• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চলিত সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

চলিত সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

2 years ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

13 minutes ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

43 minutes ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

1 hour ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

3 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

4 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

5 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

6 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

6 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

19 hours ago
অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

অমৱস্যাৰ সূৰ্যগ্ৰহণ বিশেষ ৪ ৰাশিৰ বাবে, আনিব আৰ্থিক লাভ কঢ়িয়াই!

20 hours ago
ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

ছিগা চুলি য’তে ত’তে পেলোৱাৰ পূৰ্বে সাৱধান, শনিৰ কোপদৃষ্টি পৰিব পাৰে আপোনাৰ ওপৰত!

20 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চলিত সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ

editor by editor
September 30, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
চলিত সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ, সৌভাগ্য সোণৰ দৰে চমকিব ৫ৰাশিৰ
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অক্টোবৰ ২০২৪ৰ প্ৰথম সপ্তাহতেই থাকিব বুধাদিত্য ৰাজযোগ৷ বৰ্তমান বুধ আৰু সূৰ্য উভয়ে কন্যা ৰাশিত গোচৰ কৰিছে৷ এই দুই গ্ৰহৰ যুঁটিত গঠিত হৈছে বুধাদিত্য ৰাজযোগ৷ যি অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত বৰ্তি থাকিব৷ বৈদিক জ্যোতিষত বুধাদিত্য হৈছে অত্যন্ত শুভ যোগ, যাৰ ফলত জাতকৰ জীৱনত সুখ, সমৃদ্ধি আৰু জ্ঞানৰ প্ৰসাৰ ঘটিব৷ জ্যোতিষ গণনা অনুসৰি দেখা গৈছে যে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত পাঁচ ৰাশিৰ জাতকে বিশেষ সৌভাগ্য লাভ কৰিব৷ এই সময়ত এওঁলোকে কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷ ব্যক্তিগত জীৱনত সুখ বৰ্তি থাকিব৷ জানি থওক ৩০ ছেপ্টেম্বৰৰ পৰা ৬ অক্টোবৰৰ মাজত এই সপ্তাহত সৌভাগ্যৰ দুৱাৰ খুলিব কেইটামান ৰাশিৰ জাতকৰ৷

কৰ্কট ৰাশি

অক্টোবৰৰ প্ৰথম সপ্তাহত কৰ্কট ৰাশিৰ জাতকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সাফল্য উপচি পৰিব৷ আগন্তুক সপ্তাহত নিজৰ কেৰিয়াৰত উন্নতি কৰাৰ বৃহৎ সুযোগ পাব আপুনি৷ যাৰ ফলত চাকৰিৰ বাবে চেষ্টা কৰি থকাসকলে এই সময়ত চাকৰি পাব৷ নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সুযোগ পাব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ কোনো বন্ধু বা কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায় লাভ কৰিব৷

সিংহ ৰাশি

সপ্তাহৰ আৰম্ভণিতে কোনো ছিনিয়ৰ ব্যক্তিৰ পৰা কামৰ বাবে প্ৰশংসা পাব পাৰে সিংহ ৰাশিৰ জাতকে৷ ৰাজনীতিৰ সৈতে যিসকল যুক্ত তেওঁলোকে উচ্চপদ আৰু দায়িত্ব লাভ কৰিব পাৰে৷ নেতৃত্ব দিয়াৰ ক্ষমতা আপোনাৰ মাজত বৃদ্ধি পাব৷ এই সময়ত এনাৰ্জি আৰু আত্মবিশ্বাসেৰে তুংগত থাকিব সিংহ ৰাশিৰ জাতক৷ বজাৰত ফচি থকা ধন উভতাই পাব৷ এই সময়ত আপুনি মাটি বাৰী ক্ৰয় কৰিব পাৰে৷

তুলা ৰাশি

অক্টোবৰৰ প্ৰথম সপ্তাহ অত্যন্ত লাভজনক হ’ব তুলা ৰাশিৰ জাতকৰ৷ বহু দিন ধৰি পাবলগীয়া প্ৰমোছন এই সময়ত পাব৷ কৰ্মক্ষেত্ৰত চিনিয়ৰ আৰু জুনিয়ৰ সকলোৰে সহায় পাব৷ ক্ষমতাশালী কোনো ব্যক্তিক নিজৰ কাষত পাব তুলা ৰাশিৰ জাতকে৷ যিসকলো প্ৰতিযোগীতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈছে তেওঁলোকে সাফল্য পাব৷

ধনু ৰাশি

সপ্তাহৰ আৰম্ভণিতে কাৰ্যালয়ত নতুন কামৰ দায়িত্ব পাব ধনু ৰাশিৰ জাতকে৷ এই কাৰণতেই আপোনাৰ ওপৰত কামৰ চাপ কিছু বাঢ়িব৷ সকলো কামেই আপুনি ভালধৰণে সম্পন্ন কৰিব পাৰিব৷ সপ্তাহৰ দ্বিতীয় ভাগত আপোনাৰ মনত ধৰ্মীয় আৰু সামাজিক কামৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ এই সময়ত কোনো বৃহৎ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলক কাষত পাব৷ পাৰ্টনাৰৰ সৈতে কোৱালিটি টাইম কটাব৷

মীন ৰাশি

আগন্তুক সপ্তাহৰ আৰম্ভণিতে কোনো সুখবৰ পাব পাৰে মীন ৰাশিৰ জাতকে৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ এই সময়ত আপুনি নিজৰ বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব৷ পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাপৰা বাঢ়িব৷ ইয়াৰ ফলত সকলো সমস্যাৰ সমাধান হ’ব৷ কৰ্মক্ষেত্ৰত নিজৰ পছন্দমতে স্থান সলনি কৰিব পাৰে৷ কাৰ্যালয়ত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য
বাণিজ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

June 14, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

June 14, 2026
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
জীৱনশৈলী

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

June 14, 2026
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?
বাণিজ্য

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

June 14, 2026
Next Post
কাইলৈ চন্দ্ৰ গুৰু নৱপঞ্চম যোগ, বজৰংবলীৰ কৃপাত ভাগ্য খুলিব এই ৫ৰাশিৰ

কাইলৈ চন্দ্ৰ গুৰু নৱপঞ্চম যোগ, বজৰংবলীৰ কৃপাত ভাগ্য খুলিব এই ৫ৰাশিৰ

অক্টোবৰৰ আধা মাহেই বেংক বন্ধ! অসমত মুঠ কেইদিন বন্ধ থাকিব বেংক?

অক্টোবৰৰ আধা মাহেই বেংক বন্ধ! অসমত মুঠ কেইদিন বন্ধ থাকিব বেংক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.