• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনবোৰ লক্ষণে দেখা দিলে কৰ্কটৰ আশংকা আছে বুলি জানিব?

কোনবোৰ লক্ষণে দেখা দিলে কৰ্কটৰ আশংকা আছে বুলি জানিব?

3 years ago
মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

31 minutes ago
দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

2 hours ago
জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

3 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

4 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

4 hours ago
পুনৰ বিপদত খান ছাৰ! দেহৰক্ষীৰ অস্ত্ৰ বিহাৰত অবৈধ, কেছ ডায়েৰীত প্ৰকাশ

পুনৰ বিপদত খান ছাৰ! দেহৰক্ষীৰ অস্ত্ৰ বিহাৰত অবৈধ, কেছ ডায়েৰীত প্ৰকাশ

5 hours ago
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

5 hours ago
কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

কিয় ১৫ দিন অসুস্থ হৈ থাকে পুৰীৰ প্ৰভু জগন্নাথ? আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক

6 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

জুলাই মাহত একেৰাহে বন্ধ থাকিব বেংক! গুৰুত্বপূৰ্ণ কাম কৰাৰ পূৰ্বে চাওক বন্ধৰ তালিকা

7 hours ago
‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

‘বিবাহিত যদিত স্বামী-স্ত্ৰীৰ অনুভৱ নহ’ল!’ গৌৰৱৰ সৈতে কিয় একেলগে নাথাকে পত্নী আকাংশাই?

8 hours ago
শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

শীঘ্ৰে ৩ ৰাশিৰ আহিব সোণালী সময়, শনিয়ে সলাব ভাগ্য!

9 hours ago
ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

ভাড়াঘৰৰ মালিকে ফোন বা লেপটপ ব্যৱহাৰ কৰিলে বেছিকৈ বিদ্যুৎ খৰচ হোৱা বুলি কয় নেকি? জানক প্ৰকৃত খৰচৰ পৰিমাণ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কোনবোৰ লক্ষণে দেখা দিলে কৰ্কটৰ আশংকা আছে বুলি জানিব?

editor by editor
January 1, 2023
in অসম, জীৱনশৈলী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
কোনবোৰ লক্ষণে দেখা দিলে কৰ্কটৰ আশংকা আছে বুলি জানিব?
0
SHARES
66.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কৰ্কট বুলিলেই মৃত্যুদূত বুলি আমাৰ বহুতৰে মনত ধাৰণা৷ বিশেষকৈ লিভাৰ কৰ্কট হ’লে সমস্যা গুৰুতৰেই৷ কিন্তু এই ৰোগ প্ৰাথমিক অৱস্থাত ধৰা পৰিলে সুস্থ হৈ উঠাৰ সম্ভাৱনা থাকে৷ লিভাৰৰ কৰ্কটত কৰ্কটৰ কোষ লিভাৰতেই উৎপন্ন হয়৷ লাহে লাহে কোষ বাঢ়ি গৈ সমগ্ৰ লিভাৰতেই বিয়পি পৰে৷ আমাৰ প্ৰায়সংখ্যক লোকেই যিকোনো ৰোগকেই প্ৰাথমিক অৱস্থাত উপেক্ষা কৰে৷ সেয়ে জটিলতা দিনকদিনে বাঢ়ি গৈ থাকে৷ শৰীৰ ভালে নাথাকিলে কোনবোৰ লক্ষণলৈ নজৰ দিব?

যিকোনো কৰ্কটতেই প্ৰাথমিক কেইটাান লক্ষণে দেখা দিয়ে৷ তাৰ ভিতৰত প্ৰথমেই আছে-
কাৰণ নোহোৱাকৈয়ে দ্ৰুতগতিত শৰীৰৰ ওজন কমা
ভোক নলগা
পেটৰ ওপৰৰ অংশত বিষ
বমি বমি ভাৱেই নহয়, মাজে মাজে বমি হোৱা
ক্লান্ত অনুভৱ
পেট ফুলা
দেহত হালধীয়া বৰণ ধৰা
চকু হালধীয়া দেখা
এইসমূহ লক্ষণে দেখা দিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ
জীৱনশৈলী

দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

June 29, 2026
জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!
জীৱনশৈলী

জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

June 29, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

June 29, 2026
পুনৰ বিপদত খান ছাৰ! দেহৰক্ষীৰ অস্ত্ৰ বিহাৰত অবৈধ, কেছ ডায়েৰীত প্ৰকাশ
ভাৰত

পুনৰ বিপদত খান ছাৰ! দেহৰক্ষীৰ অস্ত্ৰ বিহাৰত অবৈধ, কেছ ডায়েৰীত প্ৰকাশ

June 29, 2026
Next Post
পঞ্চমবাৰলৈ বিবাহ বিচ্ছেদ কৰি চৰ্চাত বাংলা অভিনেত্ৰী পৰীমণি! পোছাকৰ দৰেই সলনি কৰে স্বামী, আঁৰৰ কাৰণ শুনিলে আচৰিত হ’ব আপুনি?

পঞ্চমবাৰলৈ বিবাহ বিচ্ছেদ কৰি চৰ্চাত বাংলা অভিনেত্ৰী পৰীমণি! পোছাকৰ দৰেই সলনি কৰে স্বামী, আঁৰৰ কাৰণ শুনিলে আচৰিত হ’ব আপুনি?

নতুন বছৰৰ দ্বিতীয়টো দিন কেনে যাব আপোনাৰ?

নতুন বছৰৰ দ্বিতীয়টো দিন কেনে যাব আপোনাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.