• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্তান জন্ম দিয়ক আৰু টকা লাভ কৰক, পুটিন চৰকাৰৰ নতুন আইন

সন্তান জন্ম দিয়ক আৰু টকা লাভ কৰক, পুটিন চৰকাৰৰ নতুন আইন

2 years ago
১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

22 minutes ago
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

52 minutes ago
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

2 hours ago
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

2 hours ago
প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

প্ৰেম আৰু আৰ্থিক দিশত এইকেইটা ৰাশিৰ লোকে পাব নতুন খবৰ

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

11 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৪ ৰাশিয়ে পাব আৰ্থিক সকাহ!

12 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

12 hours ago
সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

সপোনে পাব নতুন দিশ, মাত্ৰ এই সপ্তাহত সাৱধানে থাকক ৫ ৰাশিৰ লোক!

13 hours ago
RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

RBI ৰ ডাঙৰ সিদ্ধান্ত! অনলাইনত প্ৰতাৰণা কৰিলে পাব ক্ষতিপূৰণ

14 hours ago
তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

তিতা কাপোৰ বহুদিন ধৰি বাথৰুমত ৰখাৰ অভ্যাস আছে নেকি?

15 hours ago
‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

‘ৰন্ধা-বঢ়া বা ঘৰ চাফা কৰাটো নাৰীৰ কাম নহয়’, প্ৰিয়ংকা চোপ্ৰাৰ মন্তব্যই লগাইছে তোলপাৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সন্তান জন্ম দিয়ক আৰু টকা লাভ কৰক, পুটিন চৰকাৰৰ নতুন আইন

editor by editor
November 13, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
সন্তান জন্ম দিয়ক আৰু টকা লাভ কৰক, পুটিন চৰকাৰৰ নতুন আইন
0
SHARES
81
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সন্তান জন্ম দিয়ক আৰু টকা লাভ কৰক, পুটিন চৰকাৰৰ নতুন আইন

ভ্লাডিমিৰ পুটিন শাসনাধীন ৰাছিয়াত আৰম্ভ হৈছ নতুন নিয়ম। নিশা ১০ বজাৰ পৰা পুৱা ২ বজালৈ ইণ্টাৰনেট আৰু বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰাৰ কথা চিন্তা কৰিছে দেশ খনৰ প্ৰশাসনে। লগতে সাধাৰণ জনতালৈ দিছে অফাৰ, অধিক সন্তান জন্ম দিয়ক, টকা লাভ কৰক।

পাছে কিয় পুটিন চৰকাৰে ‘যৌন মন্ত্ৰালয়’ গঠনৰ বিষয়ে আলোচনা কৰিছে? এই নিশা ইণ্টাৰনেট আৰু বিদ্যুতৰ সংযোগ বিচ্ছিন্ন কৰাৰ মূলতে দম্পতীয়ে যাতে একেলগে সময় কটাব পাৰে। যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে আৰু অধিক সন্তান জন্ম দিব পাৰে।

এই নিময় অনাৰ কাৰণ হৈছে, ৰাছিয়াত জন্মৰ হাৰ হ্ৰাস। যাৰ বাবে এতিয়া চিন্তাত পৰিছে পুটিন চৰকাৰ। সেয়ে জন্মৰ হাৰ বৃদ্ধিৰ বাবে ন ন চিন্তা তথা নিয়ম অনাৰ বাবে যো-জা চলাইছে।

ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে জনসংখ্যা হ্ৰাসৰ সংশোধন কৰিবলৈ বিষয়াসকলক আহ্বান জনাইছিল, তাৰ পিছতে এতিয়া বিষয়াসকলে ইয়াৰ ওপৰত কাম কৰি আছে। আচলতে ৰাছিয়াত ইতিমধ্যে জন্মৰ হাৰ কম আছিল যদিও প্ৰায় তিনি বছৰ ধৰি ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ বাবে পৰিস্থিতি আৰু বেয়া হৈ পৰিছে।

সেয়ে সমস্যাৰ সমাধান হিচাপে নিশা ১০ বজাৰ পিছত পুৱা ২ বজালৈকে অঞ্চলসমূহত ইণ্টাৰনেট আৰু বিদ্যুৎ বন্ধ কৰিব লাগে বুলি পৰামৰ্শ দিয়া হৈছে। ইয়াৰ দ্বাৰা জন্মৰ হাৰ বৃদ্ধিত সহায়ক হ’ব।

লগতে ইয়াকো কোৱা হৈছে যে, যদি মহিলাই মাতৃ হবলৈ ওলাইছে, তেন্তে সেই মহিলাকো উপহাৰেৰে সা-সন্মান কৰা উচিত। ইয়াৰ বাবে মহিলাসকলক আৰ্থিক সহায় আগবঢ়োৱা হব। পেঞ্চনৰ ক্ষেত্ৰতো সহায়ক হব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Birth RaterussiaRussia PopulationVladimir Putin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা
জীৱনশৈলী

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

June 27, 2026
WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!
অপৰাধ

WIG পৰিধান কৰাৰ বাবেই কেতনক হ*ত্যা কৰিছিল ছিয়াই!

June 27, 2026
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!
বিশ্ব

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

June 27, 2026
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড
বিনোদন

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

June 27, 2026
Next Post
ভংগ হোৱাৰ দিশে ৰোহিত-বিৰাটৰ বিশ্ব ৰেকৰ্ড, ৰেকৰ্ড ভংগ কৰাৰ দিশে পাকিস্তানি ক্ৰিকেটাৰ

ভংগ হোৱাৰ দিশে ৰোহিত-বিৰাটৰ বিশ্ব ৰেকৰ্ড, ৰেকৰ্ড ভংগ কৰাৰ দিশে পাকিস্তানি ক্ৰিকেটাৰ

ৰোগী ৰূপ ধৰি কেঞ্চাৰ চিকিৎসকৰ কাষ চাপিল যুৱক, তাৰ পাছতে ঘটিল অঘটন, চাৰিওফালে হাহাকাৰ

ৰোগী ৰূপ ধৰি কেঞ্চাৰ চিকিৎসকৰ কাষ চাপিল যুৱক, তাৰ পাছতে ঘটিল অঘটন, চাৰিওফালে হাহাকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.