• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগ, অৰ্থভাগ্য উন্নত হ’ব এই ৫ ৰাশিৰ জাতক-জাতিকাৰ

আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগ, অৰ্থভাগ্য উন্নত হ’ব এই ৫ ৰাশিৰ জাতক-জাতিকাৰ

1 year ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

2 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

2 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

3 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

3 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

4 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

5 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

5 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

6 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

6 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

8 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

8 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগ, অৰ্থভাগ্য উন্নত হ’ব এই ৫ ৰাশিৰ জাতক-জাতিকাৰ

আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগ, অৰ্থভাগ্য উন্নত হ'ব এই ৫ ৰাশিৰ জাতক-জাতিকাৰ

editor by editor
August 2, 2025
in জীৱনশৈলী
0
আগন্তুক সপ্তাহত বুধাদিত্য ৰাজযোগ, অৰ্থভাগ্য উন্নত হ’ব এই ৫ ৰাশিৰ জাতক-জাতিকাৰ
0
SHARES
567
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰে ৪ আগষ্টৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে, সেই সপ্তাহত গঠিত হব বুধাদিত্য ৰাজযোগৰ প্ৰভাৱ। আগষ্ট মাহৰ প্ৰথম সপ্তাহত কৰ্কট ৰাশিত একত্ৰ অৱস্থান কৰিব সূৰ্য আৰু বুধে। এই দুই গ্ৰহৰ মিলনত কৰ্কট ৰাশিত বুধাদিত্য ৰাজযোগ গঠিত হব। জ্যোতিষশাস্ত্ৰ অনুসৰি বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

বৃষ ৰাশি

৪ আগষ্টৰ পৰা ১০ আগষ্টৰ ভিতৰত এই সপ্তাহত আৰ্থিকভাৱে দুৰ্দান্ত লাভ কৰাৰ যোগ আছে বৃষ ৰাশিৰ জাতকৰ। সপ্তাহৰ আৰম্ভণিতে অতিৰিক্ত উপাৰ্জন হব পাৰে। এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি ভালে থাকিব। সপ্তাহৰ আৰম্ভণিতে কৰোবালৈ যাত্ৰাও কৰিব পাৰে। এই যাত্ৰা আপোনাৰ বাবে লাভজনক হব। কাৰ্যালয়ত ছিনিয়ৰ আৰু জুনিয়ৰৰ সমৰ্থন পাব।

মিথুন ৰাশি

৪ আগষ্টৰ পৰা আৰম্ভ হোৱা সপ্তাহত সকলো কামতে সৌভাগ্য় লাভ কৰিব মিথুন ৰাশিৰ জাতকে। এই সময়ত আপুনি বিনিয়োগৰ পৰা মোটা টকা লাভ কৰিব পাৰিব। নতুন বিনিয়োগৰ বাবেও এই সময় শুভ। শুভাকাঙ্খীৰ পৰামৰ্শ লৈ বিনিয়োগ কৰক। কাৰোৰে সৈতে ৰূঢ় ব্যৱহাৰ নকৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ পৰা সাফল্য পাব।

সিংহ ৰাশি

আগষ্টৰ প্ৰথম সপ্তাহত ভাগ্যক কাষত পাব সিংহ ৰাশিৰ জাতকে। এই সময়ত আপোনাৰ মাজত প্ৰচুৰ এনাৰ্জি আৰু আত্মবিশ্বাস থাকিব। সকলো কাম সহজে আৰু সময়মতে সম্পন্ন কৰিব পাৰিব। ৰাজনীতিৰ সৈতে যুক্ত ব্যক্তিয়ে ডাঙৰ পদ আৰু প্ৰতিষ্ঠা পাব পাৰে। সন্তানৰ বিষয়ে কোনো ভাল খবৰ লাভ কৰিব। স্বাস্থ্য ভালে থাকিব।

তুলা ৰাশি

নতুন সপ্তাহত সৌভাগ্য আৰু সুখ আহিব তুলা ৰাশিৰ জাতকৰ জীৱনলৈ। এই সময়ত আপুনি সকলো কামতে সৌভাগ্যক কাষত পাব। সপ্তাহৰ আৰম্ভণিতে কোনো সুখবৰ লাভ কৰিব পাৰে। জ্ঞান আৰু বুদ্ধি কামত লগাই সাফল্য পাব তুলা ৰাশিৰ জাতকে। দীৰ্ঘদিনৰ কোনো সমস্যাৰ পৰা এই সময়ত মুক্তি পাব পাৰে। উপাৰ্জনৰ নতুন পথ মুকলি হব।

ধনু ৰাশি

আগন্তুক সপ্তাহ অত্যন্ত লাভজনক হব ধনু ৰাশিৰ জাতকৰ বাবে। কেৰিয়াৰ আৰু পঢ়াশুনা সংক্ৰান্তিয় কোনো ভাল খবৰ লাভ কৰিব আপুনি। যিসকলে চাকৰি পৰিবৰ্তন কৰিব খুজিছে তেওঁলোকৰ বাবে এই সময় শুভ। এই সময়তে নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। সপ্তাহৰ আৰম্ভণিতে ধৰ্মীয় কামত অংশ লোৱাৰো সুযোগ আহিব। অফিচত ছিনিয়ৰে কামৰ প্ৰশংসা কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক
জীৱনশৈলী

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

September 10, 2026
Next Post
পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

পিতৃৰ মৃত্যুৰ পাছত সন্তানে পিতৃৰ ঋণ পৰিশোধ কৰিবলৈ বাধ্য নেকি? জানক ভাৰতীয় আইনত কি আছে?

১ টুকুৰাতেই বাঢ়িব শুক্ৰাণু! বাঢ়িব শক্তি, উৰ্বৰতাৰে ভৰপুৰ হৈ থাকিব আপুনি৷ কেঁচা পিঁয়াজ কেনেকৈ খাব?

১ টুকুৰাতেই বাঢ়িব শুক্ৰাণু! বাঢ়িব শক্তি, উৰ্বৰতাৰে ভৰপুৰ হৈ থাকিব আপুনি৷ কেঁচা পিঁয়াজ কেনেকৈ খাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.