• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

2 months ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

2 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

2 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

4 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

5 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

6 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

7 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

8 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

9 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

ক্ৰিকেট ইতিহাসত কোনগৰাকী বলাৰে দিছে সৰ্বাধিক No Ball?

editor by editor
August 19, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball
0
SHARES
436
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গালেত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচত ৰবীন্দ্ৰ জাদেজাই মুঠ চাৰিটা ন’ বল বল কৰে। ছচিয়েল মিডিয়াত জাদেজাৰ ন’ বলৰ বিষয়ে ব্যাপক চৰ্চা হৈছিল। এই আলোচনাৰ কাৰণ হ’ল শ্ৰীলংকাৰ অধিনায়ক ধনঞ্জয় ডি ছিলভাক যিটো বলৰে প্ৰথমবাৰ আউট কৰিছিল, সেই বলটোক ন’ বল ঘোষণা কৰা হৈছিল। অৱশ্যে পিছত জাদেজাই পুনৰ ধনঞ্জয়ৰ উইকেটটো দখল কৰে। ক্ৰিকেট খেলপথাৰত কোনে প্ৰথম ন’বল বল কৰিছিল জানেনে? আৰু কোনখন টেষ্ট মেচত ১০৩ টা ন’ বল বল কৰা হৈছিল?

বিশ্বৰ প্ৰথমটো ন’ বল কোনে বলিং কৰিছিল?

বিশ্বৰ প্ৰথমটো ন’বল বলিং কৰে জন উইলেছে। ১৮২২ চনৰ ১৫ জুলাইত লৰ্ডছত কেণ্ট আৰু এমচিচিৰ মাজত অনুষ্ঠিত হোৱা এখন খেলৰ সময়ত জন উইলছৰ ডেলিভাৰীক ৰাউণ্ড আৰ্ম বলিঙৰ বাবে ন’ বল বুলি ৰায় দিয়া হয়। সেই সময়ত কেৱল আণ্ডাৰ আৰ্ম বলিঙহে বৈধ আছিল। উইলেছে ভগ্নী ক্ৰীষ্টিনাৰ সৈতে অনুশীলন কৰি থাকোঁতে ৰাউণ্ড আৰ্ম বলিং শিকিছিল। সেয়াই আছিল ক্ৰিকেট ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো বলাৰক অবৈধ কাৰ্য্যৰ বাবে ন’ বল ঘোষণা কৰাৰ ঘটনা। ইয়াৰ পিছত ক্ৰিকেটৰ বহু নিয়ম সলনি হ’ল, ন’ বলৰো নতুন নতুন নিয়ম ক্ৰিকেটৰ সংবিধানত সংযোজন হ’ল কিন্তু বিশ্ব ক্ৰিকেটৰ ইতিহাসত জন উইলছৰ শিৰত থাকি যাব এই অপ্ৰত্যাশিত ৰেকৰ্ডটো।

কোনখন মেচত সৰ্বাধিক বল দিয়া হৈছে

১৯৭৭ চনত পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজৰ টেষ্ট মেচত সৰ্বাধিক ন’ বল বল কৰা হৈছিল। ব্ৰীজটাউনত অনুষ্ঠিত এই মেচখনত দুয়োটা দলে মিলি মুঠ ১০৩টা ন’ বল বলিং কৰে। ক্ৰিকেট ইতিহাসত এইখনেই একমাত্ৰ মেচ য’ত এখন খেলতে ১০০ৰো অধিক ন’ বল বল কৰা হৈছিল। ১৯৮৮ চনত ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা একন মেচত ৯০টা ন’ বল বল কৰা হৈছিল।

কোন খেলুৱৈয়ে নিজৰ কেৰিয়াৰত সৰ্বাধিক বল ন’ বল কৰিছিল

টেষ্ট ক্ৰিকেটৰ ইতিহাসত এই পৰ্যন্ত সৰ্বাধিক ন’ বল কৰা বলাৰজন হৈছে অষ্ট্ৰেলিয়াৰ ব্ৰেট লী।

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেগী বলাৰগৰাকীয়ে নিজৰ টেষ্ট কেৰিয়াৰত ৪৭২টা ন’ বল বল কৰে। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন ফাষ্ট বলাৰ ফিডেল এডৱাৰ্ডে টেষ্ট কেৰিয়াৰত ৩২৫টা ন’ বল বলিং কৰে।

টেষ্টত ৩১৪টা ন’ বলৰে সৰ্বাধিক ন’ বল কৰা ভাৰতীয় বলাৰজন হৈছে ঈশান্ত শৰ্মা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24test cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
জীৱনশৈলী

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

October 7, 2026
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
Next Post
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ'ব লাভ, কোনে হ'ব লাগিব সাৱধান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.