• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 year ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

12 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

12 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

13 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

13 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

14 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

15 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

16 hours ago
ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

ইৰান এতিয়া ধ্বংসস্তুপ, যিকোনো মুহূৰ্ততে আমি যুদ্ধ শেষ কৰিমঃ ডোনাল্ড ট্ৰাম্প

16 hours ago
আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

17 hours ago
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

18 hours ago
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

18 hours ago
মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

মহাকুম্ভৰ মোহময়ী মনালিছাৰ নতুন জীৱন, পিতৃৰ আপত্তিক আওকান কৰি ফৰমানৰ সৈতে বিবাহ, ক’ত, কেনেকৈ বিবাহত আৱদ্ধ হ’ল মনালিছা?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

editor by editor
February 3, 2025
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাৰ দৰেই পুৰুষৰো শৰীৰত বয়সৰ সৈতে নানান সমস্যা আহে৷ চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াৰ নাম এণ্ড্ৰোপজ৷ মহিলাৰ ক্ষেত্ৰত যেনেকৈ মেনোপজ হয় তেনেকৈয়ে পুৰুষৰো এণ্ড্ৰোপজ হয়৷ বয়স বৃদ্ধিৰ সৈতে হৰমনৰ পৰিবৰ্তন আৰু তাৰ প্ৰভাৱ যে কেৱল মহিলাই উপলব্ধি কৰিব পাৰে তেনে নহয়৷ পুৰুষৰ শৰীৰতো একেই বিষয় দেখা যায়৷ এয়া স্বাভাৱিক অনুভূতি মুঠেও নহয়৷

এণ্ড্ৰোপজ প্ৰকৃততে কি?

পুৰুষৰ ক্ষেত্ৰত এই ধৰণৰ সমস্যাই কেতিয়া দেখা দিয়ে৷ মহিলাৰ দৰে পুৰুষৰো মুড ছুইং হয় নেকি? এই সমস্যা হ’লে কৰণীয় কি থাকে৷ এই সমস্ত বিষয়ক লৈ INASত নিউ দিল্লীৰ কে বিৰলা হাস্পতালৰ ইউৰলজি বিভাগৰ ডাইৰেক্টৰ ডক্টৰ সমীৰ খান্নাৰ এক সাক্ষাৎকাৰ প্ৰকাশ পাইছে৷

চিকিৎসক খান্নাৰ মতে এণ্ড্ৰোপজ যাক সাধাৰণ মানুহে প্ৰায়েই পুৰুষৰ মেনোপজ বুলি কয়৷ মহিলাতকৈ এই প্ৰক্ৰিয়াটো বেলেগ হয়৷ যিহেতু পুৰুষ আৰু মহিলা জৈৱিকভাৱেও বহু পৃথক৷ এণ্ডোপজ সহজ অৰ্থত বয়সৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ মাত্ৰা ধীৰে ধীৰে কমি যোৱাকে বুজাই৷ যি সাধাৰণতে ৫০ বছৰ বয়স পাৰ হোৱাৰ পাছতেই টেষ্টোষ্টেৰণ হৰমণৰ মাত্ৰা ধীৰে ধীৰে কমি যোৱাক বুজাই৷

ডাক্টৰ খান্নাই আৰু জনাইছে যে পুৰুষৰ ক্ষেত্ৰত এণ্ড্ৰোপজত পুৰুষৰ প্ৰজনন ক্ষমতাৰ ওপৰত প্ৰভাৱ নপৰে৷ মহিলাসকলৰ ক্ষেত্ৰত মেনোপজে স্পষ্টভাৱে মহিলাৰ উৰ্বৰতা বা প্ৰজনন ক্ষমতাৰ সমাপ্তি চিহ্নিত কৰে৷ কিন্তু এই ঘটনাৰ বিপৰীত কেতিয়াও এণ্ড্ৰোপজ নহয়৷ এণ্ড্ৰোপজৰ সময়ত পুৰুষৰ ক্ষেত্ৰত ক্লান্তি, কামশক্তি কমি যোৱা, মুড ছুইংছ, পেশীৰ ভৰ হ্ৰাস পোৱা, ফেট বৃদ্ধি এইসমূহ উপসৰ্গ বা লক্ষণে দেখা দিয়ে৷ সাধাৰণতে এই সমস্ত পৰিবৰ্তন টেষ্টোষ্টেৰন হৰমণৰ স্তৰ ক্ৰমশ কমি যোৱাৰ সৈতে সংযুক্ত৷ ষ্ট্ৰেছ, দীৰ্ঘকালীন কোনো অসুখ কিংবা দৈনন্দিন জীৱনশৈলীৰ বিভিন্ন অভ্যাসৰ কাৰণে বৃদ্ধি পাব পাৰে৷

এণ্ড্ৰোপজ হ’লে ভয়ৰ কোনো কাৰণ আছে নেকি?

এই প্ৰশ্নৰ উত্তৰো দিছে ডাক্তৰ খান্নাই৷ পুৰুষৰ এণ্ড্ৰোপজ সম্পৰ্কে সচেতন হোৱা উচিত যদিও ইয়াৰ বাবে বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই৷ এণ্ড্ৰোপজ বাৰ্ধক্যৰ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া৷ বেছিভাগ লোকেই কেৱল হাল্কা লক্ষণসমূহ অনুভৱ কৰে৷ যিসকলৰ সমস্যা গুৰুতৰ তেওঁলোকে এজন বিশেষজ্ঞৰ সৈতে পৰামৰ্শ কৰা উচিত৷ তেজ পৰীক্ষাৰ মাধ্যমেৰে টেষ্টোষ্টেৰণৰ স্তৰ বুজা সম্ভৱ৷ যদি দেখা যায় এই হৰমণ অস্বাভাৱিক হাৰত কমি গৈছে তেতিয়া টেষ্টোষ্টেৰণ ৰিপ্লেছমেণ্ট থেৰাপি এটা বিকল্প হ’ব পাৰে৷ কিন্তু বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে কোনোধৰণৰ চিকিৎসা নিজাকৈ নকৰিব৷ প্ৰতিদিনে ব্যায়াম কৰিলে, সুষম আহাৰ গ্ৰহণ কৰিলে, পৰ্যাপ্ত টোপনি হ’লে , ষ্ট্ৰেছ মেনেজমেণ্টৰ মাধ্যমেৰে আৰু ধূমপান অতিৰিক্ত মদ্যপানৰ অভ্যাস এৰাই চলিলে এণ্ড্ৰোপজৰ প্ৰভাৱ প্ৰতিৰোধ কৰিব পাৰি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?
জীৱনশৈলী

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

March 12, 2026
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব
জীৱনশৈলী

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

March 12, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
Next Post
দৈনিক ৰাশিফল- অশ্বিনী নক্ষত্ৰত সৰ্বাৰ্থ সিদ্ধি যোগ, কেনে যাব আজিৰ দিনটো

দৈনিক ৰাশিফল- অশ্বিনী নক্ষত্ৰত সৰ্বাৰ্থ সিদ্ধি যোগ, কেনে যাব আজিৰ দিনটো

সৰস্বতী পূজাৰ দিনাই ৰাজ্য জোকাৰি যোৱা অঘটন, নলবাৰীত দুই প্ৰেমিক-প্ৰেমিকাই…

সৰস্বতী পূজাৰ দিনাই ৰাজ্য জোকাৰি যোৱা অঘটন, নলবাৰীত দুই প্ৰেমিক-প্ৰেমিকাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.