• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

3 months ago
IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

24 minutes ago
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

1 hour ago
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

2 hours ago
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

2 hours ago
T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

T20 World Cupত জয়ৰ পিছত কোন দলৰ সৈতে হ’ব ভাৰতৰ প্ৰথম মুখামুখি?

3 hours ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

4 hours ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

4 hours ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

5 hours ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

17 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

18 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

18 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?

editor by editor
December 13, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
আদিত্য মঙ্গল ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ৰাশিৰ, সাফল্য আহিব কোন কোন জাতকৰ জীৱনলৈ?
0
SHARES
779
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰে ১৫ ডিচেম্বৰৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহত গঠিত হব আদিত্য মঙ্গল ৰাজযোগ৷ বছৰৰ শেষ মাহৰ তৃতীয় সপ্তাহত ধনু ৰাশিত অৱস্থান কৰিব সূৰ্য আৰু মঙ্গলে৷ এই দুই গ্ৰহৰ যুঁটিত গঠিত আদিত্য মঙ্গল ৰাজযোগ শুভ হব কেইটামান ৰাশিৰ জাতকৰ বাবে৷ আগন্তুক সপ্তাহত আৰ্থিকভাৱে বৃহৎ লাভ কৰিব এই ৰাশিৰ জাতকে৷ জানি থওক আদিত্য মঙ্গল ৰাজযোগৰ প্ৰভাৱত ১৫ৰ পৰা ২১ ডিচেম্বৰৰ মাজত এই সপ্তাহত কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ হব কোন কোন ৰাশিৰ জাতকৰ?

আগন্তুক সপ্তাহত ভাগ্য খুলিব মেষ ৰাশিৰ

ডিচেম্বৰৰ তৃতীয় সপ্তাহ অত্যন্ত সুখৰ হব মেষ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত মেষ ৰাশিৰ সৌভাগ্যৰ ঘৰত গোচৰ কৰিব সূৰ্যই৷ তাৰ সৈতে আদিত্য মঙ্গল যোগৰ শুভ প্ৰভাৱত আয় বাঢ়িব৷ কৰ্মক্ষেত্ৰত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব৷ চৰকাৰী প্ৰকল্পত বিশেষভাৱে লাভৱান হব পাৰে৷ নতুন সপ্তাহত নতুন চাকৰি পোৱাৰ যোগ আছে৷

আগন্তুক সপ্তাহত ভাগ্য খুলিব মিথুন ৰাশিৰ

মিথুন ৰাশিৰ জাতকৰ ভাল সময় আহিছে আগন্তুক সপ্তাহত৷ আপোনাৰ নীতি আদৰ্শ ভালে থাকিব৷ নতুন কামৰ পৰিকল্পনা কৰিব পাৰে৷ কোনো দৰকাৰী কাম আগন্তুক সপ্তাহত সম্পূৰ্ণ হব৷ স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্কৰ অৱনতি হব পাৰে৷ আত্মীয় বন্ধুক কাষত পাব৷ আগন্তুক সপ্তাহত বৃহৎ কোনো সাফল্য লাভৰ যোগ আছে৷

আগন্তুক সপ্তাহত ভাগ্য খুলিব সিংহ ৰাশিৰ

সিংহ ৰাশিৰ অধিপতি গ্ৰহ সূৰ্য৷ আদিত্য মঙ্গল যোগৰ সুপ্ৰভাৱ থাকিব এই ৰাশিৰ জাতকৰ ওপৰত৷ সিংহ ৰাশিৰ পঞ্চম ঘৰত অৱস্থান কৰিব সূৰ্যই৷ এই সময়ত আপুনি সন্তানৰ দিশৰ পৰা সুখবৰ পাব পাৰে৷ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ কৰ্মক্ষেত্ৰত পৰিস্থিতি আপোনাৰ লাভজনক হব৷ লাইফ পাৰ্টনাৰৰ সৈতে ৰোমাণ্টিক সময় কটাব৷

আগন্তুক সপ্তাহত ভাগ্য খুলিব কন্যা ৰাশিৰ

আগন্তুক সপ্তাহ বিলাসিতাৰ মাজেৰে কটাব কন্যা ৰাশিৰ জাতকে৷ নিজৰ পছন্দমতে কোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে৷ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াশুনাত মনোযোগ বাঢ়িব৷ পৰ্যটনৰ সৈতে যিসকলে পেছাগতভাৱে যুক্ত, তেওঁলোকে আগন্তুক সপ্তাহত ডাঙৰ লাভ কৰিব পাৰে৷ শিক্ষাক্ষেত্ৰৰ সৈতে যুক্তসকলেও বিশেষ সাফল্য পাব পাৰে৷ ব্যৱসায়ীসকলৰ আয় বাঢ়িব৷

আগন্তুক সপ্তাহত ভাগ্য খুলিব ধনু ৰাশিৰ

প্ৰচুৰ উৎসাহ আৰু উদ্দীপনাৰে সৈতে আগন্তুক সপ্তাহ কটাব ধনু ৰাশিৰ জাতকে৷ সপ্তাহৰ মাজৰ সময়চোৱা আপোনাৰ বাবে বিশেষভাৱে লাভজনক হব৷ সপ্তাহৰ শেষত কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ বন্ধু আৰু আত্মীয়ৰ সৈতে কোৱালিটি টাইম কটাব৷ পূৰ্বে কৰা কামৰ পৰা সুফল পাব৷ ৰাজনৈতিক যোগাযোগ আপোনাৰ বাবে লাভজনক হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!
জীৱনশৈলী

IPL 2026: ষ্টেডিয়ামত IPL চাবলৈ লাগিব অধিক ধন, বৃদ্ধি টিকটৰ GST!

March 21, 2026
8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক
বাণিজ্য

8th Pay Commission সন্দৰ্ভত চৰকাৰে বিচাৰিছে আপোনালোকৰ মতামত, জানক

March 21, 2026
মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!
জীৱনশৈলী

মাহেকীয়াৰ অসহ্যকৰ পেটৰ বিষ কৰিব দূৰ, মাথোঁ কৰক এই কাম!

March 21, 2026
কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল
জীৱনশৈলী

কপাল ফুলিব ২ ৰাশিৰ লোকৰ, জানক সাপ্তাহিক ৰাশিফল

March 21, 2026
Next Post
নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

নতুন বছৰতেই পকেট গৰম হ’ব আপোনাৰ! নতুন বছৰ কাৰ কাৰ শুভ হ’ব?

লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.