• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিজেপিৰ সহযোগী দলৰ ভগৱান ৰামক আক্ৰমণ, ‘ৰাম ভগৱান নহয়, এটা কাহিনীৰ চৰিত্ৰহে’

বিজেপিৰ সহযোগী দলৰ ভগৱান ৰামক আক্ৰমণ, ‘ৰাম ভগৱান নহয়, এটা কাহিনীৰ চৰিত্ৰহে’

4 years ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

40 minutes ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

1 hour ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

2 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

3 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

3 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

11 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

12 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

12 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

13 hours ago
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

14 hours ago
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

14 hours ago
বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

বৈভৱ সূৰ্যবংশীক ভি ভি এছ লক্ষ্মণৰ কঠোৰ সতৰ্কবাণী!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বিজেপিৰ সহযোগী দলৰ ভগৱান ৰামক আক্ৰমণ, ‘ৰাম ভগৱান নহয়, এটা কাহিনীৰ চৰিত্ৰহে’

editor by editor
April 15, 2022
in ভাৰত, ৰাজনীতি
0
বিজেপিৰ সহযোগী দলৰ ভগৱান ৰামক আক্ৰমণ, ‘ৰাম ভগৱান নহয়, এটা কাহিনীৰ চৰিত্ৰহে’
0
SHARES
133
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ৰাম ভগৱান নহয়, ৰাম কাহিনীৰ এটা চৰিত্ৰহে৷’ এই বিস্ফোৰক দাবী কৰিছে বিহাৰৰ বিজেপি মৰ্চা চৰকাৰৰ অংশীদাৰ দলৰ এক বৰ্ষীয়ান নেতা তথা বিহাৰৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে৷ তেওঁ হৈছে যতীন ৰাম মাঝি৷

এই যতীন ৰাম মাঝি হৈছে বিহাৰৰ ২৪ সংখ্যক মুখ্যমন্ত্ৰী৷ তেওঁ ২০১৪ চনৰ ২০ মে’ৰ পৰা ২০১৫ চনৰ ২০ ফেব্ৰুৱাৰিৰলৈকে বিহাৰ মুখ্যমন্ত্ৰী আছিল৷ ইমানেই নহয় হিন্দুস্তানী আম মৰ্চাৰ অধ্যক্ষ যতীন ৰাম মাঝি নীতিশ কুমাৰৰ পূৰ্বৰ চৰকাৰৰ কেবিনেট মন্ত্ৰীও আছিল৷

বিহাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যতীন ৰাম মাঝিয়ে এই দাবী কৰি কয় যে তেওঁ ৰামক বিশ্বাস নকৰে৷

লগতে পঢ়  কাশ্মীৰ ফাইলছৰ পিছত এইবাৰ ‘দ্য দিল্লী ফাইলছ’, বিবেক অগ্নিহোত্ৰীৰ ঘোষণা

‘‘মই ৰামক বিশ্বাস নকৰো৷ ৰাম ভগৱান নহয়৷ ৰামক কাহিনীৰ এটা চৰিত্ৰ হিচাপে তুলসীদাস আৰু বাল্মিকীয়ে সৃষ্টি কৰিছিল৷’’ বিহাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাঝিৰ দাবী৷

‘‘তেওঁলোকে ৰামায়ণ ৰচনা কৰিছিল আৰু তেওঁলোকৰ ৰচনাত বহু ভাল ভাল কথা আছে৷ আমি সেইবোৰ বিশ্বাস কৰো৷ আমি তুলসীদাস আৰু বাল্মিকীক বিশ্বাস কৰো, কিন্তু ৰামক বিশ্বাস নকৰো৷’’ বৰ্তমানৰ নীতিশ কুমাৰ চৰকাৰৰ মন্ত্ৰী সন্তুোষ মাঝিৰ পিতৃ যতীন ৰামা মাঝিয়ে লগতে আৰু কয়৷

বৃহস্পতিবাৰে দেশৰ সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ জন্ম দিৱস উপলক্ষ্যে উদযাপন কৰা এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি নীতিশ কুমাৰ চৰকাৰৰ অংশীদাৰৰ দল HAMৰ প্ৰধানগৰাকীয়ে লগতে কয় যে ‘‘যদি তোমালোকে ৰামক বিশ্বাস কৰা, তেতিয়া হ’লে আমি সেই কাহিনীক সদায় ফলৰ সোৱাদৰ দৰেহে গ্ৰহণ কৰো৷’’

লগতে পঢ়ক হোমৰ গুৰিত ৭ পাকৰ ঠাইত কিয় ৪ পাকহে ঘূৰিলে আলিয়া ৰণবীৰে? ভাতৃয়ে কৰিলে প্ৰকাশ

তেওঁ লগতে ব্ৰাহ্মণ সম্প্ৰদায়ক আক্ৰমণ কৰি কয়ে যে ব্ৰাহ্মণসকলে দলিতসকলক নিষ্পেষণ কৰি অহা বুলি দাবী কৰিছে৷ বিহাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাঝিৰ মতে বিশ্বত মাত্ৰ দুটাহে জাতি আছে, এটা হৈছে ধনী আৰু আনটো হৈছে দুখীয়া৷

ভগৱান ৰামৰ জন্ম জয়ন্তী ৰাম নৱমীত সংঘটিত হিংসাত্মক ঘটনাৰ পিছতে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাঝিয়ে কৰা এই মন্তব্যই দেশজুৰি ব্যাপক বিতৰ্কৰ সূচনা কৰাৰ আশংকা কৰা হৈছে৷ উল্লেখ্য যে ৰাম নৱমীৰ শোভাযাত্ৰাত গুজৰাট, মধ্য প্ৰদেশ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ বিভিন্ন স্থানত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssambiharJatin Ram ManjhiLord Rama
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত
ভাৰত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

July 28, 2026
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ
বাণিজ্য

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

July 27, 2026
হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক
বিনোদন

হলীউডৰ অভিনেত্ৰীয়ে ছচিয়েল মিডিয়াত Follow কৰিলে অভিজিৎ দীপকেক

July 27, 2026
Next Post
ৰাজপথত মূৰ আৰু ভৰি নোহোৱা মানুহৰ আৰ্বিভাৱ! ভাইৰেল ফ’টোক লৈ চাঞ্চল্যৰ সৃষ্টি

ৰাজপথত মূৰ আৰু ভৰি নোহোৱা মানুহৰ আৰ্বিভাৱ! ভাইৰেল ফ’টোক লৈ চাঞ্চল্যৰ সৃষ্টি

বিবাহ মঞ্চত কইনাক উপেক্ষা দৰাৰ! কি কাণ্ড সংঘটিত কৰিলে কইনাই?

বিবাহ মঞ্চত কইনাক উপেক্ষা দৰাৰ! কি কাণ্ড সংঘটিত কৰিলে কইনাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.