• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজপথত মূৰ আৰু ভৰি নোহোৱা মানুহৰ আৰ্বিভাৱ! ভাইৰেল ফ’টোক লৈ চাঞ্চল্যৰ সৃষ্টি

ৰাজপথত মূৰ আৰু ভৰি নোহোৱা মানুহৰ আৰ্বিভাৱ! ভাইৰেল ফ’টোক লৈ চাঞ্চল্যৰ সৃষ্টি

5 years ago
শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

4 hours ago
ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

4 hours ago
দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

5 hours ago
নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!

নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!

5 hours ago
মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

6 hours ago
নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম

নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম

6 hours ago
নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

8 hours ago
২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

8 hours ago
ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

9 hours ago
ধ্বংসস্তুপত পৰিণত হ’ব পাৰে তিব্বত, উত্তৰাখণ্ড

ধ্বংসস্তুপত পৰিণত হ’ব পাৰে তিব্বত, উত্তৰাখণ্ড

9 hours ago
‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

10 hours ago
কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ৰাজপথত মূৰ আৰু ভৰি নোহোৱা মানুহৰ আৰ্বিভাৱ! ভাইৰেল ফ’টোক লৈ চাঞ্চল্যৰ সৃষ্টি

editor by editor
April 15, 2022
in বিবিধ, বিশ্ব
0
ৰাজপথত মূৰ আৰু ভৰি নোহোৱা মানুহৰ আৰ্বিভাৱ! ভাইৰেল ফ’টোক লৈ চাঞ্চল্যৰ সৃষ্টি
0
SHARES
610
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজপথত মূৰ আৰু ভৰি নোহোৱা এজন মানুহৰ আৰ্বিভাৱৰ ফ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগে সমগ্ৰ বিশ্ব জুৰি সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি হৈছে৷

গুগল মেপত আৰ্বিভাৱ হোৱা মূৰ আৰু ভৰি নোহোৱা এই মানুহজনৰ দেহত বগা ৰঙৰ হাজনাট চ্যুট পৰিধান কৰি থকা প্ৰত্যক্ষ কৰা হৈছে৷

সামাজিক মাধ্যমত ভাইৰেল এই ফ’টোসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ ব্ৰুকলীন য়াৰ্ডৰ৷

 

লগতে পঢ়ক WhatsAppত পুনৰ চাৰিটা নতুন ফিছাৰ! কি কি নতুন বৈশিষ্ট্যযুক্ত হ’ল হোৱাটছএপ?

হাজমাট চ্যুট পৰিধান কৰি থকা দেখা গ’লেও পোছাকযোৰ ভিতৰত কিন্তু কোনো শৰীৰৰো উপস্থিতি দেখা নগৈছিল৷

জানিব পৰা মতে এই ফ’টোসমূহ ২০২১ চনৰ মে’ত মাহত তোলা হৈছিল যদিও এতিয়াহে ভাইৰেল কৰা হৈছে৷

 

লগতে পঢ়ক কাশ্মীৰ ফাইলছৰ পিছত এইবাৰ ‘দ্য দিল্লী ফাইলছ’, বিবেক অগ্নিহোত্ৰীৰ ঘোষণা

অৱশ্যে অতি কঠোৰ নিৰাপত্তা বেষ্টনীৰে আৱেষ্টিত নিউয়ৰ্কৰ মাৰ্কিন নৌ সেনাৰ অধীনস্থ এটা আট্টালিকাৰ সমীপত মূৰ আৰু ভৰি নোহোৱা এক কথাত ক’বলৈ গ’লে চ্যুটৰ ভিতৰত কোনো শৰীৰৰ অৱস্থিতি নথকা এই আকৃতিটোৰ কেনেকৈ আবিৰ্ভাৱ হ’ল তাৰ কোনো তথ্য প্ৰকাশ হোৱা নাই৷

অৱশ্যে এজন ব্যক্তিয়ে এই ক্লাছিক ভয়ংকৰ চৰিত্ৰটোক হ’লো মেনৰ কোভিড সংস্কৰণ বুলিও অভিহিত কৰিছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBrooklyn Navy YardHeadless 'man' 'Hollow ManNew York Cityusa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?
জীৱনশৈলী

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

October 22, 2026
ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড
বিনোদন

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

October 22, 2026
মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য
বিজ্ঞান

মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

October 22, 2026
নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়
জীৱনশৈলী

নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

October 22, 2026
Next Post
বিবাহ মঞ্চত কইনাক উপেক্ষা দৰাৰ! কি কাণ্ড সংঘটিত কৰিলে কইনাই?

বিবাহ মঞ্চত কইনাক উপেক্ষা দৰাৰ! কি কাণ্ড সংঘটিত কৰিলে কইনাই?

শিশুৰ মোবাইলাতাংক! কেনেকৈ শিশুৰ মোবাইল মেনিয়া দূৰ কৰিব?

শিশুৰ মোবাইলাতাংক! কেনেকৈ শিশুৰ মোবাইল মেনিয়া দূৰ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.