• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

2 months ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

11 minutes ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

45 minutes ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

1 hour ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

2 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

3 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

3 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

4 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

4 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

5 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

22 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

23 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

কিছুমান অভ্যাসে বিপদত পেলাব পাৰে আপোনাক...

editor by editor
June 27, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক
0
SHARES
76
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চাহ নোখোৱাকৈ বহুলোকে পুৱাৰ আৰম্ভণি নকৰে। বহুতে সাৰ পোৱাৰ লগে লগে চাহ নাখালে মূৰৰ বিষ অনুভৱ কৰে। কিছুমানে আহাৰ খোৱাৰ লগে লগে চাহ সেৱন কৰি ভাল পায়। কিন্তু আহাৰ খোৱাৰ লগে লগে চাহ খালে আমাৰ শৰীৰৰ কি হয়, আপুনি কেতিয়াবা ভাবিছেনে?

বিশেষজ্ঞসকলে কি কয়?

বিশেষজ্ঞসকলে কয় যে আমি খোৱা খাদ্যত আইৰণ, কেলচিয়াম, জিংককে ধৰি ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। চাহত টেনিন আৰু পলিফিনল আদি প্ৰাকৃতিক যৌগও থাকে।

বিশেষজ্ঞসকলে বুজাইছে যে যেতিয়া আমি আহাৰ খোৱাৰ লগে লগে চাহ খাওঁ তেতিয়া চাহত থকা টেনিন আমাৰ খাদ্যত থকা আইৰণৰ লগত বান্ধ খাই তাৰ শোষণ কমি যায়। এই টেনিনবোৰে কেৱল আইৰণৰ লগত নহয়, জিংক আৰু কেলচিয়ামৰ লগতো বান্ধ খাব পাৰে, যাৰ ফলত ইহঁতৰ শোষণ হ্ৰাস পায়।

তেওঁ বুজাই দিয়ে যে খাদ্য খোৱাৰ লগে লগে চাহ সেৱনৰ আন এটা অসুবিধা হ’ল পেট ফুলা, যাৰ ফলত এচিড ৰিফ্লাক্সৰ দৰে পেটৰ সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায়। টেনিনে এচিড ৰিফ্লাক্স বৃদ্ধি কৰিব পাৰে। চাহ খোৱাৰ আন অসুবিধাসমূহো তালিকাভুক্ত কৰে বিশেষজ্ঞগৰাকীয়ে। তেওঁৰ মতে, ইয়াত কেফেইনো থাকে, যাৰ ফলত টোপনি বিঘিনি ঘটিব পাৰে।

যদি আপুনি চাহ প্ৰেমী তেন্তে খাদ্য বা আন জলপান খোৱাৰ পিছত কিমান বাৰ চাহ খাব লাগে সেই কথা জানিব লাগে। আদৰ্শগতভাৱে আমি চাহ খোৱাৰ আগতে কমেও এঘণ্টা অপেক্ষা কৰা উচিত।

ইয়াৰ উপৰিও মানুহে চাহৰ লগত নিমখীয়া খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে। বেছিভাগ ভাৰতীয়ই চাহৰ লগত আলুৰ পৰাঠা খাবলৈ পছন্দ কৰে। ইয়াৰ ফলত এচিডিটি আৰু পেট ফুলা হ’ব পাৰে। অৱশ্যে চাহ খোৱাৰ আগতে কিছু সময় পানী সেৱন কৰিলে এচিডিটি বা পেট ফুলা নহয় বুলিও কোৱা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’
অপৰাধ

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

September 4, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা
জীৱনশৈলী

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

September 4, 2026
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই
প্ৰযুক্তি

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

September 4, 2026
Next Post
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.