• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি এই ডিংগা ডিংগা ভাইৰাছ! যাৰ ভয়ংকৰ সংক্ৰমণত হাহাকাৰ এইখন দেশত

কি এই ডিংগা ডিংগা ভাইৰাছ! যাৰ ভয়ংকৰ সংক্ৰমণত হাহাকাৰ এইখন দেশত

1 year ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

6 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

6 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

7 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

7 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

8 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

9 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

9 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

10 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

11 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

12 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

13 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কি এই ডিংগা ডিংগা ভাইৰাছ! যাৰ ভয়ংকৰ সংক্ৰমণত হাহাকাৰ এইখন দেশত

editor by editor
December 17, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
কি এই ডিংগা ডিংগা ভাইৰাছ! যাৰ ভয়ংকৰ সংক্ৰমণত হাহাকাৰ এইখন দেশত
0
SHARES
359
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কি এই ডিংগা ডিংগা ভাইৰাছ! যাৰ ভয়ংকৰ সংক্ৰমণত হাহাকাৰ এইখন দেশত

কৰণা ভাইৰাছৰ ত্ৰাসৰ কথা সকলোৱে জানে, কিদৰে সমগ্ৰ বিশ্বতে প্ৰাণ কাঢ়িলে লাখ লাখ লোকৰ। এই কৰণাৰ ভাইৰাছৰ পৰা এতিয়াও যেন সম্পূৰ্ণ মুক্ত নহয় বিশ্ববাসীলোক। পাছে সেই কৰণা ভাইৰাছৰ পাছত এইবাৰ আন এক ভাইৰাছৰ সংক্ৰমণে ত্ৰাসৰ সৃষ্টি কৰিছে এখন দেশত।

আফ্ৰিকাত এইবাৰ নতুন ভাইৰাছৰ সংক্ৰমণ। যি ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হৈছে বহু শতাধিক লোক। এই নতুন ভাইৰাছৰ নাম ডিংগা ডিংগা। এই ডিংগা ডিংগাৰ কবলত বিশেষকৈ প্ৰভাৱিত হৈছে আফ্ৰিকা মহাদেশৰ য়ুগাণ্ডা দেশ।

দেশখনৰ পৰা লাভ কৰা খবৰ অনুসৰি বৰ্তমানলৈ দেশখনত এই ডিংগা ডিংগা ভাইৰাছৰ কবলত পৰিছে ৩০০ৰো অধিক লোক। চিকিৎসকো বৰ্তমানে এই ৰোগৰ সঠিক চিকিৎসাৰ সন্ধানত আছে, যদিও বৰ্তমানলৈ ইয়াৰ চিকিৎসা উলিয়াব পৰা নাই।

য়ুগাণ্ডাৰ বুণ্ডিবাগ্যো অঞ্চলত ডিংগা ডিংগা ৰোগ দ্ৰুতগতিত বিয়পি পৰিছে। ডিংগা ডিংগাৰ প্ৰাৰম্ভিক লক্ষণৰ কথা ক’লে ৰোগীৰ জ্বৰ আৰু কঁপনি আৰম্ভ হয়। ৰোগীৰ শৰীৰটো প্ৰচণ্ডভাৱে কঁপি উঠে, যাৰ বাবে ৰোগীগৰাকীৰ খোজ কাঢ়িবলৈও কঠিন হৈ পৰে।

বৰ্তমান এই ৰোগত কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নাই। ডিংগা ডিংগাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকে এন্টিবায়টিকৰ সহায় লৈছে। ডিংগা ডিংগা ৰোগ কেৱল য়ুগাণ্ডাৰ বুণ্ডিবাগিঅ’তহে বিয়পি পৰিছে। আশে-পাশে থকা অঞ্চলত এই ৰোগৰ কোনো প্ৰমাণ পোৱা নাই।

ডিংগা ডিংগা ৰোগৰ উৎপত্তি ক’ত আৰু কিয়? এই কথা এতিয়াও প্ৰকাশ কৰা হোৱা নাই। কিন্তু প্ৰশাসনে বাহিৰা মানুহক বুণ্ডিবুগ্যো অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। এই অঞ্চলত বহুতো স্বাস্থ্য অভিযান চলোৱা হৈছে, যাতে এই ৰোগ শিপাৰ পৰা নিৰ্মূল কৰিব পৰা যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AfrikaDinga DingaDinga Dinga VirusUgandaVirus
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!
জীৱনশৈলী

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

May 21, 2026
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?
জীৱনশৈলী

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

May 21, 2026
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?
জীৱনশৈলী

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

May 21, 2026
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি
জীৱনশৈলী

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

May 21, 2026
Next Post
৭.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ভয়ংকৰ জোকাৰণি, ভূমিস্খলনৰ লগতে ভাঙি পৰিল বহু অট্টালিকা-গছ-গছনি

৭.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ভয়ংকৰ জোকাৰণি, ভূমিস্খলনৰ লগতে ভাঙি পৰিল বহু অট্টালিকা-গছ-গছনি

মুকেশ খান্নাৰ ওপৰত ক্ৰোধ বৰষিল সোনাক্ষী সিন্হাৰ, সামাজিক মাধ্যম যোগে প্ৰত্যুত্তৰ

মুকেশ খান্নাৰ ওপৰত ক্ৰোধ বৰষিল সোনাক্ষী সিন্হাৰ, সামাজিক মাধ্যম যোগে প্ৰত্যুত্তৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.