• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ ৰাশিৰ জাতকৰ

আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ ৰাশিৰ জাতকৰ

2 years ago
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

1 hour ago
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

2 hours ago
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

2 hours ago
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

3 hours ago
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

3 hours ago
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

4 hours ago
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

4 hours ago
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

5 hours ago
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

5 hours ago
বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

6 hours ago
দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

6 hours ago
ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ ৰাশিৰ জাতকৰ

আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ ৰাশিৰ জাতকৰ

editor by editor
September 28, 2024
in জীৱনশৈলী, ভাৰত
0
আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব এই ৫ ৰাশিৰ জাতকৰ
0
SHARES
307
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অক্টোবৰ ২০২৪ৰ প্ৰথম সপ্তাহত থাকিব বুধাদিত্য ৰাজযোগ৷ বৰ্তমান বুধ আৰু সূৰ্য উভয়ে কন্যা ৰাশিত গোচৰ কৰিছে৷ এই দুই গ্ৰহৰ যুঁটিত গঠিত হৈছে বুধাদিত্য ৰাজযোগ, যি অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত থাকিব৷ বৈদিক জ্যোতিষত বুধাদিত্য হৈছে অত্যন্ত শুভ যোগ, যি জাতকৰ জীৱনত সুখ, সমৃদ্ধি আৰু জ্ঞানৰ প্ৰসাৰ ঘটায়৷ জ্যোতিষ গণনা অনুসৰি দেখা গৈছে যে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত বুধাদিত ৰাজযোগৰ প্ৰভাৱত পাঁচ ৰাশিৰ জাতকৰ বিশেষ সৌভাগ্য লাভ হ’ব৷

এই সময়ত কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷ ব্যক্তিগত জীৱনত বৰ্তি থাকিব সুখ সমৃদ্ধি৷ জানি থওক ৩০ ছেপ্টেম্বৰৰ পৰা ৬ অক্টোবৰৰ মাজত এই সপ্তাহত সৌভাগ্যৰ দুৱাৰ খুলিব কেইটামান ৰাশিৰ জাতকৰ৷

কৰ্কট ৰাশি

অক্টোবৰৰ প্ৰথম সপ্তাহত কৰ্কট ৰাশিৰ জাতকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সাফল্য উপচি পৰিব৷ আগন্তুক সপ্তাহত নিজৰ কেৰিয়াৰত উন্নতি কৰাৰ বৃহৎ সুযোগ পাব আপুনি৷ যিসকলে বহুদিন ধৰি চাকৰিৰ বাবে চেষ্টা কৰি আছে তেওঁলোকে এই সময়ত চাকৰি পাব পাৰে৷ নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সুযোগ পাব কৰ্কট ৰাশিৰ জাতকে৷ কোনো বন্ধু বা কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় পাব৷

সিংহ ৰাশি

সপ্তাহৰ আৰম্ভণিতে কোনো চিনিয়ৰ ব্যক্তিৰ সৈতে কামৰ বাবে প্ৰশংসা পাব পাৰে৷ ৰাজনীতিৰ সৈতে যিসকল যুক্ত তেওঁলোকে উচ্চপদ আৰু দায়িত্ব লাভ কৰিব পাৰে৷ নেতৃত্ব দিয়াৰ ক্ষমতা আপোনাৰ মাজত বৃদ্ধি পাব৷ এই সময়ত এনাৰ্জি আৰু আত্মবিশ্বাসেৰে তুংগত থাকিব সিংহ ৰাশিৰ জাতক৷ পাবলগীয়া ধন লাভ কৰিব৷ কোনো মাটি বাচি ক্ৰয় বিক্ৰয়ৰ কাম কৰিলে লাভৱান হ’ব৷

তুলা ৰাশি

অক্টোবৰৰ প্ৰথম সপ্তাহ অত্যন্ত লাভজনক হ’ব তুলা ৰাশিৰ জাতকৰ৷ বহু দিন ধৰি পাবলগীয়া ধন নোপোৱাকৈ থাকিলে এই সময়তে লাভ কৰিব৷ প্ৰমোছন বা ট্ৰেন্সফাৰৰ কামো এই সময়তে সম্পন্ন হ’ব৷ কৰ্মক্ষেত্ৰত ছিনিয়ৰ আৰু জুনিয়ৰ সকলোৰে সহায় পাব৷ ক্ষমতাশালী কোনো ব্যক্তিক নিজৰ কাষত পাব তুলা ৰাশিৰ জাতকে৷ যিসকলে প্ৰতিযোগীতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈছে তেওঁলোকে সাফল্য পাব৷

 ধনু ৰাশি

সপ্তাহৰ আৰম্ভণিতে কাৰ্যালায়ৰ দায়িত্ব পাব ধনু ৰাশিৰ জাতকে৷ আপোনাৰ ওপৰত কামৰ চাপ বাঢ়িব৷ এই কাম আপুনি ভালধৰণে সম্পন্ন কৰিব পাৰিব৷ সপ্তাহৰ দ্বিতীয় ভাগত আপোনাৰ মনত ধৰ্মীয় আৰু সামাজিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ এই সময়ত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলক কাষত পাব৷

মীন ৰাশি

আগন্তুক সপ্তাহৰ আৰম্ভণিতে কোনো সুখবৰ পাব পাৰে মীন ৰাশিৰ জাতকে৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ এই সময়ত আপুনি নিজৰ বাকি থকা কামসমূহ সম্পূৰ্ণ কৰিব পাৰিব৷ পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাপৰা বাঢ়িব৷ ইয়াৰ ফলত সকলো সমস্যাৰেই সমাধান হ’ব৷ কৰ্মক্ষেত্ৰত নিজৰ পছন্দমতে স্থান সলনি কৰিব পাৰিব৷ কাৰ্যালয়ত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?
বিবিধ

মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?

June 1, 2026
চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত
জীৱনশৈলী

চলিত সপ্তাহত একেলগে ৩টাকৈ ৰাজযোগ, মাটিও সোণ হ’ব এই ৫ৰাশিৰ ভাগ্যত

June 1, 2026
টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?
ক্ৰীড়া

টিম ইণ্ডিয়াত কেতিয়া হ’ব বৈভৱৰ অভিষেক? জল্পনা-কল্পনাৰ অৱসান ঘটাই কি ক’লে BCCIৰ সচিবে?

June 1, 2026
কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য
জীৱনশৈলী

কাইলৈ মঙলবাৰে থাকিব হনুমানৰ কৃপা, সূৰ্যৰ দৰে উজলিব এই ৫ৰাশিৰ ভাগ্য

June 1, 2026
Next Post
মা দুৰ্গাৰ অতি প্ৰিয় এই ৪ ৰাশি, কোনকেইটা ৰাশিৰ জীৱনত ধনৰ আগমন ঘটিব?

মা দুৰ্গাৰ অতি প্ৰিয় এই ৪ ৰাশি, কোনকেইটা ৰাশিৰ জীৱনত ধনৰ আগমন ঘটিব?

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেটাৰ, খেলিব নোৱাৰিব ‘ইৰাণী কাপ’

ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত ভাৰতীয় ক্ৰিকেটাৰ, খেলিব নোৱাৰিব ‘ইৰাণী কাপ’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.