• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুচিন্তাৰ দিন শেষ! এই ৫ উপায়েৰে ডায়াবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰে আপুনিও…

দুচিন্তাৰ দিন শেষ! এই ৫ উপায়েৰে ডায়াবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰে আপুনিও…

4 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

5 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

6 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

6 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

7 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

8 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

8 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

9 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

10 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

11 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

11 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

12 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী খাদ্য

দুচিন্তাৰ দিন শেষ! এই ৫ উপায়েৰে ডায়াবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰে আপুনিও…

editor by editor
March 11, 2023
in খাদ্য, জীৱনশৈলী, বিবিধ, ভাৰত, স্বাস্থ্য
0
দুচিন্তাৰ দিন শেষ! এই ৫ উপায়েৰে ডায়াবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰে আপুনিও…
0
SHARES
21.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ডায়াবেটিছ বা ব্লাড চুগাৰ ভাৰতবৰ্ষৰ এক গুৰুতৰ সমস্যা৷ দেশৰ বহুলোকেই আক্ৰান্ত হৈছে ডায়াবেটিছত৷ বিশেষজ্ঞসকলৰ মতে বহুসংখ্যক লোকেই নাজানে যে তেওঁলোক ডায়াবেটিছত আক্ৰান্ত হৈ আছে৷ ব্লাড ছুগাৰৰ পৰীক্ষা নকৰাৰ লগতে সচেতনতাৰ অভাৱৰ বাবেও বহুলোকৰ এই ৰোগ বৃদ্ধি পাইছে৷ ডায়াবেটিছৰ ফলত চকু, কিডনী, নাৰ্ভৰ বিস্তৰ ক্ষতি হয়৷ চিকিৎসকে প্ৰকাশ কৰামতে আমাৰ দৌনন্দিন জীৱনত হোৱা কিছু ভুলৰ বাবেই ডায়াবেটিছৰ সমস্যা বৃদ্ধি পাইছে৷ দৈনিক জীৱন প্ৰণালীত কেইটামান বিশেষ সালসলনি ঘটালেই এই সমস্যাৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব পাৰি৷

মেদবহুলতা কমোৱা
ওজন কমালেও এই ঘাতক অসুখৰ পৰা কিছু পৰিমানে ৰেহাই পাব পাৰি৷ বিভিন্ন গৱেষণাত প্ৰকাশ পোৱা অনুসৰি মাত্ৰ ৭ শতাংশ ওজন কমাব পাৰিলেই এই ৰোগব হোৱাৰ আশংকা কমি যায়৷ বিশেষকৈ প্ৰি-ডায়াবেটিছ থাকিলে দ্ৰুতভাৱে ওজন কমাওক৷ ওজন কমাবলৈ খাদ্যভাষৰ লগতে শৰীৰ চৰ্চাও জৰুৰী৷ দৈনিক প্ৰায় ৩০ মিনিট সময় শৰীৰ চৰ্চা কৰক৷ এই নিয়ম মানিয়েই ডায়াবেটিছৰ পৰা ৰেহাই পোৱাটো প্ৰায় নিশ্চিত৷
​
ঘাম উলিয়াওক
অলস জীৱনযাত্ৰাত আমি সকলোৱেই অভ্যস্ত৷ শাৰীৰিক পৰিশ্ৰম প্ৰায় নকৰোৱেই৷ সেয়ে শৰীৰে অকণমান কষ্ট পালেই অসুখে দেখা দিয়ে৷ সেয়ে দৈনিক ব্যায়াম কৰাটো শৰীৰৰ বাবে অতি জৰুৰী৷ নিয়মিত ব্যায়াম কৰিলে ওজন কমে, ব্লাড ছুগাৰ কমে, ইনছুলিনেও ভালধৰণে কাম কৰে৷ সেয়ে প্ৰতিদিনেই শৰীৰ চৰ্চা কৰাটো অতি জৰুৰী৷ এজন সুস্থ মানুহে দৈনিক ৩০ মিনিট সময় ব্যায়াম কৰিব লাগে৷ ব্যায়ামৰ মাজত এৰোটিক ব্যায়াম কৰিব পাৰে৷ ৰেজিষ্টেন্স ট্ৰেইনিঙ ললেও সুফল পোৱা যায়৷

