• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

1 month ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

29 minutes ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

47 minutes ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

1 hour ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

2 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

3 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

3 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

4 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

5 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

5 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

6 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

ভূ-স্বৰ্গলৈ আহিব মাৰ্কিন নাগৰিক

editor by editor
August 19, 2026
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?
0
SHARES
727
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিও গোৰে আজি শ্ৰীনগৰত উপস্থিত হয়। তেওঁ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক সৈতে সাক্ষাৎ কৰে। ইয়াৰ পিছতে গোৰে কয়, “মই ইয়াত উপস্থিত হৈ আনন্দিত হৈছো। জম্মু-কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ, তাত কাৰো একো সন্দেহ নাই। মোৰ জম্মু-কাশ্মীৰ এয়া প্ৰথম ভ্ৰমণ। এই ঠাইখন একেবাৰে ধুনীয়া। মই ইয়াত উপস্থিত হৈ ইয়াক ওচৰৰ পৰা দৰ্শন কৰিবলৈ পাই অতিশয় উৎসাহিত হৈছো। আব্দুল্লাৰ সৈতে সাক্ষাতত আনন্দিত হৈছো। আমি এই সম্পৰ্ক অব্যাহত ৰাখিবলৈ আগ্ৰহী।”

দুদিনীয়া জম্মু-কাশ্মীৰ আৰু লাডাখ ভ্ৰমণৰ বাবে বুধবাৰে শ্ৰীনগৰত উপস্থিত হয় গোৰে। মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীয়ে। গোৰে কয়, “আমেৰিকাই ভ্ৰমণ সতৰ্কবাণী জাৰি কৰে। আমি সময়ে সময়ে সেইবোৰ পৰ্যালোচনা কৰোঁ। আমি বিশ্বাস কৰোঁ যে দিল্লী, জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী আৰু ইয়াৰ প্ৰশাসনে এই অঞ্চলটোক অধিক সুৰক্ষিত কৰাৰ বাবে কিছু উৎকৃষ্ট পদক্ষেপ গ্ৰহণ কৰিছে।”

পৰৱৰ্তী সময়ত আমি বিবেচনা কৰিম যে আমেৰিকাৰ ভ্ৰমণ সতৰ্কতাৰ স্তৰ হ্ৰাস কৰা উচিত হয় নে নহয়। “এয়া বিশ্বৰ অন্যতম এখন ধুনীয়া ঠাই। মই ভাবো বহু আমেৰিকান লোকে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰি ইয়াৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ ভাল পাব।” ইফালে, মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই গোৰৰ সৈতে সাক্ষাৎ কৰাৰ অন্তত কয়, “আমি এখন অতি ভাল বৈঠকত মিলিত হৈছো। আমাৰ দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ সুযোগ পাইছো, বিশেষভাৱে জম্মু-কাশ্মীৰৰ বাবে আমেৰিকাই কি কৰিব পাৰে আৰু জম্মু-কাশ্মীৰ আগন্তুক বছৰবোৰত গভীৰ আৰু সম্প্ৰসাৰিত হোৱাৰ দৰে বিষয়বোৰত আমি আলোচনা কৰো।”

আন এটা পোষ্টত ওমৰে কয়, “জম্মু-কাশ্মীৰ আৰু আমেৰিকাৰ মাজত বিশেষকৈ পৰ্যটন, উদ্যান শস্য, আৰু নতুন অৰ্থনীতিৰ দৰে ক্ষেত্ৰত আমি কেনেকৈ যোগাযোগ সম্প্ৰসাৰণ আৰু গভীৰ কৰিব পাৰো সেই বিষয়ে চাৰ্জিঅ’ গ’ৰ আৰু মোৰ মাজত অতি ভাল কথা-বতৰা হৈছিল। মই এই সংযোগ অব্যাহত ৰাখিবলৈ আৰু আমাৰ আলোচনাক আগুৱাই নিবলৈ আগ্ৰহী।”

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24usa
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.