গুৱাহাটী মহানগৰীত ৰহস্যজনক পৰিস্থিতিত এগৰাকী যুৱতী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। শুক্ৰবাৰে নিশা প্ৰায় ১১ বজাত তেওঁ ঘৰৰ পৰা ওলাই গৈছিল। নিশা তেওঁ মাকলৈ ফোন কৰি তেওঁক বন্ধুজনে মাৰপিট কৰা বুলি জনাইছিল আৰু তাৰ পিছতে ফোনটো বন্ধ হয়।
নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ পিছত পোহৰলৈ আহিছে ইটোৰ পিছত সিটো ঘটনা। নিমিষাৰ পৰা ৰং মিস্ত্ৰী আৰু ৰেপিড’ চালকৰ পৰিচয় গোপনে ৰাখিছিল আছিক আলীয়ে। পৱিত্ৰ ঈদৰ দিনাও আছিকৰ সৈতে ফটো শ্বেয়াৰ কৰিছিল নিমিষাই।
পোষ্টমর্টেমত কি আছিল?
জঘন্য কাণ্ডৰ বলি হৈছিল নিমিষাৰ পোষ্টমৰ্টমত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য। নিমিষাৰ শৰীৰত দুজনকৈ ব্যক্তিৰ শুক্ৰাণুৰ উপস্থিতি ধৰা পৰিছিল। পাষণ্ড প্ৰেমিক আছিক আলীয়ে অন্য যুৱকৰে মিলি কৰিছিল জঘন্য কাণ্ড । পৰিয়ালৰলোকে শৰীৰত দাগ দেখিয়েই বহুতো কথা সন্দেহ কৰিছিল। প্ৰেমিক আছিক আলীয়ে নিমিষাৰ সৰ্বশৰীৰ শেষ কৰি পেলাইছিল। সৰ্বশৰীৰত পোৱা গৈছিল দাঁতৰ চিন। কেৱল সেয়াই নহয়, নিমিষাৰ গোপন অংগও ফালি পেলাইছিল বুলি তথ্য পোৱা গৈছে। হিংস্ৰ জন্তুৰ দৰে জঁপিয়াই পৰিছিল আছিক আলীসহ অন্য এজন যুৱক। বৰ্তমানলৈকে জানিব পৰা নাই আনজন যুৱকৰ পৰিচয়। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা চলাইছে আছিক আলীক। এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিহৰ বাবে এনে ঘটনা সংঘটিত কৰিলে প্ৰেমিকে?
সবিশেষ খবৰৰ ভিডিঅ’- https://www.facebook.com/share/v/1BpDrgK4h3/
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















