• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকাৰ কথা আমাক জনোৱাৰ বাবে ধন্যবাদ, আমি তাত আক্ৰমণ কৰা নাইঃ এয়াৰ মাৰ্ছেল এ কে ভাৰতী

কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকাৰ কথা আমাক জনোৱাৰ বাবে ধন্যবাদ, আমি তাত আক্ৰমণ কৰা নাইঃ এয়াৰ মাৰ্ছেল এ কে ভাৰতী

11 months ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

13 minutes ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

34 minutes ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

51 minutes ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

1 hour ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

1 hour ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

2 hours ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

2 hours ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

3 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

4 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

4 hours ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

5 hours ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকাৰ কথা আমাক জনোৱাৰ বাবে ধন্যবাদ, আমি তাত আক্ৰমণ কৰা নাইঃ এয়াৰ মাৰ্ছেল এ কে ভাৰতী

কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকাৰ কথা আমাক জনোৱাৰ বাবে ধন্যবাদ, আমি তাত আক্ৰমণ কৰা নাইঃ এয়াৰ মাৰ্ছেল এ কে ভাৰতী

editor by editor
May 12, 2025
in Uncategorized, বিশ্ব, ভাৰত, লেখা
0
কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকাৰ কথা আমাক জনোৱাৰ বাবে ধন্যবাদ, আমি তাত আক্ৰমণ কৰা নাইঃ এয়াৰ মাৰ্ছেল এ কে ভাৰতী
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অপাৰেছন সিন্দূৰত টাৰ্গেট কৰা হৈছিল পাক পৰমাণু অস্ত্ৰভাণ্ডাৰকো? সেই কথা বহু সংবাদমাধ্যমত প্ৰকাশ পাইছিল৷ কিন্তু কিৰানা পাহাৰত আঘাত কৰাৰ কথা মিছা বুলি জনালে এয়াৰ মাৰ্ছেল এ কে ভাৰতীয়ে৷ সোমবাৰে অপাৰেছন সিন্দূৰক লৈ সংবাদমেল সম্বোধন কৰিছে ভাৰতীয় সেনাই৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এয়াৰ মাৰ্ছেল একে ভাৰতীয়ে কয়, ‘কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ আছে৷ সেয়া আমাক জনোৱাৰ বাবে ধন্যবাদ৷ যতেই নাথাকক কিয় আমি কিৰানা পাহাৰত আক্ৰমণ কৰা নাই৷ আমি যেতিয়া আক্ৰমণ চলাইছিলো তেতিয়া সেই আক্ৰমণ কৰা স্থানৰ তালিকাত কিৰানা পাহাৰ নাছিল৷’

পাকিস্তান পঞ্জাৱ প্ৰদেশত সাৰগোধা বিমানঘাঁটি৷ এই বিমানঘাঁটিৰ কাষতেই আছে কিৰানা পাহাৰ৷ ধাৰণা কৰা হৈছে এই পাহাৰতেই সম্ভৱত পাৰমাণৱিক অস্ত্ৰ মজুত ৰাখিছে পাকিস্তানে৷ এই কিৰানা পাহাৰতেই আক্ৰমণ চলাইছে ভাৰতে বুলি সামাজিক মাধ্যমত কিছু তথ্য প্ৰচাৰ হৈ আছিল৷ আনকি কোৱা হৈছিল পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰত আক্ৰমণ কৰাৰ কাৰণেই পাকিস্তানত ভূমিকম্প হৈছে৷

সংবাদমেল সন্মিলনত এয়াৰ মাৰ্ছেল এ কে ভাৰতীয়ে কয়, আমাৰ ৩ বাহিনীয়ে কেনেকৈ পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাঁটিত আঘাত কৰিছিলো সেই বিষয়ে আমি জনাইছো৷ আমাৰ যুঁজ সন্ত্ৰাসবাদৰ বিৰুদ্ধেহে৷ পাক সেনাৰ বিৰুদ্ধে নহয়৷ কিন্তু দুঃখৰ বিষয় এয়াই যে পাকসেনাৰ সৈতে নিজকে একলগ কৰি লৈছে সন্ত্ৰাসবাদীয়ে৷ সেয়ে আমি তেওঁলোককো জৱাব দিবলৈ বাধ্য হৈছো৷ বিগত ৭ মে’ত আমি কেৱল সন্ত্ৰাসবাদীকহে আক্ৰমণ কৰিছিলো৷ কিন্তু পাকিস্তানী সেনা সন্ত্ৰাসবাদীৰ কাষত থিয় দিলে৷ ইয়াৰ বাবে তেওঁলোকৰ যি ক্ষতি হৈছে তাৰবাবে তেওঁলোক নিজেই দায়ী৷ তেওঁলোকৰ আক্ৰমণৰ সন্মুখত আমাৰ এয়াৰ ডিফেন্স চিষ্টেম পাহাৰ হৈ থিয় দিলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ
জীৱনশৈলী

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

March 31, 2026
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ
জীৱনশৈলী

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

March 31, 2026
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?
বাণিজ্য

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

March 31, 2026
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!
জীৱনশৈলী

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

March 31, 2026
Next Post
‘কৃতজ্ঞতা ভৰা হৃদয়েৰে মই বিদায় লৈছো…!’ কোহলীৰ বিদায়ক লৈ কিয় অনুষ্কাই লিখিলে, ‘মনত ৰাখিম তোমাৰ চকুপানী, যি চকুলো তুমি সকলোৰে পৰা লুকুৱাই ৰাখিছিলা!’

‘কৃতজ্ঞতা ভৰা হৃদয়েৰে মই বিদায় লৈছো...!’ কোহলীৰ বিদায়ক লৈ কিয় অনুষ্কাই লিখিলে, ‘মনত ৰাখিম তোমাৰ চকুপানী, যি চকুলো তুমি সকলোৰে পৰা লুকুৱাই ৰাখিছিলা!’

পানীৰ তলত এই ব্ৰহ্মাস্ত্ৰ ফাটিলেই আহিব ছুনামী, মাত্ৰ দুখন দেশৰ হাতত আছে এই মাৰণাস্ত্ৰ

পানীৰ তলত এই ব্ৰহ্মাস্ত্ৰ ফাটিলেই আহিব ছুনামী, মাত্ৰ দুখন দেশৰ হাতত আছে এই মাৰণাস্ত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.