• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি যাত্ৰা কৰাৰ পূৰ্বে জানি লওঁক বাট-পথৰ নিৰ্দেশনা, বহু পথত আছে নিষেধাজ্ঞা

আজি যাত্ৰা কৰাৰ পূৰ্বে জানি লওঁক বাট-পথৰ নিৰ্দেশনা, বহু পথত আছে নিষেধাজ্ঞা

2 years ago

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

8 minutes ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

54 minutes ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

2 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

2 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

3 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

3 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

3 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

4 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

4 hours ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

5 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

7 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি যাত্ৰা কৰাৰ পূৰ্বে জানি লওঁক বাট-পথৰ নিৰ্দেশনা, বহু পথত আছে নিষেধাজ্ঞা

editor by editor
June 4, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ৰাজনীতি
0
আজি যাত্ৰা কৰাৰ পূৰ্বে জানি লওঁক বাট-পথৰ নিৰ্দেশনা, বহু পথত আছে নিষেধাজ্ঞা
0
SHARES
92
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি যাত্ৰা কৰাৰ পূৰ্বে জানি লওঁক বাট-পথৰ নিৰ্দেশনা, বহু পথত আছে নিষেধাজ্ঞা

আজি ৪ জুন তাৰিখ মঙলবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনটোত যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰীত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা।

গুৱাহাটী মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজিৰ দিনটোত পুৱা ৪ বজাৰ পৰা ভোটগণনা শেষ নোহোৱা পৰ্যন্ত গধূৰ যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। কিয়নো মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’ব ভোট গণনা প্ৰক্ৰিয়া।

আনহাতে জ্যোতিকুছিৰ দিশৰ পৰা ৰাজীৱ গান্ধী ৰোডৰ দিশে অহা বাহনসমূহ এ কে আজাদ ৰোডৰ দিশে যাব লাগিব। এই পথেৰে অহা কোনো বাহন মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ দিশে প্ৰৱেশ কৰিব নোৱাৰিব। ৰাজীৱ গান্ধী ৰোডত কোনো যান-বাহন চলাচল কৰিব নোৱাৰিব, ন’ পাৰ্কিং জ’ন হিচাপে ঘোষণা কৰা হৈছে।

গড়চুকৰ দিশৰ পৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ দিশে অহা যান-বাহনসমূহ উৰণ সেঁতুৰ তলেৰে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ডাইভাৰ্ট কৰা হ’ব, মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ অভিমুখী ছাৰ্ভিচ ৰোডত কোনো যান-বাহন চলাচল কৰিবলৈ দিয়া নহ’ব। নিৰ্বাচনী কৰ্তব্যত থকা লোক, নিৰ্বাচন সম্পৰ্কীয় সামগ্ৰী আৰু জৰুৰীকালীন সেৱাৰ বাহনৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

অৱশ্যে এই ক্ষেত্ৰত জৰুৰীকালীন বাহন যেনে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন, এম্বুলেঞ্চ, জীৱনদায়িনী ঔষধ, অক্সিজেন কঢ়িওৱা বাহনৰ ক্ষেত্ৰত নাথাকিব এই নিষেধাজ্ঞা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 27 national HighwayassamelectionGHYguwahatiGuwahati road
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য
জীৱনশৈলী

যুদ্ধৰ পৰিস্থিতিত কি কি সতৰ্কতা গ্ৰহণ কৰিব, শুকুৰবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক, বৈঠকত নাথাকে ভোটমুখী ৫ৰাজ্য

March 27, 2026
তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?
জীৱনশৈলী

তামিলনাডুৰ নিৰ্বাচত জয়ী হ’লে মুখ্যমন্ত্ৰী হ’ব খোজে বিজয়! চৰকাৰ আহিলে প্ৰতিমহিলাক ২৫০০ টকা, প্ৰতিটো পৰিয়ালক ৬টাকৈ LPG চিলিণ্ডাৰ, আৰু কি কি প্ৰতিশ্ৰুতি?

March 25, 2026
Next Post
কাউণ্টডাউন আৰম্ভ, ৫৪৩ আসনৰ যুঁজ, কোনে পৰিধান কৰিব মুকুট ?

কাউণ্টডাউন আৰম্ভ, ৫৪৩ আসনৰ যুঁজ, কোনে পৰিধান কৰিব মুকুট ?

পুৱাই অঘটন, জোতাৰ ভিতৰত মোবাইল লৈ ভোটগণনা কেন্দ্ৰত প্ৰৱেশ

পুৱাই অঘটন, জোতাৰ ভিতৰত মোবাইল লৈ ভোটগণনা কেন্দ্ৰত প্ৰৱেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.