• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছে, কেনেকৈ বুজিব?

শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছে, কেনেকৈ বুজিব?

9 months ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

14 minutes ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

12 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

12 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

13 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

14 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

15 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

16 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

16 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

17 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

18 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

19 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছে, কেনেকৈ বুজিব?

শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছে, কেনেকৈ বুজিব?

editor by editor
October 7, 2025
in জীৱনশৈলী
0
শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছে, কেনেকৈ বুজিব?
0
SHARES
222
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰটিন, ফাইবাৰ, মিনাৰেলছ শৰীৰৰ অত্যন্ত উপকাৰী কেইটামান উপাদান। এই তালিকাত আৰু এক গুৰুত্বপূৰ্ণ উপাদান হৈছে ভিটামিন ডি। হাড় মজবুতৰ পৰা আৰম্ভ কৰি প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত ভিটামিন ডি অত্যন্ত উপকাৰী। চিকিৎসকে সেয়ে ভিটামিন ডি খোৱাৰ কথা কয়। কাৰণ ভিটামিন ডিৰ অভাৱত নানান শাৰীৰিক সমস্যাই দেখা দিব পাৰে। শৰীৰত ভিটামিন ডিৰ ঘাটি হলে কেনেকৈ বুজিব?

ঘনে ঘনে অসুস্থতা

ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ভিটামিন ডিয়ে। শৰীৰক বিভিন্ন ভাইৰাছ আৰু বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ শক্তিশালী কৰি তোলাতো সহায় কৰে। ঘনে ঘনে ভাইৰেল জ্বৰ, ছৰ্দি কাঁহত ভূগি থকাটোও শৰীৰত ভিটামিন ডিৰ ঘাটিৰ লক্ষণ হব পাৰে।

অৱসাদ

শৰীৰত ভিটামিন ডিৰ মাত্ৰা কম হলে মানসিক চাপ আৰু উদ্বেগে দেখা দিব পাৰে। ঘনে ঘনে মেজাজ সলনি হব পাৰে। স্বাস্থ্যকৰ খাদ্য খাওক, ভালধৰণে বিশ্ৰাম ললেও যদি অলস্যভাৱ দূৰ নহয়, ক্লান্ত বোধেই কৰি থাকে তেতিয়া সেয়া ভিটামিন ডিৰ অভাৱৰ কাৰণেই হব পাৰে।

ভোক কমি যোৱা

ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ খাদ্য খোৱা বহুতেই কমাই দিয়ে। ভোক লাগিলেও খাবলৈ মন নোযোৱাটো মুঠেও ঠিক নহয়। এই লক্ষণ ভিটামিন ডিৰ ঘাটিৰ লক্ষণ। সেয়ে ভোক কমি গলে বিষয়টোক গুৰুত্ব দিয়ক।

চুলি সৰা

চুলি সৰাৰ সমস্যা বহুতৰেই থাকে। চুলি সৰাৰ পৰিমাণ যদি অত্যধিক হাৰত বাঢ়ি যায় তেন্তে নজৰ দিয়াটো প্ৰয়োজন। কাৰণ শৰীৰত ভিটামিন ডি অত্যধিক পৰিমাণে কমি গলেও এই সমস্যা হব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

July 14, 2026
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা
জীৱনশৈলী

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

July 13, 2026
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা
ভাৰত

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

July 13, 2026
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক
জীৱনশৈলী

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

July 13, 2026
Next Post
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ একাউণ্টত ১কোটি টকাৰ বিত্তীয় লেনদেন, কেনেকৈ, ক’ৰ পৰা ধন আহিল দেহৰক্ষীৰ একাউণ্টত?

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ একাউণ্টত ১কোটি টকাৰ বিত্তীয় লেনদেন, কেনেকৈ, ক'ৰ পৰা ধন আহিল দেহৰক্ষীৰ একাউণ্টত?

দণ্ডনায়ক শনিৰ কৃপাবৰ্ষণ, ২০২৬ চনৰ ২০ জানুৱাৰী পৰ্যন্ত লাভেই লাভ এইকেইটা ৰাশিৰ জাতকৰ

দণ্ডনায়ক শনিৰ কৃপাবৰ্ষণ, ২০২৬ চনৰ ২০ জানুৱাৰী পৰ্যন্ত লাভেই লাভ এইকেইটা ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.