নিৰামিষ খাদ্য গ্ৰহণ কৰক
সেউজীয়া উদ্ভিদত প্ৰচুৰ পৰিমানে ভিটামিন, খনিজ আৰু ফাইবাৰ থাকে৷ সেয়ে নিয়মিতভাৱে নিৰামিষ খাদ্য গ্ৰহণ কৰিলে উপকাৰ পোৱা যায়৷ সেউজীয়া উদ্ভিদত থকা ফাইবাৰে ৰক্ত শৰ্কৰা কমাই দিয়ে৷ ইয়াৰ অৰ্থ এয়ে যে ওজন বৃদ্ধি হ’বলৈ নিদিয়ে৷ সেয়ে প্ৰি ডায়াবেটিছত নিয়মিতভাৱে শাক, ফলমূল খাব লাগে৷ দেখা গৈছে যে যিসকল লোকে দৈনিক সেউজীয়া পাচলি গ্ৰহণ কৰে তেওঁলোকৰ শৰীৰত পুষ্টি অটুত থাকে৷

চৰ্বীযুক্ত খাদ্যও গ্ৰহণ কৰক
চৰ্বীৰ কথা শুনিলেই বহুতেই জঁপিয়াই উঠে৷ কিন্তু চিকিৎসকে জনোৱা অনুসৰি শৰীৰৰ বাবে ফেটো অত্যন্ত জৰুৰী উপাদান৷ ফেটে ইনচুলিন চেনছিটিভিটি বঢ়াই দিয়ে৷ এই ক্ষেত্ৰত একোজন ব্যক্তিয়ে আলমণ্ড, ওয়ালনাট, চিড, টুনা আদি খাদ্য তালিকাত ৰাখিব পাৰে৷

নিয়মিতভাৱে ছুগাৰ টেষ্ট কৰাওক
ডায়াবেটিছ প্ৰতিৰোধৰ অন্যতম এক উপায় হৈছে নিয়মিত ছুগাৰ টেষ্ট৷ এই ক্ষেত্ৰত বছৰত এবাৰ ছুগাৰ টেষ্ট কৰাওক৷ ফাষ্টিং ছুগাৰ ১০০ ৰ ভিতৰত থাকিলেই বূুজিৰ যে ছুগাৰ নাই৷ ছুগাৰ ১০০ ৰ পৰা ১২৬ ৰ মাজত থাকিলে আপুনি এজন প্ৰি-ডায়াবেটিক৷ প্ৰিডায়াবেটিকসকলে কেইটামান নিয়ম মানিলেই অনায়াসে ডায়াবেটিছ প্ৰতিৰোধ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?
জীৱনশৈলী

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

September 23, 2026
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

September 23, 2026
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’
ভাৰত

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

September 23, 2026
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে
অপৰাধ

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

September 23, 2026
Next Post
প্লাষ্টিকৰ গ্লাছত দৈনিক চাহ খাই? সাৱধান কৰ্কটকে ধৰি এইকেইটা ৰোগ হ’ব পাৰে আপোনাৰ…

প্লাষ্টিকৰ গ্লাছত দৈনিক চাহ খাই? সাৱধান কৰ্কটকে ধৰি এইকেইটা ৰোগ হ’ব পাৰে আপোনাৰ...

অসম আৰক্ষীৰ এনকাউণ্টাৰ ভুল আছিল ফ’ৰেন্সিক পৰীক্ষাত মৃতদেহ ডিম্বেশ্বৰ মুছাহাৰীৰ বুলি চিনাক্ত

অসম আৰক্ষীৰ এনকাউণ্টাৰ ভুল আছিল ফ’ৰেন্সিক পৰীক্ষাত মৃতদেহ ডিম্বেশ্বৰ মুছাহাৰীৰ বুলি চিনাক্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.