সোমবাৰে ৪ আগষ্টৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে, সেই সপ্তাহত গঠিত হব বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ। আগষ্ট মাহৰ প্ৰথম সপ্তাহত কৰ্কট ৰাশিত একত্ৰ অৱস্থান কৰিব সূৰ্য আৰু বুধে। এই দুই গ্ৰহৰ মিলনত কৰ্কট ৰাশিত বুধাদিত্য ৰাজযোগ গঠিত হব। জ্যোতিষশাস্ত্ৰ অনুসৰি বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
বৃষ ৰাশি
৪ আগষ্টৰ পৰা ১০ আগষ্টৰ ভিতৰত এই সপ্তাহত আৰ্থিকভাৱে দুৰ্দান্ত লাভ কৰাৰ যোগ আছে বৃষ ৰাশিৰ জাতকৰ। সপ্তাহৰ আৰম্ভণিতে অতিৰিক্ত উপাৰ্জন হব পাৰে। এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি ভালে থাকিব। সপ্তাহৰ আৰম্ভণিতে কৰোবালৈ যাত্ৰাও কৰিব পাৰে। এই যাত্ৰা আপোনাৰ বাবে লাভজনক হব। কাৰ্যালয়ত ছিনিয়ৰ আৰু জুনিয়ৰৰ সমৰ্থন পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















