• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কালীপূজাৰে আৰম্ভ হ’ব নতুন সপ্তাহ, আদিত্য মঙ্গল যোগত মা কালীৰ কৃপা এই ৫ৰাশিত

কালীপূজাৰে আৰম্ভ হ’ব নতুন সপ্তাহ, আদিত্য মঙ্গল যোগত মা কালীৰ কৃপা এই ৫ৰাশিত

6 months ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

5 minutes ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

1 hour ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

2 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

3 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

3 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

3 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

4 hours ago
হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

হাওঁফাওঁত পানী জমা, কিমান বিপদজনক এই সমস্যা?

4 hours ago
আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

আইৰণৰ সমস্যাত ভুগিছে নেকি? তেন্তে খাওক এইবোৰ বস্তু

5 hours ago
বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বাৰে বাৰে হিকটি আহিছে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

চাহৰ সৈতে চিগাৰেট সেৱন কৰে নেকি? আপুনি গম নোপোৱাকৈ হ’ব পাৰে মাৰাত্মক ৰোগ

6 hours ago
চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

চকুৰ তলত ক’লা দাগ? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কালীপূজাৰে আৰম্ভ হ’ব নতুন সপ্তাহ, আদিত্য মঙ্গল যোগত মা কালীৰ কৃপা এই ৫ৰাশিত

কালীপূজাৰে আৰম্ভ হ’ব নতুন সপ্তাহ, আদিত্য মঙ্গল যোগত মা কালীৰ কৃপা এই ৫ৰাশিত

editor by editor
October 18, 2025
in জীৱনশৈলী
0
কালীপূজাৰে আৰম্ভ হ’ব নতুন সপ্তাহ, আদিত্য মঙ্গল যোগত মা কালীৰ কৃপা এই ৫ৰাশিত
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ২০ অক্টোবৰৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে, সেই সপ্তাহৰ প্ৰথম দিন সোমবাৰে পালিত হ’ব কালীপূজা আৰু দীপাৱলি৷ বুধাদিত্য ৰাজযোগ আৰু হংস ৰাজযোগ থাকিব এই দীপাৱলিত৷ ইয়াৰোপৰি আগন্তুক সপ্তাহত তুলা ৰাশিৰ ওপৰিও অৱস্থান কৰিব সূৰ্য আৰু মঙ্গলে৷ ইয়াৰ ফলত গঠিত হ’ব আদিত্য মঙ্গল যোগ৷ জ্যোতিষ অনুসৰি সূৰ্য আৰু মঙ্গল উভয়েই শক্তি আৰু এনাৰ্জিৰ প্ৰতীক৷ আগন্তুক সপ্তাহত আদিত্য মঙ্গল যোগৰ প্ৰভাৱত উন্নতিৰ এটাৰ পাছত আনটো সুযোগ পাব৷ জানি থওক ২০ৰ পৰা ২৬ অক্টোবৰৰ মাজত আগন্তুক সপ্তাহত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

বৃষ ৰাশি

আগন্তুক সপ্তাহ শুভ আৰু কাৰ্যকৰী হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ এই সপ্তাহত আপুনি নিজৰ কোনো ঘনিষ্ঠ বন্ধু বা কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়তা পাব৷ ইয়াৰ ফলত আপোনাৰ জীৱন সাফল্য আৰু আনন্দৰে ভৰি উঠিব৷ মা কালীৰ আশীৰ্বাদত কোনো কঠিন কাম বা ডাঙৰ দায়িত্ব আপুনি নিৰ্বিঘ্নে পালন কৰিব পাৰে৷ বিশেষ কিছু অৰ্জন কৰাৰ বাবে সন্মানিত কৰা হ’ব মেষৰ জাতকক৷

কৰ্কট ৰাশি

২০ অক্টোবৰৰ পৰা আৰম্ভ হোৱা সপ্তাহত উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ এই সপ্তাহত কোনো ডাঙৰ সমস্যাৰ পৰা হঠাৎ মুক্তি পাব আপুনি৷ যিসকলে চাকৰিৰ চেষ্টা কৰিছে তেওঁলোকে সপ্তাহৰ শেষত সুখবৰ পাব পাৰে৷ জীৱনসংগীৰ সৈতে সম্পৰ্কত ঘনিষ্ঠতা আৰু মাধুৰ্য বাঢ়িব৷ সন্তানৰ পৰা কোনো সুখবৰ পাব পাৰে৷

সিংহ ৰাশি

আদিত্য মঙ্গল যোগৰ প্ৰভাৱত আগন্তুক সপ্তাহত খুবেই ভাল সময় আহিব সিংহ ৰাশিৰ জাতকৰ৷ হঠাৎ নানান দিশৰ পৰা লাভৱান হ’ব আপুনি৷ এই সময়ত কেৰিয়াৰ সংক্ৰান্তিয় যি সিদ্ধান্ত ল’ব তাৰ পৰা আপোনাৰ লাভ হ’ব পাৰে৷ সপ্তাহৰ আৰম্ভণিৰে পৰাই আপুনি নিজৰ টকা পইছা সঠিকভাৱে মেনেজ কৰিব পাৰিব৷ অফিচত উন্নতি কৰিব পাৰে৷

বৃশ্চিক ৰাশি

আগন্তুক সপ্তাহত নানান দিশৰ পৰা ভাগ্য খুলিব বৃশ্চিক ৰাশিৰ জাতকৰ৷ সপ্তাহৰ আৰম্ভণিতেই কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব পাৰে৷ ঘৰত হঠাৎ অতিথি আহিব পাৰে৷ অতিথিৰ পৰা কোনো সুখবৰো পাব পাৰে৷ অফিচত চিনিয়ৰসকলৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ নানান সূত্ৰৰ পৰা অৰ্থাগম হব পাৰে৷

কুম্ভ ৰাশি

নতুন সপ্তাহত কুম্ভ ৰাশিৰ জাতকৰ জীৱৱত কিছু পজিটিভ পৰিবৰ্তন আহিব৷ সপ্তাহৰ আৰম্ভণিতেই কোনো প্রভাৱশালী ব্যক্তিৰ সহায় লাভ কৰিব৷ যি সমস্যাই আপোনাক বহু দিন ধৰি অশান্তি কৰি আছে সেই সমস্যাৰ পৰা মুক্তি পাব৷ আদালতত কোনো গোচৰ চলিলে ৰায় আপোনাৰ পক্ষত আহিব৷ কোনো ধৰ্মীয় স্থানলৈ যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?
জীৱনশৈলী

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

April 13, 2026
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!
জীৱনশৈলী

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

April 13, 2026
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!
জীৱনশৈলী

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

April 13, 2026
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!
খাদ্য

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

April 13, 2026
Next Post
PNBৰ পৰা ২০ লাখৰ হোম লোন ল’ব খুজিছে? দৰমহা কিমান হোৱাটো প্ৰয়োজন?

PNBৰ পৰা ২০ লাখৰ হোম লোন ল’ব খুজিছে? দৰমহা কিমান হোৱাটো প্ৰয়োজন?

দীপাৱলিৰ পৰা বক্ৰী হৈছে শনি, পোহৰৰ উৎসৱৰ পৰাই উজলি উঠিব ৩ ৰাশিৰ ভাগ্য

দীপাৱলিৰ পৰা বক্ৰী হৈছে শনি, পোহৰৰ উৎসৱৰ পৰাই উজলি উঠিব ৩ ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.