• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

1 year ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

আজি কেনে যাব আপোনাৰ দিনটো? কোন ৰাশিৰ উদয় হ’ব ভাগ্য জানক

5 minutes ago
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

8 hours ago
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

9 hours ago
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

9 hours ago
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

11 hours ago
কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

কিমান দিনৰ মূৰত সলনি কৰিব টুথব্ৰাছ? দাঁত ব্ৰাছ কৰাৰ সঠিক নিয়ম জানেনে?

11 hours ago
কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

কিয় প্ৰতিবাদৰ পৰা ওলাই যোৱাৰ উপায় বিচাৰিছিল CJPৰ একাংশ নেতৃত্বই?

12 hours ago
শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

শুক্ৰ গোচাৰ, এই ৬ ৰাশিৰ লোকৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধিৰ সুযোগ

13 hours ago
প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

প্ৰলয়ংকাৰী বানৰ মাজতে নেপালৰ এগৰাকী শিক্ষকৰ সাহসী পদক্ষেপ, বিশ্বজুৰি চৰ্চা

13 hours ago
৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

৫৭ বছৰে কোনোৱে কৰিব নোৱাৰা কাম কৰিলে বৈভৱে

14 hours ago
‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

‘মহিলাক ঘৰৰ বাহিৰলৈ পঠিওৱা উচিত নহয়’

15 hours ago
কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

কন্যাৰ মহাবিদ্যালয়ৰ মাচুলৰ বাবে খালী ভৰিৰে ৪৭ বছৰীয়া মাতৃয়ে অংশ ল’লে মাৰাথনত

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

editor by editor
July 12, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ১৩ জুলাইৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হ’ব সেই সপ্তাহতেই গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ জুলাই মাহৰ তৃতীয় সপ্তাহত কৰ্কট ৰাশিত গোচৰ কৰিব সূৰ্যই৷ কৰ্কট ৰাশিত সূৰ্যৰ সৈতে বুধৰ অৱস্থানৰ ফলত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ ইয়াৰোপৰি এই সপ্তাহৰ পৰা শাওন মাহো আৰম্ভ হ’ব৷ জানি থওক ১৩ ৰ পৰা ২০ জুলাইৰ ভিতৰত বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ আৰু মহাদেৱৰ কৃপাত ভাহ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ৷

মেষ ৰাশি

১৩ জুলাইৰ পৰা আৰম্ভ হোৱা সপ্তাহ শুভ হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ আশা, প্ৰত্যাশা আৰু সৌভাগ্যৰ নতুন দুৱাৰ খুলিব আপোনাৰ সন্মুখত৷ সপ্তাহৰ আৰম্ভণিতেই আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ কৰ্মক্ষেত্ৰত ছিনিয়ৰ আৰু সহকৰ্মীসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ নতুন প্ৰকল্পৰ দায়িত্ব পাব পাৰে৷

কৰ্কট ৰাশি

বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত আগন্তুক সপ্তাহত কৰ্কট ৰাশিৰ পেছাগত জীৱনত উন্নতিৰ গ্ৰাফে আকাশ চুব৷ ব্যৱসায়ত নতুন লাভজনক চুক্তি চূড়ান্ত কৰিব পাৰে৷ ইয়াৰ ফলত আপুনি নিজৰ ভৱিষ্যতৰ বাবে মজবুতকৈ বিনিয়োগ কৰিব পাৰে৷ চৰকাৰ বা প্ৰশাসনৰ কোনো প্রভাৱশালী ব্যক্তিৰ সহায়তা লাভ কৰিব৷

সিংহ ৰাশি

নতুন সপ্তাহত মহাদেৱৰ আশীৰ্বাদত সুখ আৰু সমৃদ্ধি আহিব সিংহ ৰাশিৰ জাতকৰ জীৱনলৈ৷ সন্মুখত খুব ভাল সময়ে আপোনাৰ বাবে অপেক্ষা কৰিছে৷ যাৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰিছিল সেয়া এই সময়তেই লাভ কৰিব৷ কাৰ্যালয়ত পদোন্নতি আৰু পছন্দৰ স্থানলৈ ট্ৰেন্সফাৰো হব পাৰে৷ আপোনাৰ ভাৱমূৰ্তি আৰু ভাল হব৷

ধনু ৰাশি

নতুন সপ্তাহত উন্নতিৰ একাধিক সুযোগ আহিব আপোনাৰ জীৱনলৈ৷ নতুন ব্যৱসায় বা নতুন কোনো প্ৰকল্প আৰম্ভ কৰিব পাৰে৷ কাৰ্যালয়ত ছিনিয়ৰৰ সাহায্য পাব আৰু আপোনাৰ কামৰ বাবে প্ৰশংসাও বুটলিব৷ হঠাৎ আৰ্থিক লাভৰো যোগ আছে৷ কামৰ সূত্ৰে কৰোবালৈ যাব পাৰে৷

কুম্ভ ৰাশি

১৩ জুলাইৰ পৰা আৰম্ভ হোৱা সপ্তাহত সুখ আৰু সৌভাগ্য থাকিব কুম্ভ ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত নানান দিশৰ পৰা সাফল্য পাব পাৰে৷ সপ্তাহৰ আৰম্ভণিতেই কোনো প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে৷ কেৰিয়াৰত সাফল্য লাভৰ যোগ আছে৷ অতিৰিক্ত উপাৰ্জনৰ পথ আপোনাৰ সন্মুখত খুলিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

আজি কেনে যাব আপোনাৰ দিনটো? কোন ৰাশিৰ উদয় হ’ব ভাগ্য জানক

September 1, 2026
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন
নিয়োগ

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

August 31, 2026
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা
জীৱনশৈলী

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

August 31, 2026
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী
বিনোদন

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

August 31, 2026
Next Post
পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.