• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

3 months ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

9 minutes ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

30 minutes ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

53 minutes ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

2 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

3 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

4 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

12 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

12 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

12 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

13 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

13 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?

নিৱেশকসকলে কি কৰিব?

editor by editor
July 24, 2026
in জীৱনশৈলী, ফেশ্বন, বাণিজ্য, বিবিধ
0
পুনৰ কমিছে সোণ-ৰূপৰ দাম, এই সময়ত সোণ কিনা উচিতনে?
0
SHARES
480
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ একেৰাহে দ্বিতীয় দিনলৈ হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য। মধ্য-প্ৰাচ্যত চলি থকা সংকটৰ বাবে ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য পুনৰবাৰ প্ৰতি বেৰেলত ১০০ ডলাৰ অতিক্ৰম কৰিছে। ইয়াৰ ফলত মুদ্ৰাস্ফীতিৰ চিন্তা বৃদ্ধি পাইছে আৰু বিনিয়োগকাৰীসকলে আশংকা কৰিছে যে সুতৰ হাৰ দীৰ্ঘদিনলৈ ঊৰ্ধ্বগামী হৈ থাকিব পাৰে। ইয়াৰ ফলত সোণ আৰু ৰূপৰ মূল্যত প্ৰভাৱ পৰিছে।

২০২৬ৰ ছেপ্টেম্বৰৰ বাবে ৰূপৰ ডেলিভাৰী MCXত পূৰ্বতে প্ৰতি কিলোগ্ৰামত ২১৯,৩৭৫টকাত বন্ধ হৈছিল। আজি এই মূল্য ২১৮,২৮০টকাত মুকলি হয় আৰু আৰম্ভণিৰ ব্যৱসায়ত ২,০৫০টকা হ্ৰাসেৰে ২,১৭,৩২৫টকা হয়গৈ। একেদৰে ২০২৬ চনৰ আগষ্টত ডেলিভাৰীৰ বাবেও সোণৰ ফিচাৰ ১,০৭৯টকা হ্ৰাসেৰে ১,৪১,৭৪২টকা হৈছেগৈ। বিগত দুটা অধিবেশনত সোণৰ মূল্য ৪,৪০০টকা আৰু ৰূপৰ মূল্য ৯,৬০০টকা হ্ৰাস পাইছে।

বুলিয়নৰ বজাৰতো সোণ-ৰূপৰ মূল্য হ্ৰাস পাইছে। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি ২৪ কেৰেটৰ সোণৰ মূল্যত ১,৮৫০ টকা হ্ৰাসেৰে ১,৪৪,৩৩০ টকা পাইছে । ২২ কেৰেটৰ সোণৰ মূল্য ১৭০০ টকা হ্ৰাসেৰে ১,৩২,৩০০ টকাত উপনীত হৈছে। একেদৰে ১৮ কেৰেটৰ সোণৰ মূল্য ১,৩৯০ টকা হ্ৰাসেৰে ১০,৮২৫ টকা পাইছেগৈ। ৰূপতো ৫,০০০ টকা হ্ৰাসেৰে ২,৩৫,০০০ টকা হৈছেগৈ।

আন্তঃৰাষ্ট্ৰীয় সোণ আৰু ৰূপৰ মূল্য

ইফালে স্পট গোল্ডৰ মূল্য ০.১% হ্ৰাসেৰে প্ৰতি আউন্সত ৪০৪২.৭৭ ডলাৰ হয়। ইয়াৰ পূৰ্বে বুধবাৰে দুসপ্তাহৰ উচ্চতম স্তৰত উপনীত হৈছিল সোণৰ মূল্য। কিন্তু তাৰ পিছৰ পৰাই ই ১২০ ডলাৰতকৈও অধিক হ্ৰাস পাইছে। আগষ্টত ডেলিভাৰীৰ বাবে আমেৰিকাৰ সোণৰ ভৱিষ্যতৰ মূল্যও ০.১% হ্ৰাস পাই ৪,০৪৫.৬০ ডলাৰ হয়। কিন্তু এতিয়াও ই ০.৬% সামান্য সাপ্তাহিক লাভৰ বাবে পথত আছে। একেদৰে স্পট ছিলভাৰ ০.২% হ্ৰাস পাই প্ৰতি আউন্সত ৫৭.৫৬ ডলাৰ হয়।

নিৱেশকসকলে কি কৰিব?

বিশেষজ্ঞসকলৰ মতে, MCXত সোণৰ বাবে সমৰ্থন স্তৰ হৈছে ১,৪১,৬৫০–১,৪০,৮০০ টকা, আনহাতে প্ৰতিৰোধ স্তৰ হৈছে ১,৪৩,৫০০–১,৪৪,৪০০ টকা।
একেদৰে, ৰূপৰ বাবে সমৰ্থন স্তৰ ২,১৬,০০০–২,১৪,০০০ টকা আৰু প্ৰতিৰোধ স্তৰ ২,২২,০০০–২,২৪,৪০০ টকা। বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি, দীৰ্ঘম্যাদী বিনিয়োগকাৰীসকলে বজাৰত মূল্য হ্ৰাস পোৱাৰ সময়ত সোণ আৰু ৰূপ ক্ৰয় কৰাৰ কথা বিবেচনা কৰিব পাৰে। কিন্তু ট্ৰেডাৰসকলে অহা সপ্তাহত অনুষ্ঠিত হ’বলগীয়া FOMC বৈঠকৰ পূৰ্বে নতুন লং পজিচন (Long Position) লোৱাৰ পৰা বিৰত থকাই উচিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24goldGold and Silver price
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা
ভাৰত

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

October 18, 2026
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ
জীৱনশৈলী

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

October 18, 2026
Next Post
ভংগ হ’ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

ভংগ হ'ল ৱাংচুকৰ অনশন! কেনেকৈ ২ কেন্দ্ৰীয় মন্ত্ৰীয়ে সৈমান কৰালে ছোনম ৱাংচুকক?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.