• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

2 months ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

3 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

4 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

4 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

4 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

5 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

5 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

6 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

6 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

8 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

8 hours ago
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

9 hours ago
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

editor by editor
March 28, 2026
in জীৱনশৈলী
0
মীনৰ ঘৰত ৩ গ্ৰহৰ মেলা, লগতে আদিত্য মঙ্গল যোগ, নতুন সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে
0
SHARES
647
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ৩০ মাৰ্চৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে, সেই সপ্তাহত থাকিব ত্ৰিগ্ৰহী যোগ আৰু আদিত্য মঙ্গল যোগৰ প্রভাৱ৷ মাৰ্চৰ শেষ আৰু এপ্ৰিলৰ আৰম্ভণিতে কেইটামান দিন এই সপ্তাহত মীন ৰাশিত একত্ৰ অৱস্থাত থাকিব সূৰ্য, শনি আৰু মঙ্গল৷ এই তিনি গ্ৰহৰ এক ঘৰত অৱস্থানৰ কাৰণে মীন ৰাশিত গঠিত হ’ব ত্ৰিগ্ৰহী যোগ৷ ইয়াৰোপৰি সূৰ্য আৰু মঙ্গলৰ ওচৰাওচৰি অৱস্থানৰ ফলত গঠিত হব আদিত্য মঙ্গল যোগ৷ জ্যোতিষ গণনাই কৈছে আগন্তুক সপ্তাহত এই দুটা শুভ যোগে কোনোবা নহয় কোনোবা ৰাশিৰ বাবে লাভজনক হব৷ জ্যোতিষ গণনাই কৈছে আগন্তুক সপ্তাহত এই দুটা শুভ যোগে কোন কোন ৰাশিৰ বাবে লাভজনক হব?

বৃষ ৰাশি

আগন্তুক সপ্তাহত নানান দিশৰ পৰা সৌভাগ্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ সপ্তাহৰ আৰম্ভণিতে কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ সমাজৰ প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব৷ অফিচত নিজৰ কামৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সুনজৰত আহিব৷ কোনো প্ৰিয় সামগ্ৰী কিনিব পাৰে৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ এই সপ্তাহত উপাৰ্জন বৃদ্ধিৰ যোগ আছে৷

সিংহ ৰাশি

৩০ মাৰ্চৰ পৰা ৫ এপ্ৰিলৰ ভিতৰত এই সপ্তাহত নতুন চাকৰি পাব পাৰে সিংহ ৰাশিৰ জাতকে৷ অফিচত পদোন্নতি পাব পাৰে বা পছন্দৰ স্থানলৈ সলনি হব পাৰে৷ চৰকাৰী কামত আপোনাৰ সন্মুখত ইমানদিনে কোনো বাধা থাকিলে এইবাৰ সেই সমস্যা দূৰ হব৷ কামৰ প্ৰয়োজনত বিদেশ যাত্ৰাৰ সুযোগ আহিব পাৰে৷ দাম্পত্য জীৱন সুখৰ হব৷ স্বাস্থ্য ভালে থাকিব৷

তুলা ৰাশি

জানুৱাৰীৰ নতুন সপ্তাহ নানান দিশৰ পৰা লাভজনক হব তুলা ৰাশিৰ জাতকৰ বাবে৷ সপ্তাহৰ আৰম্ভণিতে কোনো দীৰ্ঘ বা অলপ দূৰত্বৰ যাত্ৰা কৰিব পাৰে৷ এই যাত্ৰা আপোনাৰ কেৰিয়াৰৰ বাবে লাভজনক হব৷ আগন্তুক সপ্তাহত তুলা ৰাশিৰ জাতকৰ মনৰ ইচ্ছা পূৰণ হব৷ নিজৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব৷ কৰ্মক্ষেত্ৰত চিনিয়ৰ আৰু জুনিয়ৰৰ সমৰ্থন পাব৷ অতিৰিক্ত অৰ্থ উপাৰ্জনৰ বাবেও এই সময় কাৰ্যকৰী হব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ বাবে আদিত্য মঙ্গল যোগৰ প্ৰভাৱ শুভ হব৷ কেৰিয়াৰ সংক্ৰান্তিয় সকলো সমস্যাৰ সমাধান বিচাৰি পাব৷ কোনো প্ৰভাৱশালী ব্যক্তিয়ে আপোনাক সহায় কৰিবলৈ আগুৱাই আহিব৷ ৰৈ থকা ধন উদ্ধাৰ কৰিব পাৰে৷ পৰীক্ষাৰ বাবে ছাত্ৰছাত্ৰীসকলে প্ৰস্তুতি লৈ থাকিলে তেওঁৰ বাবে সুখবৰ আহিব পাৰে৷ সপ্তাহ যিমানেই আগুৱাব তেতিয়াই নানান দিশৰ পৰা লাভৱান হ’ব বৃশ্চিক ৰাশিৰ জাতক৷

কুম্ভ ৰাশি

আগন্তুক সপ্তাহ কুম্ভ ৰাশিৰ জাতকৰ জীৱনৰ সৌভাগ্যৰ দুৱাৰ খুলি যাব৷ সপ্তাহৰ আৰম্ভণিতে চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হব পাৰে৷ কোনো চৰকাৰী কাম ৰৈ থাকিলে সেয়া সম্পূৰ্ণ হব পাৰে৷ অফিচত আপোনাৰ শত্ৰু পৰাজিত হব৷ নিজৰ বুদ্ধি আৰু কৰ্মদক্ষতাৰে শত্ৰুক হৰুৱাব পাৰিব৷ সপ্তাহৰ মাজভাগত পেছাগত জীৱনত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷ মাটি, ঘৰ সংক্ৰান্তিয় লাভজনক চুক্তি কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!
জীৱনশৈলী

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

May 16, 2026
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!
জীৱনশৈলী

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

May 16, 2026
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!
জীৱনশৈলী

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

May 16, 2026
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!
জীৱনশৈলী

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

May 16, 2026
Next Post
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.