• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হোৱাটচএপে শীঘ্ৰেই আনিব মাল্টি-ডিভাইচ চাপ’ৰ্ট ফীচাৰ, এটা একাউণ্ট ব্যৱহাৰ কৰিব পাৰিব ২টাকৈ ডিভাইচত

হোৱাটচএপে শীঘ্ৰেই আনিব মাল্টি-ডিভাইচ চাপ’ৰ্ট ফীচাৰ, এটা একাউণ্ট ব্যৱহাৰ কৰিব পাৰিব ২টাকৈ ডিভাইচত

5 years ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

2 hours ago
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

3 hours ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

3 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

3 hours ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

7 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

8 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

9 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

10 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

11 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

11 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

হোৱাটচএপে শীঘ্ৰেই আনিব মাল্টি-ডিভাইচ চাপ’ৰ্ট ফীচাৰ, এটা একাউণ্ট ব্যৱহাৰ কৰিব পাৰিব ২টাকৈ ডিভাইচত

editor by editor
September 29, 2021
in অসম, গুৱাহাটী, প্ৰযুক্তি, বিবিধ, ভাৰত
0
হোৱাটচএপে শীঘ্ৰেই আনিব মাল্টি-ডিভাইচ চাপ’ৰ্ট ফীচাৰ, এটা একাউণ্ট ব্যৱহাৰ কৰিব পাৰিব ২টাকৈ ডিভাইচত
0
SHARES
46
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ জনপ্ৰিয় ইনষ্টেণ্ট মেছেজিং এপ হোৱাটচএপত শীঘ্ৰেই উপলব্ধ হ’ব মাল্টি-ডিভাইচ চাপ’ৰ্ট ফীচাৰ৷ ব্যৱহাৰকাৰীৰ সুবিধা হোৱাকৈ উপলব্ধ হ’বলগীয়া এই ফীচাৰ পৰ্যবেক্ষণ পৰ্যায়ত আছে৷ এই সুবিধাৰ সহায়ত বিভিন্ন ডিভাইচত একেটা একাউণ্ট চলাব পাৰিব ব্যৱহাৰকাৰীয়ে৷ এণ্ড্ৰইড আৰু iOS প্লেটফৰ্মত উপলব্ধ হ’ব এই সুবিধা৷ এই এপৰ জৰিয়তে একেটা একাউণ্ট ৪টা ডিভাইচত চলাব পাৰিব৷ wabetainfo ৰ ৰিপ’ৰ্ট অনুসৰি, মূল একাউণ্ট ব্যৱহাৰ কৰা ডিভাইচৰ পৰা Chat history সংলগ্ন কৰি অন্য ডিভাইচত এই একাউণ্ট লিংক কৰা হ’ব আৰু এপ চাৰ্ভাৰৰ পৰা মেছেজসমূহ ডাউনলোড কৰিব পাৰিব৷ মূল ডিভাইচত ইণ্টাৰনেট সেৱা বন্ধ হৈ থাকিলেও অন্য ডিভাইচত ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰিব পাৰিব একাউণ্ট৷ উল্লেখ্য, পূৰ্বে কেৱল বিটা ব্যৱহাৰকাৰীৰ বাবেহে উপলব্ধ আছিল এই মাল্টি-ডিভাইচ চাপ’ৰ্ট ফীচাৰ৷ কিন্তু এতিয়াৰেপৰা সকলোৱে ব্যৱহাৰ কৰিব পাৰিব এই ফীচাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24whatsappwhatsapp multi device support feature
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

June 20, 2026
বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

বেছিসময় পানী চুলে হাতৰ আঙুলি শোতোৰা পৰে নেকি? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 20, 2026
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত
বাণিজ্য

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

June 20, 2026
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!
জীৱনশৈলী

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

June 20, 2026
Next Post
গিনিজ ৱর্ল্ড ৰেকৰ্ডত বোকাজানৰ যুৱকৰ নাম অন্তর্ভুক্তি, মাউণ্ট এভাৰেষ্টত কৰিলে ফেশ্বন শ্ব’

গিনিজ ৱর্ল্ড ৰেকৰ্ডত বোকাজানৰ যুৱকৰ নাম অন্তর্ভুক্তি, মাউণ্ট এভাৰেষ্টত কৰিলে ফেশ্বন শ্ব’

মূলসুঁতিলৈ উভতি অহা ১২গৰাকী ULB কেডাৰক স্বাগতম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মূলসুঁতিলৈ উভতি অহা ১২গৰাকী ULB কেডাৰক স্বাগতম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.