• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাশ্মীৰ ফাইলছৰ পিছত এইবাৰ ‘দ্য দিল্লী ফাইলছ’, বিবেক অগ্নিহোত্ৰীৰ ঘোষণা

কাশ্মীৰ ফাইলছৰ পিছত এইবাৰ ‘দ্য দিল্লী ফাইলছ’, বিবেক অগ্নিহোত্ৰীৰ ঘোষণা

4 years ago
বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

6 minutes ago
সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

সম্পৰ্কত মৰমৰ বাহিৰে নাথাকে অন্য ঠাই, মাত্ৰ অনুসৰণ কৰক এই টিপচ!

46 minutes ago
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

1 hour ago
বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

বেংক একাউণ্টত কিমান টকা থাকিলে IT Raid নহয়? জানক সঠিক উত্তৰ

2 hours ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

3 hours ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

3 hours ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

4 hours ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

5 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

5 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

6 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

7 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কাশ্মীৰ ফাইলছৰ পিছত এইবাৰ ‘দ্য দিল্লী ফাইলছ’, বিবেক অগ্নিহোত্ৰীৰ ঘোষণা

editor by editor
April 15, 2022
in চিনেমা, ভাৰত
0
কাশ্মীৰ ফাইলছৰ পিছত এইবাৰ ‘দ্য দিল্লী ফাইলছ’, বিবেক অগ্নিহোত্ৰীৰ ঘোষণা
0
SHARES
99
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিকৰ্তিক ছবি দ্য কাশ্মীৰ ফাইলছ নিৰ্মাণ কৰি দেশজুৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগেৰে অভিযুক্ত ছবি পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে এইবাৰ নিৰ্মাণ কৰিব দ্য দিল্লী ফাইলছ৷

ইতিমধ্যে বিতৰ্কিত পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে নিজৰ টুইটাৰ হেণ্ডলত এই কথা প্ৰকাশ কৰিছে৷ হিন্দু প্ৰধান দেশ ভাৰতৰ হিন্দুত্ববাদী লোকসকলে দ্য কাশ্মীৰ ফাইলছ ছবিখনৰ ভূয়সী প্ৰশংসা কৰাই নহয়, ছবিগৃহত গৈ ছবিখন দৰ্শন কৰি ছুপাৰহিট কৰোৱাইছে৷

দশকৰ এই বিপুল সমাদৰত ছবিখনৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে অভিভূত হৈ তেওঁৰ ছবিখনক আদৰ কৰা সকলো দশকে ধন্যবাদৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছে৷

লগতে পঢ়ক অৱশেষত সম্পন্ন হ’ল ৰণবীৰ-আলিয়াৰ বহু প্ৰত্যাশিত বিবাহ

‘‘মই সেইসকল লোকক ধন্যবাদ জ্ঞাপন কৰিছো, যিসকলে দ্য কাশ্মীৰ ফাইলছক আদৰি ল’লে৷ মই যোৱা ৪ বছৰে অতি সাধুতাৰে অসীম কষ্ট কৰিছিলো৷’’ টুইটত বিবেক অগ্নিহোত্ৰীয়ে কয়৷

পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে লগতে কয় যে কাশ্মীৰৰ হিন্দুসকলৰ সৈতে হোৱা অন্যায় অত্যাচাৰ বিষয়ে সকলোকে অৱগত কৰাতো অতি জৰুৰী আছিল৷

ইয়াৰ পিছতে বিবেক অগ্নিহোত্ৰীয়ে নিজৰ নতুন ছবিৰ নামো ঘোষণা কৰিছে৷ তেওঁৰ নতুন ছবিখনৰ নাম দ্য দিল্লী ফাইলছ বুলিও প্ৰকাশ কৰিছে৷ অৱশ্যে ছবিখন কাহিনীৰ বিষয়েও এতিয়াও কোনো কথা প্ৰকাশ কৰা নাই পৰিচালক অগ্নিহোত্ৰীয়ে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamthe delhi filesthe kashmir filesVivek Angnihotri
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি
জীৱনশৈলী

বৃহস্পতিৰ ঘৰত ৩গ্ৰহৰ যোগ, বাহিৰলৈ ফুৰিবলৈ যোৱাৰ যোগ, টকাৰ সিংহাসনত বহিব এই ৪ৰাশি

April 7, 2026
বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!
বিনোদন

বিয়াৰ প্ৰস্তুতিত ব্যস্ত নেকি মলাইকা? নতুন প্ৰেমিকৰ সৈতে চিনাকি কৰাই দিলে পুত্ৰক!

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

April 6, 2026
Next Post
WhatsAppত পুনৰ চাৰিটা নতুন ফিছাৰ! কি কি নতুন বৈশিষ্ট্যযুক্ত হ’ল হোৱাটছএপ?

WhatsAppত পুনৰ চাৰিটা নতুন ফিছাৰ! কি কি নতুন বৈশিষ্ট্যযুক্ত হ’ল হোৱাটছএপ?

বিজেপিৰ সহযোগী দলৰ ভগৱান ৰামক আক্ৰমণ, ‘ৰাম ভগৱান নহয়, এটা কাহিনীৰ চৰিত্ৰহে’

বিজেপিৰ সহযোগী দলৰ ভগৱান ৰামক আক্ৰমণ, ‘ৰাম ভগৱান নহয়, এটা কাহিনীৰ চৰিত্ৰহে’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.