ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
নগাঁৱত নিশ্চিত জয়ৰ দিশে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, ছ’চিয়েল মিডিয়াত দিলে বিশেষ পোষ্ট
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ, আহিব নেকি মুকলি আকাশৰ তললৈ?
নানা পাটেকাৰৰ মৃত্যুত evil dead বুলি কৈ বিপদত তনুশ্ৰী
শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে উজলাব ৫ ৰাশিৰ ভাগ্য!
পত্নী-কন্যাক হ*ত্যা কৰি আৰক্ষীলৈ ফোন গৃহৰক্ষী জোৱানৰ
বৈভৱ সূৰ্যবংশীৰ বাবেই ফ্লপ হৈ আছে নেকি সঞ্জু ছেমছন?
‘গৌৰৱ গগৈৰ অহংকাৰে কাল হ’ল’ ‘কংগ্ৰেছৰ কফিনত শেষৰটো গজাল মাৰিলে’
পুৱা খালী পেটত গা ধোৱাটো উপকাৰী নে অপকাৰী?

লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

লিভাৰৰ কৰ্কট হ’লে প্ৰাথমিক অৱস্থাত দেখা দিয়ে এইকেইটা লক্ষণে! ৫ লক্ষণ চিনি পালেই কৰ্কটৰ চিকিৎসা প্ৰাথমিক অৱস্থাতেই ল’ব পাৰে

লিভাৰ আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ৷ ই তেজ পৰিষ্কাৰ কৰা, খাদ্য হজমত সহায় কৰা আৰু শৰীৰক শক্তি যোগান ধৰাৰ কাম কৰে৷ লিভাৰৰ কোষত কৰ্কটৰ বীজাণুৱে বাঁহ বান্ধিলে প্ৰাৰম্ভিক অৱস্থাত বহুতেই গম নাপায়৷ ফলত চিকিৎসাত দেৰী হৈ পৰে৷ লিভাৰত এই ৰোগ হলে প্ৰথমে কিছু প্ৰাথমিক সংকেত পঠিয়াই৷ যি সময়ত গুৰুত্ব দিলে দ্ৰুত ৰোগ চিহ্নিত কৰা সম্ভৱ হৈ পৰে৷ এইক্ষেত্ৰত কি কি লক্ষণ দেখিলে সতৰ্ক হব?

১. ভোক কমি যোৱা বা খোৱাবোৱাত অনীহাঃ যদি হঠাৎ খাদ্য খোৱাৰ ইচ্ছা কমি যায় বা সামান্য খালেই পেট ভৰি যায় বা খাদ্যৰ গোন্ধত অৰুচি আহে তেতিয়া সেয়া লিভাৰৰ সমস্যাৰ ইংগিত হব পাৰে৷ কৰ্কটৰ প্ৰাথমিক পৰ্যায়ত এই লক্ষণ খুবেই সাধাৰণ৷

৩. পেটৰ সোঁফালে বিষ বা ভাৰী ভাৰী লগাঃ লিভাৰ পেটৰ সোঁফালে থাকে. সেয়ে ইয়াত বিষ, চাপ অনুভৱ হোৱা, ভাৰী ভাৰী লগা বা দীৰ্ঘদিন অস্বস্তি থাকিলে সেয়া গেষ্ট্ৰিক ভাৱি অৱহেলা কৰা ঠিক নহয়৷ লিভাৰৰ টিউমাৰ তৈয়াৰ হলে এনে বিষে দেখা দিব পাৰে৷ পেট ফুলি যোৱাৰ দৰে অস্বস্তিও হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Next Post

Leave a Reply

Your email address will not be published. Required fields are marked *