• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৃত্যু যজ্ঞ প্ৰকৃতিৰ, এফালে ৱাইনাড, আনফালে উত্তৰাখণ্ড-হিমাচল, দুয়ো ঠাইত নিহতৰ সংখ্যা ৪০০ পাৰ

মৃত্যু যজ্ঞ প্ৰকৃতিৰ, এফালে ৱাইনাড, আনফালে উত্তৰাখণ্ড-হিমাচল, দুয়ো ঠাইত নিহতৰ সংখ্যা ৪০০ পাৰ

2 years ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

2 minutes ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

2 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

2 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

2 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

3 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

3 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

4 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

4 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

5 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

6 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

7 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মৃত্যু যজ্ঞ প্ৰকৃতিৰ, এফালে ৱাইনাড, আনফালে উত্তৰাখণ্ড-হিমাচল, দুয়ো ঠাইত নিহতৰ সংখ্যা ৪০০ পাৰ

editor by editor
August 3, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
মৃত্যু যজ্ঞ প্ৰকৃতিৰ, এফালে ৱাইনাড, আনফালে উত্তৰাখণ্ড-হিমাচল, দুয়ো ঠাইত নিহতৰ সংখ্যা ৪০০ পাৰ
0
SHARES
515
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৃত্যু যজ্ঞ প্ৰকৃতিৰ, এফালে ৱাইনাড, আনফালে উত্তৰাখণ্ড-হিমাচল, দুয়ো ঠাইত নিহতৰ সংখ্যা ৪০০ পাৰ

দেশত যেন প্ৰকৃতিয়ে কাল ৰূপ ধাৰণ কৰি মৃত্যু যজ্ঞ পাতিছে। কেৱল মৃত্যুৰ খবৰ চাৰিওফালৰ পৰা। দেশৰ উত্তৰ অংশত যদি ডাৱৰ বিস্ফোৰণৰ ঘটনা, দক্ষিণাংশত আকৌ ভূমিস্খলনৰ ঘটনা। ডাৱৰ বিস্ফোৰণ হৈ উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত বৰ্তমানলৈ ২৩ গৰাকী লোকৰ মৃত্যু, ৩৬ গৰাকী লোক এতিয়াও সন্ধানহীন।

আনহাতে কেৰালাৰ ৱাইনাডত ৩৫৮ লৈ বৃদ্ধি পাইছে মৃকৰ সংখ্যা। ইয়াৰ লগতে প্ৰায় ২০০ লোক খহি পৰা মাটিৰ মাজত এতিয়াও আৱদ্ধ। উদ্ধৰ অভিযান অব্যাহত আছে এতিয়াও।

কেৰালাৰ ৱায়ানাডত সংঘটিত ভূমিস্খলনৰ পিছত আজি পঞ্চম দিনত সাহায্য আৰু উদ্ধাৰ অভিযান। এতিয়ালৈকে মৃত্যুৰ সংখ্যা ৩৫৮ জন হৈছেগৈ। মৃতদেহৰ সন্ধান এতিয়াও অব্যাহত আছে। ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্ণেল বিকাশ ৰাণাই কয় যে আজিও কালিৰ দৰে বিভিন্ন জ’নৰ বাবে বিভিন্ন দল গঠন কৰা হ’ব। দলসমূহৰ সৈতে বিজ্ঞানী আৰু স্নিফাৰ ডগো উপস্থিত থাকিব। সেনা বিষয়াগৰাকীয়ে কয় যে স্থানীয় লোকেও সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰি আছে।

কেৰেলাৰ এডিজিপি (আইন আৰু শৃংখলা) এম.আৰ. অজিত কুমাৰে ৱাইনাডৰ ভূমিস্খলনৰ সন্দৰ্ভত কয়, ‘সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে, আমি অনুসন্ধান অভিযানত নিয়োজিত হৈছো, সমগ্ৰ অঞ্চলটোক ৬টা জ’ন, ৫টা ভূমি এলেকা আৰু ১টা নদী এলেকাত ভাগ কৰা হৈছে। যোৱা দুদিন ধৰি আমি নদী অঞ্চলটোৰ ওপৰত গুৰুত্ব দি আছো। আৰক্ষী বিষয়াৰ লগতে বন, অগ্নিনিৰ্বাপক আৰু উপকূলৰ ৰক্ষীয়েও নিজৰ কাম কৰি আছে। আমাৰ আৰক্ষীৰ হেলিকপ্টাৰ আৰু ড্ৰোন ব্যৱহাৰ কৰি জৰীপ চলোৱা হৈছে। আজি আমি সেই অনুসন্ধানত এটা মৃতদেহ পাইছিলোঁ। এই পৰ্যন্ত জিলা প্ৰশাসনৰ তথ্য অনুসৰি তেওঁলোকে ৪০০ লোক নিৰুদ্দেশ হোৱাৰ তথ্য লাভ কৰিছে, আমাৰ হাতত বিশেষ তথ্য নাই।

উত্তৰ ভাৰতৰ দুই ৰাজ্যতো এতিয়া চকু পানীৰে বাট নেদেখা অৱস্থা। উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ লগতে ডাৱৰ বিস্ফোৰণৰ ফলত হঠাতে অহা বানপানীত উটি যায় বহু লোক। দুয়োখন ৰাজ্যৰ এতিয়ালৈকে ২৩ গৰাকী লোক, উত্তৰাখণ্ডৰ ১৫ গৰাকী আৰু হিমাচল প্ৰদেশৰ ৮ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে ৩৬গৰাকী সন্ধানহীন। সন্ধানকাৰ্য অব্যাহত ৰাখিছে প্ৰশাসন আৰু স্থানীয় ৰাইজে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Himachal Pradeshkeralauttarakhandwainad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?
বাণিজ্য

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

September 29, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

September 29, 2026
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

September 29, 2026
Next Post
অলিম্পিকৰ পৰা দুখবৰ, তৃতীয়টো পদক লাভৰ পৰা বঞ্চিত মনু ভাকেৰ

অলিম্পিকৰ পৰা দুখবৰ, তৃতীয়টো পদক লাভৰ পৰা বঞ্চিত মনু ভাকেৰ

আই পি এছ বিষয়া দলজিৎ সিং চৌধাৰীক বি এছ এফৰ অতিৰিক্ত দায়িত্ব

আই পি এছ বিষয়া দলজিৎ সিং চৌধাৰীক বি এছ এফৰ অতিৰিক্ত দায়িত্ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.