• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰ্বাৰ্থ সিদ্ধি যোগত সিদ্ধিদাতাৰ কৃপা, বুধবাৰে আৰ্থিকভাৱে সচ্ছল হ’ব এই ৫ ৰাশি

সৰ্বাৰ্থ সিদ্ধি যোগত সিদ্ধিদাতাৰ কৃপা, বুধবাৰে আৰ্থিকভাৱে সচ্ছল হ’ব এই ৫ ৰাশি

8 months ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

10 minutes ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

45 minutes ago
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

1 hour ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

2 hours ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

2 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

3 hours ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

3 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

4 hours ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

4 hours ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

5 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

5 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সৰ্বাৰ্থ সিদ্ধি যোগত সিদ্ধিদাতাৰ কৃপা, বুধবাৰে আৰ্থিকভাৱে সচ্ছল হ’ব এই ৫ ৰাশি

সৰ্বাৰ্থ সিদ্ধি যোগত সিদ্ধিদাতাৰ কৃপা, বুধবাৰে আৰ্থিকভাৱে সচ্ছল হ'ব এই ৫ ৰাশি

editor by editor
July 30, 2025
in জীৱনশৈলী, লেখা
0
সৰ্বাৰ্থ সিদ্ধি যোগত সিদ্ধিদাতাৰ কৃপা, বুধবাৰে আৰ্থিকভাৱে সচ্ছল হ’ব এই ৫ ৰাশি
0
SHARES
427
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩০ জুলাই বুধবাৰে চন্দ্ৰই দিনজুৰি কন্যা ৰাশিত গোচৰ কৰিব। বৈদিক পঞ্জিকা অনুসৰি আজি শাওনৰ শুক্লা ষষ্ঠী তিথি। জ্যোতিষ গণনা অনুসৰি আজি আছে সিদ্ধ যোগ আৰু সাধ্য যোগৰ প্ৰভাৱ। আজি থাকিব হস্তা নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰৰ প্ৰভাৱো। এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ। হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন। জ্যোতিষ গণনা অনুসৰি আজি কেইটামান ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য় আহিব। জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

আজি ৩০ জুলাইত পজিটিভ পৰিবৰ্তন আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনত। আজি আপুনি অতিৰিক্ত অৰ্থ উপাৰ্জন কৰাৰ সুযোগ পাব। পাবলগীয়া ধন লাভ কৰিব পাৰে। ইয়াৰ ফলত নিজৰ বেংক বেলেন্স বহুপৰিমাণে বঢ়াব পাৰিব আপুনি। ঘৰৰ প্ৰবীণসকলৰ সৈতে সুসম্পৰ্ক বৰ্তি থাকিব। আজি সন্ধিয়া ঘৰলৈ অতিথিৰ আগমন হব পাৰে।

কৰ্কট ৰাশি

আজি নিজৰ কেৰিয়াৰৰ পথত বহুপৰিমাণে আগুৱাই যাব পাৰে কৰ্কট ৰাশিৰ জাতক। আজি সৰ্বাৰ্থ সিদ্ধি যোগৰ শুভ প্ৰভাৱত কিছু অতিৰিক্ত ধনো উপাৰ্জন কৰিব পাৰিব। ব্যৱসায়ত কোনো সমস্যা থাকিলে আজি তাৰ সমাধান বিচাৰি পাব। বন্ধুৰ সৈতে নতুন কোনো কামৰ পৰিকল্পনা কৰিব পাৰে। চিত্ৰা নক্ষত্ৰৰ প্ৰভাৱত কোনো সম্পত্তি ক্ৰয় কৰিব পাৰে।

সিংহ ৰাশি

আজি  শাওনৰ শুক্লা ষষ্ঠীত উন্নতিৰ নতুন পথ খুলিব সিংহ ৰাশিৰ জাতকৰ সন্মুখত। আজি সমাজত আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব। প্ৰতি পদতে আজি নিজৰ পৰিয়ালৰ সদস্যসকলক কাষত পাব। নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। যিসকলে ব্যৱসায় আৰম্ভ কৰিব খুজিছে তেওঁলোকে নিজৰ কামত বহুপৰিমাণে আগুৱাই যাব পাৰিব। স্বাস্থ্য পূৰ্বতকৈ ভাল হব।

তুলা ৰাশি

আজি সিদ্ধিদাতাৰ আশীৰ্বাদত ভাল দিন কটাব তুলা ৰাশিৰ জাতকে। পৰিয়ালৰ সৈতে আজিৰ দিনটো ভালধৰণে কটাব পাৰিব। ধৰ্মীয় বিষয়ৰ প্ৰতিও আগ্ৰহ বাঢ়িব। আৰ্থিক বিষয়ত কোনো অভিজ্ঞ ব্যক্তিৰ পৰা লাভজনক পৰামৰ্শ পাব। পিতৃ-মাতৃৰ আশীৰ্বাদ লৈ নতুন কোনো কামত হাত দিলে ভাল ফল পাব তুলা ৰাশিৰ জাতকে।

মীন ৰাশি

আজিৰ দিনটো সাধ্য যোগৰ প্ৰভাৱত বেছ লাভজনক দিন হব মীন ৰাশিৰ জাতকৰ বাবে। আজি ভাতৃ ভগ্নীৰ সৈতে আপোনাৰ সম্পৰ্ক মজবুত হব। পেছাগত জীৱনত আজি উন্নতি কৰিব পাৰে। বিদেশত চাকৰি লাভৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত মীন ৰাশিৰ জাতকৰ প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব। ব্যৱসায়ীসকলে আজি আৰ্থিক লাভ কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?
জীৱনশৈলী

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

March 31, 2026
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
জীৱনশৈলী

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

March 31, 2026
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?
জীৱনশৈলী

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

March 31, 2026
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ
জীৱনশৈলী

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

March 31, 2026
Next Post
স্বামীৰ নিথৰ দেহত কাষত প্ৰেমিকৰ সৈতে যৌনতাত লিপ্ত পত্নী, জেৰাত হতচকিত হৈ উঠিছে আৰক্ষীও, পত্নীয়ে কেনেকৈ শেষ কৰিলে স্বামীক?

স্বামীৰ নিথৰ দেহত কাষত প্ৰেমিকৰ সৈতে যৌনতাত লিপ্ত পত্নী, জেৰাত হতচকিত হৈ উঠিছে আৰক্ষীও, পত্নীয়ে কেনেকৈ শেষ কৰিলে স্বামীক?

নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

নিজৰ কক্ষপথ বিচ্যুত হ’ব পাৰে পৃথিৱী! মহাশূন্যত ঘটিছে কেইবাটাও পৰিবৰ্তন, অন্য সূৰ্যলোকৰ অতিথি হৈ পৰিব নেকি পৃথিৱী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.