাংশ মহিলাই সমৰ্থন কৰিছে যদিও বহুতেই মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে বুলি আন্দোলনৰ প্ৰসংগও উত্থাপন কৰিছে অনেক মহিলাই৷ নাৰীৰ ব্যক্তিগত সিদ্ধান্তত চৰকাৰৰ হস্তক্ষেপত ক্ষব্ধ একাংশ নাৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24virginity repair is illegal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ
অসম

৭ দিনত ভৰি দিলে অখিল গগৈৰ ধৰ্মঘটে, ক্ষতিপূৰণ নিদিয়ালৈকে আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ

October 8, 2026
কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক
জীৱনশৈলী

কল খোৱাৰ পিছত পানী খোৱাৰ অভ্যাস? ক্ষতি কৰে নেকি শৰীৰত জানক

October 8, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?
বিনোদন

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

October 8, 2026
Next Post
‘‘মোৰ ব্ৰাৰ(অন্তবাস)জোখ ভগৱানে লৈ আছে’’ অভিনেত্ৰীৰ মুখৰ এটা বাক্য, তাৰপিছত অভিনেত্ৰীৰ অৱস্থা তথৈবচ!

‘‘মোৰ ব্ৰাৰ(অন্তবাস)জোখ ভগৱানে লৈ আছে’’ অভিনেত্ৰীৰ মুখৰ এটা বাক্য, তাৰপিছত অভিনেত্ৰীৰ অৱস্থা তথৈবচ!

কাৰ অভিশাপত দগ্ধ বিশ্ববাসী! শেষ হোৱাৰ নাম নলয় ক’ৰোনাই, ক’ৰোনাৰ নতুন ষ্ট্ৰেইনক লৈ পুনৰ সতৰ্কবাণী চীনৰ

কাৰ অভিশাপত দগ্ধ বিশ্ববাসী! শেষ হোৱাৰ নাম নলয় ক’ৰোনাই, ক’ৰোনাৰ নতুন ষ্ট্ৰেইনক লৈ পুনৰ সতৰ্কবাণী চীনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.